• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

2 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

3 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

3 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

4 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

4 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

5 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

6 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

7 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

7 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

8 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

9 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
February 4, 2025
in জীৱনশৈলী
0
ৰবি আৰু সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ ফল, ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫ফেব্ৰুৱাৰী ২০২৫ বুধবাৰে চন্দ্ৰই মেষ ৰাশি ত্যাগ কৰি বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি৷ কাইলৈ নিশা ১২ বাজি ৩৫ মিনিট পৰ্যন্ত অষ্টমী তিথি থাকিব৷ তাৰপাছতেই মাঘৰ শুক্লা নৱমী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ শুক্লা যোগ আৰু ব্ৰহ্মা যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে ভৰণী আৰু পাছত কৃত্তিকা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ আনন্দেৰে দিন কটাব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মনৰ কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব৷ গণেশৰ আশীৰ্বাদত কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ কাইলৈ কোনো ডাঙৰ ব্যৱসায়িক চুক্তি চূড়ান্ত কৰিব পাৰে৷ যিসকলে উচ্চশিক্ষা বা পেছাগত প্ৰয়োজনত বিদেশলৈ যাবলৈ ইচ্ছুক তেওঁলোকৰ মনৰ ইচ্ছা এইবাৰ পূৰণ হ’ব৷ চাকৰিয়ালৰ দৰমহা বাঢ়িব পাৰে৷

মিথুন ৰাশি

কাইলৈ দিনটো মিথুন ৰাশিৰ জাতকৰ বাবে সকলো কামেই শুভ ফলদায়ী হ’ব৷ দীৰ্ঘদিনৰ পাবলগীয়া ধন কাইলৈ উভতাই পাব পাৰে৷ সংগীৰ সৈতে ভুল বুজাবুজিৰ অৱসান হ’ব৷ কাইলৈ বহু দিনৰ মূৰত কোনো পুৰণি কোনো বন্ধুৰ সৈতে দেখা হ’ব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনৰ পুৰণি দিনৰ সুখস্মৃতি সজীৱ হৈ উঠিব৷ কাইলৈ কাৰ্যালয়ত ছিনিয়ৰৰ পূৰ্ণ সহযোগীতা লাভ কৰিব৷

কৰ্কট ৰাশি

৫ ফেব্ৰুৱাৰী শুভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ কোনো পুৰণি অসুখৰ পৰা মুক্তি পাব পাৰে৷ গণপতিৰ কৃপাত আপোনাৰ সন্মুখত উপাৰ্জনৰ নতুন পথ খুল খাব৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব কৰ্কট ৰাশিৰ জাতকৰ সন্মুখত৷ মাটিত বিনিয়োগ কৰিলে তাৰপৰা আপুনি ভাল লাভ পাব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকে কাইলৈ নিজৰ জীৱনৰ বহু সমস্যাৰ সমাধান পাব৷ ইয়াৰ ফলত মনত শান্তি পাব আপুনি৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ দুজনে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ কাইলৈ ছুটিত অনলাইন শ্বপিং কৰিব তুলা ৰাশিৰ জাতকে৷ আদালতত গোচৰ চলিলে তাৰ পৰা মুক্তি পাব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকে সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷ পিতৃ মাতৃৰ সৈতে কাইলৈ কোনো আত্মীয়ৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ নববিবাহিত দম্পত্তিসকলৰ ঘৰলৈ কোনো বিশেষ অতিথিৰ আগমন হ’ব পাৰে৷ ইয়াৰ ফলত কুম্ভ ৰাশিৰ জাতকৰ ঘৰত কাইলৈ আনন্দৰ পৰিবেশ থাকিব৷ ব্যৱসায়ত মোটা লাভ কৰাৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

September 23, 2026
Next Post
প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

প্ৰতি সন্ধিয়া ঘৰৰ এই ৬ স্থানত প্ৰদীপ জ্বলাওক, সুখী হৈ নিজেই লক্ষ্মীয়ে প্ৰৱেশ কৰিব ঘৰত

পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং

পুনৰ অভিষেক শৰ্মাৰ ৰেকৰ্ড, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অবিশ্বাস্য ৰেংকিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.