• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য

ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য

2 years ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

12 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

13 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

13 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

14 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

14 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

15 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

16 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

17 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

18 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

18 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

19 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য

ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য

editor by editor
October 25, 2024
in জীৱনশৈলী, প্ৰযুক্তি
0
ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল আইফোন-১৬ৰ ব্যৱহাৰ, কাৰণ কি? উদ্যোগমন্ত্ৰীয়ে জনালে ডাঙৰ তথ্য
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইণ্ডোনেছিয়া চৰকাৰে নিজৰ দেশত এপল আইফোন ১৬ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। দেশত আইফোনৰ ব্যৱহাৰ অবৈধ বুলি ঘোষণা কৰিছে চৰকাৰে। ইণ্ডোনেছিয়াত এপলৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ বাবেই আইফোন ১৬ নিষিদ্ধ কৰিছে।

শুকুৰবাৰে জাৰি কৰা আদেশত ইণ্ডোনেছিয়া চৰকাৰে কয় যে, আন্তঃৰাষ্ট্ৰীয় ম’বাইল ইকুইপমেণ্ট আইডেন্টিটি (আইএমইআই) প্ৰমাণপত্ৰ নথকা যিকোনো ফোন ডিভাইচ ব্যৱহাৰ কৰাটো অবৈধ। তেওঁ কয় যে, চৰকাৰে এনে ফোন দেশত ব্যৱহাৰ কৰিবলৈ নিদিয়ে৷ ই নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে কোম্পানীটোক বিক্ৰীৰ অনুমতি প্ৰদান কৰাৰ পূৰ্বে দেশত বাকী থকা বিনিয়োগ আৰু টিকেডিএন প্ৰমাণপত্ৰ তেওঁলোকে দাখিল কৰিব লাগিব৷

https://x.com/Ajay_Bagga/status/1849837415365800296

বহিঃদেশৰ পৰাও তাৰ নাগৰিকে ক্ৰয় কৰিব নোৱাৰিব আইফোন-১৬

ইণ্ডোনেছিয়া চৰকাৰে দেশত এপল আইফোন ১৬ৰ বিক্ৰী আৰু পৰিচালনা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। ইণ্ডোনেছিয়াৰ উদ্যোগ মন্ত্ৰী অগুছ গুমিৱাং কাৰ্তাছমিতাই কয় যে ,ইণ্ডোনেছিয়াত আইফোন ১৬ ব্যৱহাৰ কৰাটো অবৈধ আৰু ইণ্ডোনেছিয়াৰ কোনো লোকে আন দেশৰ পৰা কিনি আনিও ব্যৱহাৰ কৰিব নোৱাৰিব৷ যদি কোনোবাই বহিঃৰাজ্যৰ পৰা এই ফোন ক্ৰয় কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এপলে বিনিয়োগ হ্ৰাস কৰিছে ইণ্ডোনেছিয়াত

ইণ্ডোনেছিয়াৰ উদ্যোগ মন্ত্ৰীয়ে কয় যে যদি কোনোবাই আইফোন ১৬ ব্যৱহাৰ কৰে তেন্তে  লগে লগেই আৰক্ষীক খবৰ দিয়ক৷ এপলে ইণ্ডোনেছিয়াত ১.৭১ ট্ৰিলিয়ন টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এপলে মাত্ৰ ১.৪৮ ট্ৰিলিয়ন টকা বিনিয়োগ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…
নিয়োগ

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

September 2, 2026
Next Post
কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?

কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?

ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ

ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.