• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰৰ বয়সৰ পাৰ্থক্য, বিবাহৰ পূৰ্বে প্ৰিয়ংকাই দিয়া কি চৰ্ত আজিও মানি চলিছে নিক জোনাছে?

১০ বছৰৰ বয়সৰ পাৰ্থক্য, বিবাহৰ পূৰ্বে প্ৰিয়ংকাই দিয়া কি চৰ্ত আজিও মানি চলিছে নিক জোনাছে?

2 years ago
আয়ৰ তুলনাত অধিক সম্পত্তিৰ গোচৰ, বিপদ বাঢ়িব নেকি ৰাহুল গান্ধীৰ?

আয়ৰ তুলনাত অধিক সম্পত্তিৰ গোচৰ, বিপদ বাঢ়িব নেকি ৰাহুল গান্ধীৰ?

6 minutes ago
কেতুৰ প্ৰস্থানত মলামাল হ’ব এইকেইটা ৰাশি

কেতুৰ প্ৰস্থানত মলামাল হ’ব এইকেইটা ৰাশি

22 minutes ago
শাসক আৰু দৈৱসূত্ৰ

শাসক আৰু দৈৱসূত্ৰ

43 minutes ago
মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

2 hours ago
কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

কেইবাজনো ভাতৃৰ এগৰাকীয়েই পত্নী

3 hours ago
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত, ভাৰততেই নিৰ্মাণ হ’ব ক্ৰেন, বুলডজাৰ

3 hours ago
ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

4 hours ago
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

4 hours ago
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

5 hours ago
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

5 hours ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

6 hours ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ বছৰৰ বয়সৰ পাৰ্থক্য, বিবাহৰ পূৰ্বে প্ৰিয়ংকাই দিয়া কি চৰ্ত আজিও মানি চলিছে নিক জোনাছে?

১০ বছৰৰ বয়সৰ পাৰ্থক্য, বিবাহৰ পূৰ্বে প্ৰিয়ংকাই দিয়া কি চৰ্ত আজিও মানি চলিছে নিক জোনাছে?

editor by editor
November 8, 2024
in জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত, লেখা
0
১০ বছৰৰ বয়সৰ পাৰ্থক্য, বিবাহৰ পূৰ্বে প্ৰিয়ংকাই দিয়া কি চৰ্ত আজিও মানি চলিছে নিক জোনাছে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৬বছৰতকৈয়ো বেছি সময় ধৰি দাম্পত্য জীৱন উপভোগ কৰিছে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে৷ বলীউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰী আৰু মাৰ্কিন পপ তাৰকাৰ বিয়াক লৈ ২০১৮ চনত বেছ চৰ্চা হৈছিল৷ এই মুহূৰ্তত লছ এঞ্জেলছত সংসাৰ পাতিছে দুয়োৱে৷ বৰ্তমান মালতী মেৰি চোপ্ৰা জোনাছ নামৰ এগৰাকী কণমানিও আহিছে দুয়োৰে জীৱনত৷ অক্টোবৰৰ শেষৰফালে দীপাৱলি উপলক্ষ্যে একেলগে সময় কটোৱাৰ ছবিও শ্বেয়াৰ কৰিছে নিক প্ৰিয়ংকাই৷

আমেৰিকান পপ গায়কক কেইবাটাও চৰ্ত দিছিল অভিনেত্ৰী প্ৰিয়ংকাই৷ সেই চৰ্ত মনাৰ বাবেই নিকক সৈতে বিয়া কৰাইছে প্ৰিয়ংকাই৷ পেছাগত কাৰণত বছৰৰ বেছিভাগ সময়েই দূৰে দূৰে থাকে নিক আৰু প্ৰিয়ংকা৷ ভৌগোলিক দূৰত্ব দুয়োৱে বিবাহৰ পূৰ্বেই মানি লৈছে৷ প্ৰথমৰ পৰাই দুয়োৰে দাম্পত্যজীৱনত প্ৰতিবন্ধকতা আহিছে৷ সেয়ে বিবাহৰ পূৰ্বেই স্বামীক চৰ্ত দিছিল প্ৰিয়ংকাই৷ বিশ্বৰ যি কোনো প্ৰান্ততেই নাথাকক কিয় মাহৰ এটা নিৰ্দিষ্ট সময় একেলগে দুয়োৱে কটাব৷ প্ৰিয়ংকাই কৈছিল, ‘প্ৰতি তিনি সপ্তাহৰ অন্তত দুয়োৰে এবাৰ দেখা হ’বই৷ আমি মাহত এবাৰ অন্তত কেইটামান দিন একেলগে থাকিম৷ বিশ্বৰ যি কোনো প্ৰান্তত নাথাকো কিয় এজনে আনজনক মাহত এবাৰ হ’লেও সময় দিমেই৷’ সেই চৰ্ত ৰক্ষা কৰি আছে নিকে৷ বিশ্বৰ নানান চহৰত শ্ব’ৰ বাবে গ’লেও প্ৰিয়ংকাৰ কাষলৈ মাহত এবাৰলৈকে হ’লেও আহে নিক৷ ব্যস্ততাৰ মাজত সাংসৰিক ভাৰসাম্যতা কথা দিয়াৰ ধৰণেই ধৰি ৰাখিবলৈ সক্ষম হৈছে নিক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আয়ৰ তুলনাত অধিক সম্পত্তিৰ গোচৰ, বিপদ বাঢ়িব নেকি ৰাহুল গান্ধীৰ?
ৰাজনীতি

আয়ৰ তুলনাত অধিক সম্পত্তিৰ গোচৰ, বিপদ বাঢ়িব নেকি ৰাহুল গান্ধীৰ?

November 25, 2026
কেতুৰ প্ৰস্থানত মলামাল হ’ব এইকেইটা ৰাশি
জীৱনশৈলী

কেতুৰ প্ৰস্থানত মলামাল হ’ব এইকেইটা ৰাশি

November 25, 2026
শাসক আৰু দৈৱসূত্ৰ
সমীক্ষণ (আলোচনী)

শাসক আৰু দৈৱসূত্ৰ

November 25, 2026
মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট
জীৱনশৈলী

মাতৃ হৈও জেনিফাৰৰ শিৰত জিলিকিল মিছ ইউনিভাৰ্ছৰ মুকুট

November 25, 2026
Next Post
প্ৰেম বাঢ়ে গোপনে গোপনে…! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

প্ৰেম বাঢ়ে গোপনে গোপনে...! মনৰ মাজত প্ৰেম লুকুৱাই ৰাখে এই এই৫ৰাশিৰ জাতকে

২২ গজত নহয় এইবাৰ সাংসৰিক জীৱনৰ সুখবৰ দিলে কে এল ৰাহুলে, সোনকালেই পৰিয়াললৈ আহিব নতুন সদস্য

২২ গজত নহয় এইবাৰ সাংসৰিক জীৱনৰ সুখবৰ দিলে কে এল ৰাহুলে, সোনকালেই পৰিয়াললৈ আহিব নতুন সদস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.