• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত চিধা পথেৰে যাত্ৰা শনিৰ, বুধাদিত্য ৰাজযোগ, ৰাজভোগ কৰিব এই ৫ৰাশিৰ জাতকে

নতুন সপ্তাহত চিধা পথেৰে যাত্ৰা শনিৰ, বুধাদিত্য ৰাজযোগ, ৰাজভোগ কৰিব এই ৫ৰাশিৰ জাতকে

2 years ago
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

8 minutes ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

2 hours ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

2 hours ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

3 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

15 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

16 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

16 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

17 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

18 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

19 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

20 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত চিধা পথেৰে যাত্ৰা শনিৰ, বুধাদিত্য ৰাজযোগ, ৰাজভোগ কৰিব এই ৫ৰাশিৰ জাতকে

নতুন সপ্তাহত চিধা পথেৰে যাত্ৰা শনিৰ, বুধাদিত্য ৰাজযোগ, ৰাজভোগ কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
November 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন সপ্তাহত চিধা পথেৰে যাত্ৰা শনিৰ, বুধাদিত্য ৰাজযোগ, ৰাজভোগ কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনাৰ বিচাৰত নৱেম্বৰৰ দ্বিতীয় সপ্তাহত কোন কোন ৰাশিৰ জাতকৰ ভাল দিন আৰম্ভ হ’ব? ১১ নৱেম্বৰ ২০২৪ সোমবাৰৰ পৰা ১৭ নৱেম্বৰ ২০২৪ ৰবিবাৰ পৰ্যন্ত নতুন সপ্তাহত বক্ৰী চলন এৰি মাৰ্গী হ’ব শনি৷ শনি বৰ্তমান কুম্ভ ৰাশিত বিপৰীতমুখী চলনত আছে৷ আগন্তুক ১৫ নৱেম্বৰত বক্ৰীদশা এৰি শনি চিধাপথলৈ আহিব৷ অৰ্থাৎ মাৰ্গী হ’ব শনি৷ নিজৰ ৰাশি কুম্ভত চিধা পথেৰে আহি শনিৰ শুভ ফল দিয়াৰ ক্ষমতা বাঢ়িব৷ এই এই সপ্তাহত তুলা ৰাশি এৰি সূৰ্যই বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ তাতেই পূৰ্বৰে পৰাই আছে বুধ৷ বুধ আৰু সূৰ্যৰ মিলনত বৃশ্চিক ৰাশিত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ জানি থওক এই শুভ যোগৰ প্ৰভাৱত চলিত সপ্তাহত কোন কোন ৰাশিৰ জাতকৰ ভাগ্য খুলিব?

বৃষ ৰাশি

শনিয়ে চিধা চলন আৰম্ভ কৰিলে তাৰ প্ৰভাৱ নানান দিশৰ পৰা লাভৱান হ’ব বৃষ ৰাশিৰ জাতক৷ আপোনাৰ পেছাগত জীৱনৰ সকলো বাধা এই সময়ত দূৰ হৈ যাব৷ নিজৰ বাকী থকা সকলো কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব৷ এই সপ্তাহত আপোনাৰ জীৱনৰ সুখ আৰু সমৃদ্ধিৰ জোৱাৰত ভাহিব৷ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে৷ নতুন সপ্তাহত তীৰ্থযাত্ৰাৰ যোগ আছে৷ আৰ্থিকভাৱেও লাভৱান হ’ব আপুনি৷

সিংহ ৰাশি

নৱেম্বৰৰ দ্বিতীয় সপ্তাহত বিভিন্নভাৱে লাভৱান হ’ব সিংহ ৰাশিৰ জাতক৷ যি কামতেই হাত দিয়ে তাতেই সাফল্য পাব আপুনি৷ মনৰ পৰা টেনছন কমি গৈ শান্তি পাব৷ জীৱনৰ কোনো বৃহৎ সমস্যৰ সমাধান বিচাৰি পাব সিংহ ৰাশিৰ জাতকে৷ ব্যৱসায়ীসকলে এই বিশেষ সাফল্য পাব পাৰে৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আলাপ হ’ব৷ এই সপ্তাহত প্ৰেম জীৱন ভাল হ’ব৷

তুলা ৰাশি

১১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহৰ প্ৰেম আহিব তুলা ৰাশিৰ জাতকলৈ৷ ঘনিষ্ঠ বন্ধুবন্ধুৰ সৈতে এই সপ্তাহত আপোনাৰ দেখা হ’ব৷ বন্ধুৰ সৈতে খুব আনন্দ কৰি সময় কটাব পাৰিব৷ চাকৰিয়ালে অফিচত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ আৰু ভাল কোনো চাকৰিৰ প্ৰস্তাৱ আপুনি পাব পাৰে৷ ৰৈ থকা কোনো চৰকাৰী কাম আপুনি সম্পূৰ্ণ কৰিব পাৰে৷ দাম্পত্য জীৱন সুখৰ হ’ব৷

ধনু ৰাশি

বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত উন্নতিৰ সুযোগ পাব ধনু ৰাশিৰ জাতকে৷ এই সুযোগত আপুনি হাতৰ পৰা নেহেৰুৱাব৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি বৃহৎ সাফল্য আৰু সন্মান লাভ কৰিব৷ সপ্তাহৰ দ্বিতীয়াৰ্ধত আপুনি ৰিলেক্স কৰিব৷ কাৰ্যালয়ত আপুনি কামৰ প্ৰশংসা পাব৷ প্ৰেম জীৱনতো কিছু পজিটিভ পৰিবৰ্তন দেখা পাব ধনু ৰাশিৰ জাতকে৷

মীন ৰাশি

শনি মাৰ্গী হ’লে এই সপ্তাহত ভাগ্যৰ চকা ঘূৰিব মীন ৰাশিৰ জাতকে৷ নিজৰ কঠিন পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব আপুনি৷ ব্যৱসায়ত কাংখিত সাফল্য লাভ কৰিব৷ এই সপ্তাহৰ মাজত কিছু অপ্ৰয়োজনীয় কামত আপুনি জড়িত হৈ পৰিব পাৰে৷ এই সময়ত বিনিয়োগ কৰিলে তাৰ ফল পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে আলাপ হ’ব৷ আপোনাৰ ভৱিষ্যতৰ বাবে লাভজনক হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
Next Post
মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি

মুক্তিৰ পূৰ্বেই ১২০০ কোটি উপাৰ্জন! পুষ্পা-২ত আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক শুনিলে চমকি উঠিব আপুনি

৫০ লাখৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

৫০ লাখৰ Home Loanৰ প্ৰয়োজন? মাহিলী কিমান দৰমহা পালে বেংকে আপোনাক এই ঋণ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.