• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

2 years ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

28 minutes ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

1 hour ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

1 hour ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

2 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

3 hours ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

4 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

4 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

5 hours ago
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

6 hours ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

7 hours ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

8 hours ago
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

editor by editor
April 24, 2025
in জীৱনশৈলী
0
স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?
0
SHARES
849
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু আৰু কাশ্মীৰৰ পহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই পাকিস্তানৰ কঠোৰ হৈছে ভাৰত চৰকাৰ৷ পাকিস্তানৰ বিৰুদ্ধে একাধিক কাঢ়া সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে৷ বন্ধ কৰি দিয়া হৈছে আটাৰি-ৱাঘা সীমান্তও৷  এই সীমান্তৰেই পাকিস্তানৰ সৈতে ভাৰতৰ বাণিজ্যিক লেন দেন চলে৷ এই সীমান্ত বন্ধ হোৱাৰ লগে লগেই ভাৰতৰ সৈতে পাকিস্তানৰ বাণিজ্যিক সম্পৰ্কতো বাধা আহিছে৷ বহু পণ্যৰ আমদানি আৰু ৰপ্তানী বন্ধ হৈ যাব বুলি জনাইছে বাণিজ্যিক বিশেষজ্ঞই৷ ক্ষতিগ্ৰস্থ হ’ব পাৰে দুই দেশৰেই অৰ্থনীতি৷ বিশেষজ্ঞৰ ধাৰণা যে ইয়াৰ ফলত পাকিস্তানৰেই সমস্যা বেছি হ’ব পাৰে৷

অমৃতসৰৰ পৰা মাত্ৰ ২৮ কিঃমিঃ দূৰৈত আটাৰী ভাৰতৰ প্রথম স্থলবন্দৰ৷ পাকিস্তানৰ সৈতে স্থলপথেৰে এয়া একমাত্ৰ পথ যি পথেৰে ভাৰতৰ বাণিজ্যৰ অনুমতি আছে৷ ১২০ একৰ মাটিত বিস্তৃত এক নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত আটাৰী ভাৰত-পাকিস্তানৰ বাণিজ্যৰ অন্যতম কাণ্ডাৰী৷ আফগানিস্তানৰ পণ্য আমদানিৰ ক্ষেত্ৰতো আটাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷

পৰিসংখ্যাই কৈছে ২০২৩-২৪চনত আটাৰী-ৱাঘা সীমান্তৰে মুঠ ৩,৮৮৬.৫৩ কোটি টকাৰ বাণিজ্য হৈছে৷ ৭১, ৫৬৩ জন মানুহে এবছৰত এই সীমান্ত দি যাতায়াত কৰিছে৷ ভাৰতৰ পৰা যি সমস্ত পণ্য এই পথেৰে পাকিস্তানলৈ ৰপ্তানী কৰা হৈছে৷ তাৰ মাজত উল্লেখযোগ্য হৈছে ছয়াবিন, মুৰ্গীৰ দানা, পাচলি, শুকান জলকীয়া, প্লাষ্টিক দানা, সুঁতা আদি৷ ইয়াৰোপৰি পাকিস্তান আৰু আফগানিস্তানৰ পৰা এই পথেৰে ভাৰতলৈ আহে মূলত শুকান ফল, খেজুৰ, চিমেণ্ট, জিপছাম, কাচ, নিমখ বা ব্লেক ছল্ট আদি নানান প্ৰকাৰৰ ঔষধ৷ সীমান্ত বন্ধ হৈ গ’লে এই সমস্ত পণ্যৰ আদানপ্ৰদানৰো সমস্যা হ’ব৷ বিশেষকৈ এই ধৰণৰ সৰু আৰু মাঝাৰি শিল্পৰ ওপৰত নিৰ্ভৰ কৰি যিসকল চলি আছিল তেওঁলোকৰ সমস্যা হ’ব পাৰে বুলি জনাইছে বিশেষজ্ঞই৷

২০১৮-১৯ চনত ভাৰত আৰু পাকিস্তানৰ মাজত বাণিজ্য তুলনামূলকভাৱে কমি গৈছে৷ ভাৰতৰ আটাৰী সীমান্ত বন্ধৰ সিদ্ধান্তই এই বাণিজ্যত আৰু প্ৰভাৱ পেলাব পাৰে বুলি অনুমান কৰিছে বিশেষজ্ঞই৷ আফগানিস্তানৰ পণ্য আমদানিতো ইয়াৰ প্ৰভাৱ পৰিব৷

পহেলগামৰ সন্ত্ৰাসী আক্ৰমণত ২৬গৰাকীকৈ পৰ্যটকে প্ৰাণ হেৰুৱাইছে৷ ২৫ গৰাকী ভাৰতীয় আৰু এজন নেপালী নাগৰিক আছে মৃতকৰ তালিকাত৷ পাকিস্তানে এই আক্ৰমণৰ সৈতে তেওঁলোকৰ কোনো যোগাযোগ নাই বুলি দাবী কৰিলেও পাক সন্ত্ৰাসবাদী গোষ্ঠী TRFয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

October 27, 2026
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত
জীৱনশৈলী

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

October 26, 2026
Next Post
বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.