• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ কৰ্কটলৈ আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

কাইলৈ কৰ্কটলৈ আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

2 years ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

17 minutes ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

1 hour ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

2 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

10 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

11 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

11 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

11 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

সাৱধান! পত্নীক সকলো কথা কোৱাটো উচিত নে অনুচিত?

12 hours ago
বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

13 hours ago
UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

UPI পেমেণ্টত লাগিব অতিৰিক্ত চাৰ্জ! ২,০০০ টকাতকৈ অধিক ধনত লাগিব নেকি merchant fee?

14 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

14 hours ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ কৰ্কটলৈ আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

২০ অক্টোবৰত কৰ্কট ৰাশিত আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে

editor by editor
October 19, 2024
in জীৱনশৈলী
0
কাইলৈ কৰ্কটলৈ আহিব মঙল, হঠাৎ বিপুল সৌভাগ্যৰ সন্ধান পাব এই ৫ৰাশিয়ে
0
SHARES
14.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি যেতিয়া কোনো গ্ৰহই এটা ৰাশি এৰি অন্য ৰাশিলৈ যায় তেতিয়া তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ আগন্তুক ২০ অক্টোবৰত ৰঙা গ্ৰহ মঙলে মিথুন ৰাশি এৰি কৰ্কট ৰাশিৰ প্ৰৱেশ কৰিব৷ মঙলে যেতিয়া কৰ্কটত গোচৰ কৰিব সেই সময়তেই মঙল আৰু শুক্ৰ মিলি গঠন কৰিব নৱপঞ্চম যোগ৷ ইয়াৰ সৈতে মঙল আৰু শনিয়ে গঠন কৰিব ষড়ষ্টক যোগ৷ জানি থওক এই সকলো প্ৰভাৱত কোন কোন ৰাশিৰ জাতকৰ ভাল দিন আৰম্ভ হ’ব?

বৃষ ৰাশি

বৃষ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব মঙলে৷ এই পৰিস্থিতিত আপুনি যি কামতেই হাত দিয়ে সেই কামতেই সাফল্য পাব৷ কেৰিয়াৰ সংক্ৰান্তিয় কোনো পৰিকল্পনা বাস্তবায়িত হ’ব৷ মঙলৰ গোচৰৰ প্ৰভাৱত পেছাগত জীৱনত বৃহৎ সাফল্য পাব বৃষ ৰাশিৰ জাতকে৷ চাকৰি পৰিবৰ্তন কৰিব খুজিলে সন্মুখত ভাল সুযোগে অপেক্ষা কৰিছে৷ আপোনাৰ জীৱনৰ সকলো সমস্যা এই সময়ত দূৰ হ’ব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ দ্বিতীয় ঘৰত গোচৰ কৰিব মঙলে৷ এই পৰিস্থিতিত মিথুন ৰাশিৰ জাতকৰ জীৱনত উন্নতি কৰাৰ এটাৰ পাছত আন এক সুযোগ আহিব৷ এই সময়ত আপোনাৰ সম্পদ বৃদ্ধি পাব৷ মঙলৰ গোচৰৰ প্ৰভাৱত নিজৰ কামত উন্নতি কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ আপোনাৰ সঞ্চয় বৃদ্ধি পাব৷ নিজৰ কথাৰে আনৰ মন জয় কৰিব পাৰিব৷

কৰ্কট ৰাশি

আগন্তুক ২০ অক্টোবৰৰ পৰা কৰ্কট ৰাশিত গোচৰ কৰিব মঙ্গলে৷ কৰ্কটৰ প্ৰথম ঘৰত অৱস্থান কৰি এই ৰাশিৰ জাতকৰ জীৱনত উন্নতিৰ গ্ৰাফ ওপৰলৈ যাব৷ এটাৰ পাছত আনটো সাফল্য আহিব আপোনাৰ জীৱনলৈ৷ চাকৰিয়াল জাতকে কাৰ্যালয়ত উন্নতি কৰিব পাৰিব৷ নিজৰ মনৰ কথা এই সময়ত ভালপোৱা মানুহজনৰ সন্মুখত প্ৰকাশ কৰি পেলাওক৷

তুলা ৰাশি

তুলা ৰাশিৰ দশম ঘৰত গোচৰ কৰিব মঙলে৷ এই পৰিস্থিতিত বন্ধুৰ সৈতে কৰোবাত ফুৰিবলৈ যোৱাৰ যোগ আছে তুলা ৰাশিৰ জাতকৰ সন্মুখত৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ বেছ কিছু অতিৰিক্ত অৰ্থ আপোনাৰ হাতলৈ আহিব৷ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক আৰু উন্নত হ’ব৷ আপোনালোক দুজনেই পৰস্পৰৰ সান্নিধ্য উপভোগ কৰিব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব মঙলে৷ এই সময়ত বৃশ্চিক ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অত্যন্ত শুভ ফলদায়ী হ’ব৷ উচ্চশিক্ষাৰ বাবে যিসকলে চেষ্টা কৰি আছে তেওঁলোকে এই সময়ত সাফল্য পাব৷ পিতৃৰ পৰা সম্পূৰ্ণ সহযোগিতা পাব বৃশ্চিক ৰাশিৰ জাতকে৷ নতুন ব্যৱসায় খোলাৰ কথা ভাৱিলে পিতৃৰ পৰা আৰ্থিক সাহায্য পাব৷ সন্তানৰ পৰা সুখবৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 18, 2026
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

July 17, 2026
Next Post
আজি কাৰ্তিক কৃষ্ণ তৃতীয়াত ব্যাতিপত যোগ, ভাগ্য ফুলিব ৫ ৰাশিৰ লোকৰ

আজি কাৰ্তিক কৃষ্ণ তৃতীয়াত ব্যাতিপত যোগ, ভাগ্য ফুলিব ৫ ৰাশিৰ লোকৰ

প্ৰথমখন টেষ্টত পৰাস্ত ভাৰত, ৩৬ বছৰৰ পিছত জয়ী নিউজিলেণ্ড, ভাৰতৰ পৰাজয়ৰ ২ টা মুখ্য কাৰণ

প্ৰথমখন টেষ্টত পৰাস্ত ভাৰত, ৩৬ বছৰৰ পিছত জয়ী নিউজিলেণ্ড, ভাৰতৰ পৰাজয়ৰ ২ টা মুখ্য কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.