• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ

2 years ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

8 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

9 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

10 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

11 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

12 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

13 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

14 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

15 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ

editor by editor
July 12, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ

চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ

পুনৰ সামাজিক মাধ্যম ফেচবুক যোগে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী পথত ফেচবুক লাইভ আহি কেইবাটাও তথ্য সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। সদৰি কৰা অনুসৰি চৰকাৰী কৰ্মচাৰী  আৰু চৰকাৰী পৰীক্ষাৰ পৰীক্ষাৰ্থী সকললৈ খবৰ ।

চৰকৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ, ৫ দিন একেলেঠাৰিয়ে বন্ধ পাব চৰকাৰী কৰ্মচাৰীসকলে। পিতৃ-মাতৃৰ বন্দনাৰ বাবে পাব একেলেথাৰিয়ে ৫ দিনৰ বন্ধ। ৭ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ পাব এই বন্ধ। ৭ আৰু ৮ নৱেম্বৰ তাৰিখে মাতৃ-পিতৃ বন্দনাৰ বাবে বন্ধ। ৯ নৱেম্বৰত ষঠ্ পূজা ।

মাতৃ-পিতৃ বন্দনাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ স্বত্বাধীকাৰ সকললৈয়ো আহ্বান। কৰ্মচাৰী সকলকো বেতন কৰ্তন নকৰাকৈ এই সুবিধা প্ৰদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। ৭ আৰু ৮ তাৰিখে একেলগে বন্ধ দিয়াৰ আহ্বান ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী সকলকো।

আনহাতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আহি গ’ল চৰকাৰৰ নতুন ঘোষণা। APSC পদ্ধতিৰে নহয়, পূৰ্বৰ পদ্ধতিৰেই অনুষ্ঠিত হ’ব পৰীক্ষা। কিয় এ পি এছ চি পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আলোচনা কৰিছিল, সেই সন্দৰ্ভতো বিতং তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, পৰীক্ষা হে প্ৰশাসনিক পৰীক্ষাৰ পদ্বতিৰে অনুষ্ঠিত কৰাৰ আলোচনা কৰিছিল। পৰীক্ষাত প্ৰশ্ন পদ অনুসৰিয়েই থাকিল হেতেন। লগতে ইয়াকো কয় যে, এইদৰে পৰীক্ষা পতাৰ মুখ্য কাৰণেই হৈছে পদ অনুসৰি প্ৰাৰ্থী অধিক। ৩ হাজাৰ পদৰ বিপৰীতে ১১ লাখ প্ৰাৰ্থী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cmAssam. Guwahaticm himanta biswa sarmafacebookguwahatiLIve
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

May 20, 2026
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?
জীৱনশৈলী

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

May 20, 2026
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য
জীৱনশৈলী

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

May 20, 2026
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
Next Post
৭ মাহ ধৰি চলা এখন বিয়া, অৱশেষত এক হ’ল অনন্ত ৰাধিকা, চাওক কেইখন মান বিশেষ ফটো-

৭ মাহ ধৰি চলা এখন বিয়া, অৱশেষত এক হ'ল অনন্ত ৰাধিকা, চাওক কেইখন মান বিশেষ ফটো-

বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা মালিগাঁৱৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তা ঘটনাৰ অভিযুক্ত জালত, সমুখলৈ আহিল সমস্ত ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন