• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা অষ্টমীত ধ্ৰুৱ যোগ, শুক্ৰবাৰে লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ৰাশিৰ ঘৰত

কৃষ্ণা অষ্টমীত ধ্ৰুৱ যোগ, শুক্ৰবাৰে লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ৰাশিৰ ঘৰত

2 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

2 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

2 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

3 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

4 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

4 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

6 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

7 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

7 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কৃষ্ণা অষ্টমীত ধ্ৰুৱ যোগ, শুক্ৰবাৰে লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ৰাশিৰ ঘৰত

কৃষ্ণা অষ্টমীত ধ্ৰুৱ যোগ, শুক্ৰবাৰে লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ৰাশিৰ ঘৰত

editor by editor
February 21, 2025
in বিবিধ, লেখা
0
কৃষ্ণা অষ্টমীত ধ্ৰুৱ যোগ, শুক্ৰবাৰে লক্ষ্মীৰ কৃপাত সম্পদ উপচি পৰিব ৫ৰাশিৰ ঘৰত
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২১ ফেব্ৰুৱাৰী ২০২৫ শুকুৰবাৰ৷ চন্দ্ৰই আজি দিনজুৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি ফাগুনৰ কৃষ্ণা অষ্টমী তিথি৷ আজি পুৱা ১১ বাজি ৫৭ মিনিট পৰ্যন্ত কৃষ্ণা অষ্টমী তিথি থাকিব৷ তাৰপাছতেই আৰম্ভ হ’ব কৃষ্ণা নৱমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি ব্যাঘাত যোগ আৰু হৰ্ষণা যোগৰ প্ৰভাৱ থাকিব৷ ইয়াৰোপৰি আজি থাকিব প্ৰথমে শুক্ৰ আৰু বৃহস্পতিৰ ৰাশি পৰিবৰ্তন যোগ৷ আজি প্ৰথমে আছে অনুৰাধা আৰু পাছত জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শুক্ৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

আজি ২১ ফেব্ৰুৱাৰী দুৰ্দান্ত দিন কটাব বৃষ ৰাশিৰ জাতকে৷ আজি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব আপুনি৷ নিজৰ পেছাগত জীৱনত কোনো ভাল খবৰ পাব পাৰে৷ কাৰ্যালয়ত ছিনিয়ৰ আৰু বছৰ সমৰ্থন থাকিব আপোনাৰ ওপৰত৷ নিজৰ বুদ্ধিৰ জোৰত কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ লক্ষ্মীৰ কৃপাৰ নিজৰ অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

আজি ৰাশি পৰিবৰ্তন যোগৰ ভাগ্য খুলিব কৰ্কট ৰাশিৰ জাতকৰ৷ আজি আপুনি নিজৰ লক্ষ্যৰ দিশত সহজেই আগুৱাই যাব৷ কোনো আইনী গোচৰত জয়ী হ’ব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ আপোনাৰ প্ৰতিভাৰে আজি কৰ্মক্ষেত্ৰত সকলোকে মুগ্ধ কৰিব৷ অফিচত আজি আপোনাৰ অৱস্থান বহু পৰিমানে উন্নত হ’ব৷

তুলা ৰাশি

আজি হৰ্ষণা যোগৰ প্ৰভাৱত স্পেছিয়েল দিন আৰম্ভ হ’ব তুলা ৰাশিৰ জাতকৰ৷ আজি মোটা আৰ্থিক লাভ কৰাৰ সুযোগ পাব৷ আজি আপোনাৰ মনত সুখ আৰু সন্তুষ্টিৰে কাম কৰিব৷ নতুন বন্ধুৰ আগমন হ’ব৷ যিসকলে চাকৰি বিচাৰি আছে, আজি নিজৰ যোগ্যতা অনুসৰি চাকৰি পাব পাৰে৷ সমাজত আজি সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব তুলা ৰাশিৰ জাতকৰ৷

মকৰ ৰাশি

অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত আজি শুভ দিন চলিব মকৰ ৰাশিৰ জাতকৰ৷ আজি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত শুভ ফল পাব মকৰ ৰাশিৰ জাতকে৷ আজি আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ কেৰিয়াৰত বৃহৎ উন্নতিৰ যোগ আছে৷ চাকৰি বা পঢ়াশুনাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷

মীন ৰাশি

আজি ২১ ফেব্ৰুৱাৰী শুকুৰবাৰে মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ আজি আপোনাৰ মনৰ সকলো ইচ্ছাপূৰ্ণ হ’ব পাৰে৷ ব্যৱসায়ত বৃহৎ সাফল্য পোৱাৰ যোগ আছে আপোনাৰ৷ আজি অসহায় দৰিদ্ৰক সহায়ৰ হাত আগবঢ়াই দিব মীন ৰাশিৰ জাতকে৷ প্ৰেম জীৱনৰ বাবে আজিৰ দিনটো খুবেই ভাল৷ সংগীৰ সৈতে ৰোমাণ্টিত ডিনাৰলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest News Portal in AssamBest News Portal of Assamdaily horoscope for today in assamese
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
মহাকুম্ভত মহিলাই স্নান কৰা ভিডিঅ’ বিক্ৰি হৈছে ২০০০-৩০০০ টকাত, কোনকেইটা চাইটত প্ৰকাশ পাইছে এই বেআইনী ভিডিঅ’?  এক্সন মুড অন UP আৰক্ষীৰ, কি হ’ব শাস্তি?

মহাকুম্ভত মহিলাই স্নান কৰা ভিডিঅ’ বিক্ৰি হৈছে ২০০০-৩০০০ টকাত, কোনকেইটা চাইটত প্ৰকাশ পাইছে এই বেআইনী ভিডিঅ’? এক্সন মুড অন UP আৰক্ষীৰ, কি হ’ব শাস্তি?

দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই!NCERT-ক আবেদন জনালে কেন্দ্ৰই

দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই!NCERT-ক আবেদন জনালে কেন্দ্ৰই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.