• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-নিউজিলেণ্ডৰ মহাৰণ, কোনে হাতত তুলি ল’ব ট্ৰফী? জ্যোতিষীয়ে কৰিলে মহাভৱিষ্যদ্বাণী

ভাৰত-নিউজিলেণ্ডৰ মহাৰণ, কোনে হাতত তুলি ল’ব ট্ৰফী? জ্যোতিষীয়ে কৰিলে মহাভৱিষ্যদ্বাণী

1 year ago
অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

অমৰনাথ যাত্ৰাৰ ৰেজিষ্ট্ৰেচন আৰম্ভ হ’ব এপ্ৰিলতেই, যোৱাৰ প্লেন থাকিলে জানি থওক ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াৰ সবিশেষ

16 minutes ago
জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

জন্মনিয়ন্ত্ৰক ঔষধ বা অস্ত্ৰোপচাৰৰ প্ৰয়োজন নাই, পুৰুষৰ বাবে গৰ্ভনিৰোধক তৈয়াৰ কৰিলে বিজ্ঞানীয়ে

45 minutes ago
গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

গোচৰ কৰিব মঙ্গলে, কেতুৰ সৈতে জোট বান্ধি মঙ্গলে ভাল খবৰ আনিব ৪ৰাশিলৈ, ভাগ্য পৰিবৰ্তন হ’ব কোন ৪ৰাশিৰ জাতকৰ?

1 hour ago
সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

সাজু হওক৷ ১০ বাজি ৩০ মিনিটৰ লগে লগেই ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল, জানি থওক কোন ১৬টা ৱেবচাইটত পাব ৰিজাল্ট?

2 hours ago
অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

অনন্ত আম্বানীৰ ওপজা দিনৰ ছলমান খানৰ বিশেষ পোষ্ট, শ্বাহৰুখেও জনালে শুভেচ্ছা, ওপজা দিন উপলক্ষে কি কি আয়োজন এছিয়াৰ ধনী ব্যক্তিৰ পুত্ৰৰ

2 hours ago
শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

শুক্ৰবাৰো লক্ষ্মীবাৰ, সমসপ্তক যোগত মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

2 hours ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

12 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

12 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

13 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

13 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

14 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ভাৰত-নিউজিলেণ্ডৰ মহাৰণ, কোনে হাতত তুলি ল’ব ট্ৰফী? জ্যোতিষীয়ে কৰিলে মহাভৱিষ্যদ্বাণী

ভাৰত-নিউজিলেণ্ডৰ মহাৰণ, কোনে হাতত তুলি ল'ব ট্ৰফী? জ্যোতিষীয়ে কৰিলে মহাভৱিষ্যদ্বাণী

editor by editor
March 9, 2025
in Uncategorized, ক্ৰীড়া
0
ভাৰত-নিউজিলেণ্ডৰ মহাৰণ, কোনে হাতত তুলি ল’ব ট্ৰফী? জ্যোতিষীয়ে কৰিলে মহাভৱিষ্যদ্বাণী
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ICCচেম্পিয়নছ ট্ৰফীৰ ফাইনেলত আজি নিউজিলেণ্ডৰ মুখামুখি হৈছে ভাৰত। এই খেলত কোন জয়ী হব। ট্ৰফি জয় কেৱল খেলৰ ওপৰতেই নিৰ্ভৰ নকৰে। ট্ৰফী জয়ৰ সৈতে জড়িত হৈ আছে ভাগ্যৰ খেলো। ট্ৰফী জয়ৰ বাবে দৰকাৰ ভাগ্যৰ সহায়তাৰো। আজি ভাগ্যই সংগ দিবনে ভাৰতীয় দলক? ৰোহিত শৰ্মাৰ দলৰ খেলুৱৈয়ে টক্কৰ দিব পাৰিবনে নিউজিলেণ্ড বাহিনীক? কি কৈছে জ্যোতিষীয়ে?

জ্যোতিষশাস্ত্ৰ অনুসৰি নিউজিলেণ্ডে যি খেলুৱৈৰ ওপৰত বেছি নজৰ ৰাখিছে তেওঁৰ নাম হৈছে মিচেল ছেন্টনাৰ। বুধ, শুক্ৰ আৰু কেতুৰ অৱস্থানে কৈছে, চেণ্টনাৰে আজি ভাল খেল দেখুৱাব। অৱশ্যে তেওঁৰ ক্ষেত্ৰত এটা বাধাও আছে। সেয়া হৈছে তৃতীয় ঘৰত কেতুৰ অৱস্থান। কেতুৰ অৱস্থানৰ বাবে অবাঞ্চিত আঘাত লাগিব পাৰে।

ভাৰতে যি খেলুৱৈৰ ওপৰত সকলোতকৈ বেছি নজৰ ৰাখিছে তেওঁ হৈছে ৰোহিত শৰ্মা। জ্য়োতিষ শাস্ত্ৰ অনুসৰি এতিয়া ৰাহুৰ মহাদশা আৰু বুধৰ অন্তৰ্দশা একে লগেই চলি আছে। এই ধৰণৰ অৱস্থানে মানুহৰ জীৱনলৈ সাফল্য আনে। ইয়াৰোপৰি তেওঁৰ ষষ্ঠ ঘৰত অৱস্থান কৰিছে সূৰ্যই। যিয়ে পৰিকল্পনাৰ সফল ৰূপায়ণত সহায় কৰে।

সকলো মিলি বিভিন্ন গ্ৰহৰ অৱস্থান ভাৰতৰ পক্ষে। ইয়াৰোপৰি আজি ৯ মাৰ্চত আছে শ্ৰীবৎস যোগ। পুষ্য বা পূষম বা পূয়ম নক্ষত্ৰ যেতিয়া দেওবাৰ পৰে তেতিয়াই এই যোগে দেখা দিয়ে। শ্ৰীবৎস যোগ বিজয় আৰু সাফল্যৰ প্ৰতীক। ইয়াৰোপৰি এইদিনটোত চন্দ্ৰ আৰু শুক্ৰ পৰস্পৰৰ ৬০ ডিগ্ৰী কোণত অৱস্থান কৰিব যিয়ে ভাৰতক চাপ থাকিলেও জয় কঢ়িয়াই অনাত সহায় কৰিব। সকলো মিলি গ্ৰহ নক্ষত্ৰৰ অৱস্থানে ইংগিত কৰিছে ফাইনেলত চেম্পিয়ন্স ট্ৰফী উঠিব ৰোহিতৰ হাততেই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত
ক্ৰীড়া

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

April 9, 2026
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত
ক্ৰীড়া

পাকিস্তান ছুপাৰ লিগৰ মাজতে অষ্ট্ৰেলিয়াত গ্ৰেপ্তাৰ ৱাৰ্নাৰ! জামিনত মুক্তি পালেও হাজিৰ হ’ব লাগিব আদালতত

April 8, 2026
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
Next Post
হোলিৰ পাছতেই ৩ৰাশিৰ দুঃখৰ দিন শেষ! সূৰ্যৰ ঘৰ সলনিত ধন সুখ আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

হোলিৰ পাছতেই ৩ৰাশিৰ দুঃখৰ দিন শেষ! সূৰ্যৰ ঘৰ সলনিত ধন সুখ আহিব এইকেইটা ৰাশিৰ জীৱনলৈ

মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা  IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

মাধ্যমিক-উচ্চমাধ্যমিকত চকুত লগা নম্বৰ, আগশাৰীৰ চাকৰি এৰি ভাইৰেল হোৱা IIT Babaৰ মাৰ্কশ্বিট দেখিলেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.