• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?

মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?

2 years ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

23 minutes ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

1 hour ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

2 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

11 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

12 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

12 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

13 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

13 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

14 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

15 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?

মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?

editor by editor
May 23, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ৰাজনীতি
0
মুছলমান দেশতেই নিষিদ্ধ হিজাব! কোন দেশে নিষিদ্ধ কৰিছে হিজাব?
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুছলমান দেশ শব্দটো শুনিলেই সেই দেশৰ নাৰী মানেই হিজাব, বোৰ্খা পিন্ধা এখন ছবি চকুত ভাঁহি উঠে৷ সেই দেশৰ পুৰুষক কল্পনা কৰিলেই দাঢ়ি-কূৰ্তা পায়জামা পিন্ধা এটা চেহেৰা চকুত ভাঁহে৷ কিন্তু বিশ্বত এনে এখন মুছলমান দেশ আছে যিখন দেশত হিজাব পিন্ধাটো একেবাৰেই নিষিদ্ধ৷ কোন দেশত আছে এই নিয়ম? মহিলাই হিজাৱ পৰিধান কৰিব নোৱাৰা দেশখন হৈছে তাজিকিস্তান৷ তাত ৯৬শতাংশ লোকেই মুছলমান৷ তাৰপাছতো সেই দেশত কোনো মহিলাই হিজাৱ পিন্ধিব নোৱাৰে৷ তাত দাঢ়ি আৰু হিজাব একেবাৰেই নিষিদ্ধ৷

কেতিয়াৰে পৰা চলি আছে এই নিয়ম?

প্ৰায় তিনি দশক ধৰি এই দেশ শাসন কৰিছে প্ৰেছিডেণ্ট ইমোমা লি ৰহমানে৷ তাজিকিস্তানে সাংবিধানিকভাৱে ধৰ্মনিৰপেক্ষ দেশ৷ কিন্তু ইয়াতেই জনসংখ্যাৰ ৯৫শতাংশতকৈয়ো অধিক মুছলমান৷ ধৰ্মৰ স্বাধীনতা ইয়াৰ সংবিধানত উল্লেখ আছে৷ কিন্তু ইয়াত এজনৰ ধৰ্ম পালন কৰাটো কঠোৰভাৱে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত৷  ইয়াৰোপৰি ইয়াত হজলৈ যোৱা মানুহৰ সংখ্যাও নিয়ন্ত্ৰণ কৰা হৈছে৷ ২০১৫ চনত দ্যা ডিপ্লোমেটত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ১৮ বছৰতকৈ কম বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে হিজাৱ পৰিধান কৰিব নোৱাৰে৷ ১৮ বছৰতকৈ তলৰ শিশুৱে অন্ত্যেষ্টিক্ৰিয়া অবিহনে জনসাধাৰণৰ ধৰ্মীয় কামত অংশ ল’ব নোৱাৰিব৷ এই আইনত অন্ত্যেষ্টিক্ৰিয়া আৰু বিবাহৰ দৰে ব্যক্তিগত অনুষ্ঠানসমূহো নিয়ন্ত্ৰণ কৰা হৈছে৷  কোনো অনুষ্ঠান পাতিবলৈ কিমান মানুহে অংশ ল’ব সেয়াও চৰকাৰেই ঠিক কৰে৷

ইউএছ ইণ্টাৰনেশ্ব্যনেল ৰিলিজিয়াছ ফ্ৰিডম ৰিপৰ্ট (USCIRF)য়ে জনাইছে, ‘ধৰ্মীয় স্বাধীনতাক লৈ তাজিকিস্তানৰ চৰকাৰে হতাশাজনক ৰেকৰ্ড ক্ৰমাগত বেয়াৰ দিশলৈকে গৈ আছে৷ প্ৰেছিডেণ্ট ইমোমালি ৰহমানৰ শাসনত দমনমূলক নীতি বজাই ৰাখিছে৷ এই সকল ধৰ্মীয় মানুহৰ পক্ষত থাকি প্ৰকাশ্যে ধৰ্মীয় প্ৰদৰ্শনক দমন কৰি আৰু সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত নিপীড়ন চলাইছে৷ বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়া নিষিদ্ধ কৰাৰ ওপৰিও হিজাবৰ ওপৰতো তাজিকিস্তানত নিষেধাজ্ঞা ৰখা হৈছে৷

ইছলামীক গ্ৰন্থও নিষিদ্ধ

কেৱল হিজাৱেই নহয়, মাৰ্কিন প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত তাজিকিস্তানৰ দুশানবেত ইছলামিক গ্ৰন্থৰ দোকান জ্বলাই দিয়া হৈছিল৷ চৰকাৰী অনুমোদন অবিহনে ধৰ্মীয় সামগ্ৰীও আমদানি কৰা নিষিদ্ধ৷ ইয়াৰোপৰি দোকানসমূহত আৰু ইছলামিক বহী বিক্ৰীৰো অনুমতি নাই বুলি জনা গৈছে৷ তাজিকিস্তানত চৰকাৰে উগ্ৰভাৱে এই নীতিসমূহ জাপি দিছে জনতাৰ ওপৰত৷ তাজিকিস্তানৰ সীমনা লাগি আছে আফগানিস্তানৰ সৈতে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে
জীৱনশৈলী

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

October 6, 2026
Next Post
বৌদ্ধ পূৰ্ণিমাৰ দিনা নকৰিব এই কাম কৰিলে দৰিদ্ৰতাই লগ নেৰিব আপোনাক

বৌদ্ধ পূৰ্ণিমাৰ দিনা নকৰিব এই কাম কৰিলে দৰিদ্ৰতাই লগ নেৰিব আপোনাক

ৰিকি পণ্টিঙে নাকচ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ পদ, এইবাৰ কোন হ’ব মুখ্য প্ৰশিক্ষক

ৰিকি পণ্টিঙে নাকচ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ পদ, এইবাৰ কোন হ'ব মুখ্য প্ৰশিক্ষক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.