• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ষঠ পূজাৰ সময়তে বিহাৰীলৈ দুখবৰ, লোকগায়িকাৰ চিৰ বিদায়, অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে পাৰ্থিৱ শৰীৰ

ষঠ পূজাৰ সময়তে বিহাৰীলৈ দুখবৰ, লোকগায়িকাৰ চিৰ বিদায়, অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে পাৰ্থিৱ শৰীৰ

1 year ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

3 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

5 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

6 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

7 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

7 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

8 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ষঠ পূজাৰ সময়তে বিহাৰীলৈ দুখবৰ, লোকগায়িকাৰ চিৰ বিদায়, অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে পাৰ্থিৱ শৰীৰ

editor by editor
November 6, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ষঠ পূজাৰ সময়তে বিহাৰীলৈ দুখবৰ, লোকগায়িকাৰ চিৰ বিদায়, অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে পাৰ্থিৱ শৰীৰ
0
SHARES
628
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষঠ পূজাৰ সময়তে বিহাৰীলৈ দুখবৰ, লোকগায়িকাৰ চিৰ বিদায়, অন্তিম দৰ্শনৰ বাবে ৰখা হৈছে পাৰ্থিৱ শৰীৰ

কালি খায়-নহায়ৰ পৰা আৰম্ভ হৈছে বিহাৰী সম্প্ৰদায়ৰ লোক সকলৰ অতিকে পবিত্ৰ উৎসৱ ষঠ পূজা। আজি সকলোৰে ঘৰে ঘৰে পূজা, কাইলৈ আৰু পৰহীলৈ সূৰ্য আৰু ষঠী মাতাৰ প্ৰণাম। পাছে এই অতিকে সুখৰ দিনৰ আহিছে এক অতিকে দুখৰ খবৰ।

বিহাৰী লোকগায়িকা শাৰদা সিন্হাৰ নিধন। ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে গায়িকাগৰাকীয়ে। যি সময়ত সকলো বিহাৰি লোকৰ ঘৰে ঘৰে শাৰদা সিন্হাৰ ষঠী মাতাৰ লোকগীত বাজি থাকিব সেই সময়ত অন্তিম শয়নত শাৰদা সিন্হা।

আজি পুৱা তেখেতৰ পুত্ৰই সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি লিখে যে, আপোনালোকৰ মৰম আৰু প্ৰাৰ্থনা সদায়ে মাৰ সৈতে থাকিব। কিন্তু ষঠী মাতাই আজিৰ এই পবিত্ৰ দিনটোতে তেখেতক নিজৰ নিজৰ কাষলৈ লৈ যায়। ভৌতিক ৰূপত আৰু মা আমাৰ মাজত নাই।

সংগীতৰ জীৱন কালত শাৰদা সিন্হা কেৱল বিহাৰৰে হৈ পৰা নাছিল, সমগ্ৰ ভাৰতৰে এগৰাকী বিশিষ্ট লোকগীতৰ গায়িকা আছিল। যাৰ বাবে তেখেতক পদ্মভূষণ, পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। আজি ৬ নৱেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হলেও অনুৰাগীৰ দৰ্শনৰ বাবে তেখেতৰ পাৰ্থিৱ শৰীৰ ঘৰতে ৰখা হব। কাইলৈহে শেষকৃত্য কৰা হ’ব বিশিষ্ট লোকগায়িকা গৰাকীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bihari Singerchath pujaChatti MataFolk SingerSarda Sinha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি

তিনিটা বিশেষ তাৰিখত জন্মা লোকৰ ওপৰত সদায়ে কৃপা কৰে লক্ষ্মীয়ে, আপোনাৰো এই তাৰিখ নেকি

একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক

একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.