• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চমৎকাৰ, এগৰাকী মাতৃৰ গৰ্ভৰ পৰা দুবাৰকৈ জন্ম পালে একেজনী কন্যা সন্তানে

চমৎকাৰ, এগৰাকী মাতৃৰ গৰ্ভৰ পৰা দুবাৰকৈ জন্ম পালে একেজনী কন্যা সন্তানে

2 years ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

16 minutes ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

27 minutes ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

44 minutes ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

1 hour ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

2 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

11 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

11 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

12 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

13 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

14 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

14 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চমৎকাৰ, এগৰাকী মাতৃৰ গৰ্ভৰ পৰা দুবাৰকৈ জন্ম পালে একেজনী কন্যা সন্তানে

editor by editor
April 20, 2024
in বিশ্ব
0
চমৎকাৰ, এগৰাকী মাতৃৰ গৰ্ভৰ পৰা দুবাৰকৈ জন্ম পালে একেজনী কন্যা সন্তানে
0
SHARES
490
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চমৎকাৰ, এগৰাকী মাতৃৰ গৰ্ভৰ পৰা দুবাৰকৈ জন্ম পালে একেজনী কন্যা সন্তানে

চমৎকাৰ, পাছে ই অলৌকিক নহয়। এয়া হৈছে চিকিৎসা বিজ্ঞানৰ চমৎকাৰ, যাৰ ফলতে এগৰাকী মাতৃৰ গৰ্ভৰ পৰা দুবাৰকৈ জন্ম পালে একেজনী কন্যা সন্তানে।

এই ঘটনা আমেৰিকাৰ । মাৰ্গাৰেট বোমাৰ নামৰ এগৰাকী মহিলাই এটি সন্তানকে জন্ম দিলে দুবাৰকৈ। পাছে কিদৰে এটি সন্তানকে দুবাৰকৈ জন্ম দিলে মাৰ্গাৰেটে। যাক লৈয়ে এতিয়া কৌতুহলৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, সন্তান গৰ্ভত থকাৰ সময়তে আন এক ৰোগতো আক্ৰান্ত হয় মাৰ্গাৰেট। সন্তানে থিতাপি লোৱা গৰ্ভৰ কাষতে এটি টিউমাৰ হয়।

যি টিউমান থাকিলে সন্তানৰ লগতে মাৰ্গাৰেটৰো জীৱনলৈ আশংকা থকা বুলি সদৰি কৰে চিকিৎসকে। আনকি সন্তানটো জন্ম পালে হাৰ্ট ফেইল হোৱাৰো কথা সদৰি কৰে। যাৰ বাবে সন্তানটো জন্ম নিদিয়াৰ বাবে পৰামৰ্শ আগবঢ়াই ।

কিন্তু এই ক্ষেত্ৰত নাচোৰবান্দা মাৰ্গাৰেট। সন্তান জন্ম দিবই। সেয়ে বহু চিকিৎসা চলে মাৰ্গাৰেটৰ। কিন্তু সুফল নোপোৱাত শেষত চিকিৎসকে লয় এক বিশেষ পন্থা।

গৰ্ভধাৰণৰ মাহ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ২৩ সংখ্যক মাহতে এক ৰিস্কি অপাৰেচন হয় মাৰ্গাৰেটৰ। চিজাৰিয়ান পদ্ধতিৰে গৰ্ভৰ পৰা সন্তান উলিয়াই সেই টিউমাৰ বাহিৰ কৰে।

পাছত পুনৰ সেই সন্তান গৰ্ভত স্থাপন কৰে। তাৰ পাছতে সম্পূৰ্ণ চিকিৎসকৰ তত্বাবধানত থাকে মাৰ্গাৰেট। আৰু ৩৬ সপ্তাহৰ পাছত সুকলমে পুনৰ জন্ম দিয়ে সেই একেটি সন্তানকে। যি সম্পূৰ্ণ সুস্থ। এতিয়া মাক আৰু সন্তান দুয়ো সম্পূৰ্ণ সুস্থ বুলি সদৰি চিকিৎসকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Medical miraclemedical scienceMiracleMother Womb
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

March 28, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত
জীৱনশৈলী

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

March 26, 2026
এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?
জীৱনশৈলী

এনাৰ্জি লকডাউন কি? আকৌ কি লকডাউনৰ সম্ভাৱনা? হঠাৎ ইমান বছৰৰ পাছত কিয় ট্ৰেণ্ডিঙত এই শব্দ?

March 25, 2026
Next Post
খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

খঙৰ ভমকত স্বামীয়ে গৰ্ভৱতী পত্নীৰ সৈতে কৰিলে এনে কাম, এতিয়া পলাই তত্ পোৱা নাই

গৰমৰ দিনটো খাব লাগে কেঁচা পিঁয়াজ, সমাধান কৰে বহু সমস্যাৰ, পঢ়ক সবিশেষ-

গৰমৰ দিনটো খাব লাগে কেঁচা পিঁয়াজ, সমাধান কৰে বহু সমস্যাৰ, পঢ়ক সবিশেষ-

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.