• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ

2 years ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

3 minutes ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

1 hour ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

2 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

5 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

6 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

7 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

8 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

9 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

10 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ

বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ

editor by editor
September 5, 2024
in অপৰাধ, অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
বিশালক ক্লাইণ্ট যোগান ধৰি প্ৰতিদানত চুমিয়ে কি কি লৈছিল বিশালৰ পৰা? জানক সবিশেষ
0
SHARES
949
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোহৰলৈ বিশাল-চুমিৰ বিশাল সা-সম্পত্তিৰ আন কেতবোৰ বিতং তথ্য৷

তদন্তকাৰী আৰক্ষীয় লাভ কৰিছে কেইবাটাও তথ্য৷

বিয়াৰ পাছত চুমি -বিশাল, আদিত্য শইকীয়াই গৈছিল ডুবাই ভ্রমণলৈ৷

হোটেল ব্রুজ আৰবত পাৰ কৰিছিল কেইবাটাও নিশা৷

মাত্ৰ ৩ দিনতে 7 star হোটেলখনত ব্যয় হৈছিল ৫৭ লাখ টকা৷

প্ৰতিটো নিশাৰ বাবদ খৰচ হৈছিল ১৯ লাখকৈ টকা৷

হোটেল আটলান্টিক পাৰতো পাৰ কৰিছিল ৫ টাকৈ নিশা৷

প্রতি নিশা ১ লাখ টকাকৈ সৰ্বমুঠ ৫ লাখ টকা খৰচ কৰিছিল৷

ডুবাইৰ এ’ড্ৰেছ ম’লত মার্কেটিঙৰ নামত খৰচ কৰিছিল ডেৰ কোটি টকা৷

ডেৰ কোটি ব্যয়ৰে নাৰেংগী আইডিয়েল ভিউ এপার্টমেণ্টৰ ফ্লেট ক্রয় ৷

৭ কোটি টকা ব্যয়ৰে তৰুণ নগৰত থকা প্রতীক তৰুণ এপার্টমেন্টত বিলাসী ডুপ্লেক্স ক্রয়৷

চুমিৰ বহুলচৰ্চিত উদয়পুৰৰ ডেষ্টিনেচন ৱেডিঙৰ পৰা গুৱাহাটীলৈ বিমান ভাড়াৰ নামত খৰচ কৰা হৈছিল ৩৩ লাখ টকা৷

চুমিৰ স্বামী তার্কিকক কিনি দিছিল ৪৫ লাখ টকীয়া ফৰ্চুনাৰ বাহনো৷

চুমিৰ জিম ট্ৰেইনাৰ থাণ্ডামণিক মাহিলী দিয়ে ৫০ হাজাৰকৈ টকা৷

থাইলেণ্ডৰ ৰাজধানী বেংককত বেংক একাউন্ট খুলিছিল বিশাল ফুকনে৷

৭০০ কোটি টকাৰ বেংক লেনদেনৰ তথ্যৰ সম্ভেদ লাভ কৰিছে আৰক্ষীয়ে৷

পলাতক কৰিঅ’গ্ৰাফাৰ চুমিৰ নামতো কেইবাটাও বিদেশী বেংক একাউণ্ট থকাৰ সন্দেহ দিছপুৰ আৰক্ষীৰ৷

ইতিমধ্য, চুমিৰ বেংক একাউণ্ট নিৰীক্ষণত ৰাখিছে আৰক্ষীয়ে৷

চুমিৰ কেইবাটাও এক্টিভ বেংক একাউণ্ট চীজ কৰাৰ সম্ভাৱনা৷

বিশালৰ পাৰচেলিয়া ফাৰ্মাচিটিকেল কোম্পানীৰ ল’ঞ্জত চুমি বৰাই লৈ থকা বেগ আৰু ব্লেজাৰৰ ওপৰত মা৷ৰি থোৱা বেল্টডালৰ দাম জানিলে চকু কপালত উঠিব আপোনাৰো

চুমিয়ে লৈ থকা বেগটো  বিশ্বৰ এটা প্ৰতিষ্ঠিত কোম্পানী গুচ্চিৰ দ্বাৰা নিৰ্মিত৷

ক’লা এই বেগটোৰ ওজন প্ৰায় ১কেজি৷

গুচ্চিৰ GG Marmont Black নামৰ চুমিয়ে হাতত লৈ থকা বেগটোৰেই দাম ৩লাখ টকা৷

যিডাল বেল্ট চুমিয়ে মাৰি গৈছিল তাৰ মূল্য ২৫,৫০০টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি
বিনোদন

April 17, 2026
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
Next Post
ৰাহুৰ নক্ষত্ৰ পৰিবৰ্তন! ২ ডিচেম্বৰলৈকে এই ৩ৰাশিৰ বাবে সোণালী সময়, ভাৱিব নোৱাৰা ধন আহিব ৩ ৰাশিৰ হাতলৈ

এইমাহতেই বছৰৰ শেষ চন্দ্ৰগ্ৰহণ! জানি থওক চন্দ্ৰগ্ৰহণৰ তাৰিখ, সময় আৰু সূতক কাল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন