• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?

অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?

2 years ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

11 minutes ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

40 minutes ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

1 hour ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

2 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

4 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

4 hours ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

14 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

15 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

15 hours ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

16 hours ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?

অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?

editor by editor
October 19, 2024
in বিবিধ, বিশ্ব
0
অন্ধকাৰত ডুব গৈছে কিউবা, বন্ধ স্কুল, বিদ্যুৎ সংকট দূৰীকৰণ কিয় সমস্যা হৈছে কিউবাত?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়াৱহ বিদ্যুত সংকটত পৰিছে কিউবা৷ শুকুৰবাৰে সমগ্ৰ দেশ ডুব গৈছে অন্ধকাৰত৷ দ্বীপৰাষ্ট্ৰটিৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি উৎপাদন কেন্দ্ৰ বিকল হৈ যোৱাত বিদ্যুতৰ তীব্ৰ নাটনিয়ে দেখা দিছে কিউবাত৷ শুকুৰবাৰে সেই দেশৰ বিদ্যুৎ মন্ত্ৰণালয়ে বিষয়টোক লৈ সামাজিক মাধ্যমত দিছে বিশেষ পোষ্ট৷ বিবিচি সূত্ৰৰ খবৰ অনুসৰি দীৰ্ঘদিন ধৰি কিউবাত যেতিয়াই তেতিয়াই ব্লেকআউট হোৱাৰ ঘটনা ঘটি আছিল৷

মাজে মাজে দীৰ্ঘক্ষণ ধৰি বিদ্যুৎ সংযোগ কৰ্তনো হৈ আছিল৷ বৃহস্পতিবাৰে দেশত এনাৰ্জি ইমাৰ্জেন্সি ঘোষণা কৰে কিউবাৰ প্ৰধানমন্ত্ৰীয়ে৷ কিউবাত সৰ্ববৃহৎ পাৱাৰ প্লেন্ট বন্ধ হৈ যোৱাত শুকুৰবাৰে সমগ্ৰ দেশ ব্লেকআউট হৈ যায়৷ কিউবাৰ প্ৰেছিডেণ্টে সামাজিক লিখিছে, ‘পৰিস্থিতি স্বাভাৱিক কৰাৰ কাম চলিছে৷ এএছপিক দিয়া সাক্ষাৎকাৰত কিউবাৰ বিদ্যুৎমন্ত্ৰীয়ে জনাইছে যে প্ৰাথমিকস্তৰত বিদ্যুতৰ অভাৱ দূৰীকৰণৰ পূৰ্ণ চেষ্টা চলি আছে৷ শুকুৰবাৰে শিক্ষা প্ৰতিষ্ঠানতো বিদ্যুৎৰ যোগান ধৰিব নোৱাৰাৰ বাবে বিদ্যালয় বন্ধ ৰাখিব লগাও হৈছিল৷ সকলো শিক্ষা প্ৰতিষ্ঠানত অলাগতিয়াল বিদ্যুৎ সংযোগ বন্ধ ৰাখিবলৈ আহ্বান জনোৱাৰ ওপৰিও বৈদ্যুতিন সামগ্ৰী যেনে ৰেফ্ৰিজাৰেটৰ, মাইক্ৰৱভেন, গ্ৰিজাৰ ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে দেশৰ জনতাক৷ বিদ্যুৎ সংকটৰ কাৰণে পেট্ৰল পাম্পো স্তব্ধ হৈ আছে৷ ঔষধ পানীৰো সমস্যাৰ সৃষ্টি হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

April 22, 2026
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম
জীৱনশৈলী

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

April 22, 2026
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

April 22, 2026
Image Source-PTI
জীৱনশৈলী

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

April 22, 2026
Next Post
কুবেৰৰ আশীৰ্বাদত কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

কুবেৰৰ আশীৰ্বাদত কাহানিও ধনৰ অভাৱ নহয় এই ৪ৰাশিৰ

কাইলৈ কৰ্কটলৈ আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

কাইলৈ কৰ্কটলৈ আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.