• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তেজত ইউৰিক এচিডৰ লেবেল কিমান হ’ব লাগে? ইউৰিক এছিড বাঢ়িলে কি ঘৰুৱা উপায়েৰে প্ৰতিকাৰ কৰিব?

তেজত ইউৰিক এচিডৰ লেবেল কিমান হ’ব লাগে? ইউৰিক এছিড বাঢ়িলে কি ঘৰুৱা উপায়েৰে প্ৰতিকাৰ কৰিব?

2 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

40 minutes ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

1 hour ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

2 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

3 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

4 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

5 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

6 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

8 hours ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

19 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

20 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তেজত ইউৰিক এচিডৰ লেবেল কিমান হ’ব লাগে? ইউৰিক এছিড বাঢ়িলে কি ঘৰুৱা উপায়েৰে প্ৰতিকাৰ কৰিব?

তেজত ইউৰিক এচিডৰ লেবেল কিমান হ'ব লাগে? ইউৰিক এছিড বাঢ়িলে কি ঘৰুৱা উপায়েৰে প্ৰতিকাৰ কৰিব?

editor by editor
November 18, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
তেজত ইউৰিক এচিডৰ লেবেল কিমান হ’ব লাগে? ইউৰিক এছিড বাঢ়িলে কি ঘৰুৱা উপায়েৰে প্ৰতিকাৰ কৰিব?
0
SHARES
600
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডায়াবেটিচ, উচ্চ ৰক্তচাপ, থাইৰইড, হৃদৰোগ, ইউৰিক এচিড বঢ়া আদি ৰোগ এতিয়া প্ৰায়সংখ্যক লোকৰেই মূল সমস্যা। ইউৰিক এছিড বৃদ্ধিৰ সমস্যা বহু পৰিমানে বৃদ্ধি হৈছে। ইউৰিক এছিড বাঢ়িলে সাধাৰণতে পোৱা অসুবিধাসমূহৰ ভিতৰত, খোজ কঢ়াত অসুবিধা, ভৰি-হাত ফুলা আদি সমস্যাই দেখা দিয়ে। সাধাৰণতে ইউৰিক এচিড বৃদ্ধিৰ মূলতে হৈছে আমাৰ খাদ্যভাষ। ইউৰিক এচিড বৃদ্ধি হ’লে, বৃক্ক আৰু হৃদযন্ত্ৰ বিকল হোৱাৰো আশংকা থাকে। এজন মানুহৰ শৰীৰত কিমান পৰিমানৰ ইউৰিক এচিড থাকিব লাগে?

ইউৰিক এচিড কিমান থাকিব লাগে?

মহিলাৰ ক্ষেত্ৰত ইউৰিক এচিডৰ স্তৰ প্ৰতি ডিএলত ৬ মিঃগ্ৰাঃ আৰু পুৰুষৰ ক্ষেত্ৰত প্ৰতি ডিএলত ৭ মিঃগ্ৰাঃ অধিক হ’লে এয়া ভাল লক্ষণ নহয়। ইয়াৰ ফলত গুৰুতৰ ৰোগ হ’ব পাৰে। গাঁঠিৰ বিষ, গাঁঠি ফুলা, গাঁঠিৰ ওচৰৰ ছালৰ ৰং ম্লান পৰা, প্ৰস্ৰাৱত অত্যাধিক গোন্ধ, ওকালি অহা আৰু বমি বমি অনুভৱ হোৱা আদি সমস্যাই দেখা দিব পাৰে। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ আন এটা লক্ষণ হৈছে সঘনাই প্ৰস্ৰাৱ কৰা। ইউৰিক এচিডৰ ঘৰুৱা প্ৰতিকাৰ আছেনে?

ইউৰিক এচিডৰ বাবে ঘৰুৱা প্ৰতিকাৰ

হালধিত কাৰকিউমিন থাকে যি প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ সমৃদ্ধ। প্ৰতিদিনে হালধি মিহলোৱা গাখীৰ খালে ই ৰক্তচাপ আৰু এচিড নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই পাচন তন্ত্ৰকো শক্তিশালী কৰে।

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, গাখীৰত অতি কম পৰিমাণত প্ৰুৰিন পোৱা যায়। আমাৰ শৰীৰৰ হাড় গাখীৰে শক্তিশালী কৰে। লগতে, আৰ্থ্ৰাইটিছৰ সমস্যাৰ আশংকা কমি আহে।

শৰীৰত থকা ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ, ভিটামিন চি থকা বস্তুবোৰ যিমান সম্ভৱ খাব লাগে। উদাহৰণস্বৰূপে, ভিটামিন চি থকা ফল যেনে কমলা, বিলাহী, নেমু ইত্যাদি দৈনিক খাব পাৰে। ভিটামিন চি থকা বস্তু খালে ইউৰিক এচিড সহজে আৰু কম সময়ৰ ভিতৰত নিয়ন্ত্ৰণ কৰিব পাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

June 17, 2026
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!
বাণিজ্য

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

June 17, 2026
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!
বিনোদন

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

June 17, 2026
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
Next Post
সাৱধান! ভুলতো মানিবেগত নথব এইসমূহ সামগ্ৰী, চৰম অৰ্থাভাৱে দেখা দিব পাৰে

সাৱধান! ভুলতো মানিবেগত নথব এইসমূহ সামগ্ৰী, চৰম অৰ্থাভাৱে দেখা দিব পাৰে

নৱপঞ্চম ৰাজযোগৰ সুফল পাব ৫ৰাশিয়ে, জীৱনত হঠাৎ উন্নতি এইকেইটা ৰাশিৰ

নৱপঞ্চম ৰাজযোগৰ সুফল পাব ৫ৰাশিয়ে, জীৱনত হঠাৎ উন্নতি এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.