• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

2 years ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

2 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

3 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

4 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

5 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

5 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

6 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

7 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

8 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

8 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

9 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত

editor by editor
April 17, 2024 - Updated on May 17, 2024
in বিবিধ, ভাৰত, লেখা, শিক্ষা
0
ৰাম মন্দিৰলৈ যোৱাৰ পৰিকল্পনা কৰিছে? এই ৫টা বিষয় মূৰত ৰাখিহে অযোধ্যালৈ যাত্ৰা কৰিব, অন্যথা সোমাব নোৱাৰিব ৰাম মন্দিৰত
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰামৰ দৰ্শনৰ উন্মাদনা উদ্বোধনৰ দিনাৰে পৰাই অব্যাহত আছে। ২৩ জানুৱাৰীৰ পৰা সাধাৰণ ভক্তৰ বাবে ৰাম মন্দিৰৰ দুৱাৰ খুলি দিয়া হৈছে। দুৱাৰ খুলি দিয়াৰ পাছৰে পৰাই লাখ লখ ভক্তই ভিৰ কৰিছে মন্দিৰত। মন্দিৰ উদ্বোধনৰ পৰা বৰ্তমানলৈকে ৩০লাখ মানুহে ৰামৰ দৰ্শনৰ বাবে আহিছে। প্ৰতিদিনেই মন্দিৰলৈ আহিছে প্ৰায় আঢ়ৈ লাখকৈ ভক্ত।

ভিৰ কমাবলৈ সকলো উপায় অৱলম্বন কৰিও ফল লাভ কৰা নাই মন্দিৰ ট্ৰাষ্টে। এপ্ৰিল আৰু গ্রীষ্মৰ ছুটিত ৰাম নৱমীত অত্যাধিক দৰ্শনাৰ্থীয়ে ভিৰ কৰিব বুলি আশংকা ব্যক্ত কৰিছে ৰাম মন্দিৰ ট্ৰাষ্টে। কিন্তু ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে এই বিশেষ ৫টা কথা মনত নাৰাখিলে বিপদ হ’ব পাৰে আপোনাৰ।

১) পূৰ্বেই অযোধ্যাত হোটেল বুক কৰক

অযোধ্যালৈ যোৱাৰ সহজ উপায় হৈছে বিমান। ইণ্ডিগো, এয়াৰ ইণ্ডিয়া আৰু স্পাইছ জেট আদিত আপুনি টিকেট কৰিব পাৰে। বিভিন্ন মেট্ৰ যেনে মুম্বাই, বাংগালুৰু, আহমেদাবাদ, কলকাতা, চেন্নাই, জয়পুৰ, পাটনা আৰু দৰভাঙ্গাৰ পৰা অযোধ্যালৈ প্ৰতিদিনে বিমান চলাচল কৰে। দিল্লী-অযোধ্যা বন্দে ভাৰত আৰু অমৃত ভাৰতসহ কেইবাখনো ট্ৰেইন অযোধ্যালৈ যায়। এই সুবিধাও আপুনি গ্ৰহণ কৰিব পাৰে। কিন্তু ৰে’ল বা বিমানৰ টিকটতকৈ আগতে আপুনি হোটেলৰ বুকিং কৰক। কাৰণ বিমান, ট্ৰেইনতকৈ অযোধ্যাত এতিয়া হোটেল, ধৰ্মশালাত ৰুম পোৱাটোহে ডাঙৰ প্ৰত্যাহ্বান। অযোধ্যাত হোটেলৰ চাহিদা বহুগুণে বৃদ্ধি পাইছে। যদি ধৰ্মশালাত থাকিবলৈ ইচ্ছুক তেন্তে আপুনি পবিত্ৰ অযোধ্যা এপ ডাউনলোড কৰিব পাৰে।

২) দুদিনীয়া ভ্ৰমণৰ পৰিকল্পনা কৰক

মনত ৰাখিব যোৱাৰ টিকট কৰোতে হাতত দুদিন সময় ৰাখিব। কমপক্ষেও দুদিনৰ ভ্ৰমণেৰে আপুনি অযোধ্যালৈ যাব। অযোধ্যালৈ গ’লে ৰাম কি পউৰি, বিখ্যাত হনুমানগডীৰ মন্দিৰো চাই আহিব পাৰে।

৩) পুৱাই দৰ্শনৰ চেষ্টা চলাব

ৰাম মন্দিৰৰ দুৱাৰ পুৱা ৬টাত খোল খাই। দুপৰীয়া পৰ্যন্ত খোলা থাকিব। দুপৰীয়া দুই ঘণ্টাৰ বাবে মন্দিৰ বন্ধ থাকে। ২ বজাৰ পৰা নিশা ১০ বজা পৰ্যন্ত মন্দিৰ খোলা থাকে। যিমানেই সোনকালে যাব সিমানেই ভিৰ কম পাব। মন্দিৰ কমপ্লেক্সৰ ভিতৰত জোতা, মোবাইল, ইলেক্ট্ৰনিক সামগ্ৰী বা বেগ নিয়া একেবাৰে নিষেধ। কেৱল মাত্ৰ আপুনি টকা থকা বেগটোহে ভিতৰলৈ লৈ যাব পাৰিব। য’ত ৰামলালা আছে তাত কিন্তু সেই পাৰ্ছো আপুনি সোমোৱাব নোৱাৰিব। ইয়াৰোপৰি ঈশ্বৰক উৎসৰ্গা কৰা কোনো প্ৰসাদ বা ফুল আপুনি বাহিৰৰ পৰা লৈ যাব নোৱাৰিব।

৪) লাইনত থিয় হৈ প্ৰৱেশ কৰিব

প্ৰতিদিনেই আঢ়ৈ লাখকৈ ভক্তৰ সমাগম ঘটে। সেই ক্ষেত্ৰত ৰামৰ দৰ্শনৰ বাবে আপুনি বেছি সময় নল’ব। দীৰ্ঘ লাইনেৰে মন্দিৰত ভক্তই প্ৰৱেশ কৰিব লাগিব। ৰামৰ দৰ্শনৰ বাবে আপুনি কমপক্ষেও দুঘণ্টা লাইনত থিয় হ’ব লাগিব। ৰাম জন্মভূমিত ভক্তৰ বাবে বাটৰ কাষে কাষে বিশেষ বিচনা আৰু চকীৰো ব্যৱস্থা কৰা হৈছে। পানীৰো ব্যৱস্থা কৰা হৈছে। তীৰ্থযাত্ৰীসকলে আগুৱাই যাওতে যিকোনো স্থানতেই কিছু সময় বহিব পাৰিব। ৪-৫ ছেকেণ্ডৰ বাবেহে আপুনি ৰামলালাৰ দৰ্শন পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

June 26, 2026
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!
জীৱনশৈলী

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

June 26, 2026
Next Post
বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি

বৃদ্ধি যোগ আৰু ৰবি যোগৰ সুফল, নাৰায়ণৰ আশীৰ্বাদত সৌভাগ্যৰ শিখৰত থাকিব ৫ৰাশি

ফুৰিবলৈ গৈ শ্বিলঙৰ পৰা উভতি নাহিল, উদ্ধাৰ অৱশিষ্ট

ফুৰিবলৈ গৈ শ্বিলঙৰ পৰা উভতি নাহিল, উদ্ধাৰ অৱশিষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.