• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই

2 years ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

1 minute ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

34 minutes ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

1 hour ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

3 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

3 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

4 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

5 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

6 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

18 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

18 hours ago
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

20 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই

editor by editor
October 21, 2024
in জীৱনশৈলী
0
শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই
0
SHARES
24.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ শাস্ত্ৰমতে ১৭ অক্টোবৰ বৃহস্পতিবাৰে গ্ৰহৰ ৰজাই সূৰ্য সিংহ ৰাশি এৰি তুলা ৰাশিত প্ৰৱেশ কৰিছে৷ তাতেই বুধ পূৰ্বৰে পৰা বিৰাজমান৷ ইয়াৰ প্ৰভাৱ আগন্তুক ৩০ দিন পৰ্যন্ত পৰিব প্ৰত্যেক ৰাশিৰ ওপৰতেই৷ সূৰ্যৰ গোচৰত কোন কোন ৰাশিৰ জাতকে সুফল পাব জানক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক, জাতিকাই এই সময়ত সুখৰ জীৱন কটাব৷ এই সময়ত আপোনাৰ জীৱনত নতুন সুযোগ আহিব পাৰে৷ আপুনি নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে৷ কৰ্মস্থলত আপুনি পৰিশ্ৰমৰ দাম পাব৷ পৰিয়ালত সুখ সমৃদ্ধি বৰ্তি থাকিব৷ ইয়াৰোপৰি আপোনাৰ দীৰ্ঘদিনীয়া কোনো মনোবাঞ্চা এই সময়ত পূৰণ হ’ব৷ আপুনি আত্মবিশ্বাসেৰে ভৰপুৰ হৈ থাকিব৷ ধৰ্মীয় কামত মন বহিব৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্য গোচৰ শুভ হ’ব৷ সূৰ্যৰ ৰাশি পৰিবৰ্তনে আপোনাৰ জীৱনত ধন বৃদ্ধি কৰাব৷ আপুনি আত্মবিশ্বাসী অনুভৱ কৰিব৷ এই সময়ত আপুনি সামাজিক আৰু পাৰিবাৰিক বিষয়ত বিচক্ষণতাৰ পৰিচয় দিব৷ যদি আপুনি নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব খুজিছে এই সময় উপযুক্ত৷ পৰিয়ালত শান্তি আৰু সমৃদ্ধি বৰ্তি থাকিব এই সময়ত৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে সূৰ্যৰ ৰাশি পৰিবৰ্তনৰ সুপ্ৰভাৱ পাব৷ এই সময়ত আপোনাৰ জীৱনত অৰ্থপ্ৰাপ্তি হ’ব৷ ছাত্ৰ-ছাত্ৰীসকলে এই সময় ভালকৈ কটাব৷ আৰ্থিক অৱস্থা ভালে থাকিব৷ যি কোনো পৰিস্থিতিত জীৱনসংগীৰ সহায় পাব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে থকা বিবাদ এই সময়ত দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

June 15, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

June 15, 2026
মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম
জীৱনশৈলী

মাইগ্ৰেণে অশান্তি কৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে পাওক উপশম

June 15, 2026
আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!
জীৱনশৈলী

আপুনি খঙাল নে ৰোমান্টিক? আপোনাৰ নাকে উদঙাব আপোনাৰ চৰিত্ৰ!

June 15, 2026
Next Post
দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ

আগন্তুক বৰ্ষত প্ৰচুৰ আৰ্থিক উন্নতি এই ৪ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.