• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমগৰাকী ভাৰতীয় মহিলা, ১৯ বছৰীয়া দিব্যাই জয় কৰিলে দবা বিশ্বকাপ

প্ৰথমগৰাকী ভাৰতীয় মহিলা, ১৯ বছৰীয়া দিব্যাই জয় কৰিলে দবা বিশ্বকাপ

10 months ago
8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

48 minutes ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

1 hour ago
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

2 hours ago
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

2 hours ago
বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

বিকিৰ লগত সুখী নহয় নেকি কেটৰিনা? জন্মদিনত এয়া কি ক’লে জানক

3 hours ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

4 hours ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

4 hours ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

17 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

17 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

18 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

18 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

প্ৰথমগৰাকী ভাৰতীয় মহিলা, ১৯ বছৰীয়া দিব্যাই জয় কৰিলে দবা বিশ্বকাপ

editor by editor
July 28, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
প্ৰথমগৰাকী ভাৰতীয় মহিলা, ১৯ বছৰীয়া দিব্যাই জয় কৰিলে দবা বিশ্বকাপ
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমগৰাকী ভাৰতীয় মহিলা, ১৯ বছৰীয়া দিব্যাই জয় কৰিলে দবা বিশ্বকাপ

১৯ বছৰীয়া দিব্যা দেশমুখে ভাৰতবৰ্ষলৈ কঢ়িয়াই আনিছে বিশেষ সন্মান। প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে দিব্যাই লাভ কৰিছে মহিলা দবা বিশ্বকাপ ২০২৫ৰ খিতাপ। মাত্ৰ ১৯ বছৰ বয়সতে দিব্যাই লাভ কৰিছে এই সফলতা।

জৰ্জিয়াত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেলত ভাৰতৰে আনএগৰাকী কিংবদন্তি খেলুৱৈ ৩৮ বছৰীয়া কনেৰু হাম্পিক পৰাস্ত কৰি এই খিতাপ অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ দবা বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা তাৰকা হিচাপে পৰিগণিত হয়।

উল্লেখ্য যে, এইবাৰ বিশ্বকাপৰ ফাইনেলত দুয়োগৰাকী ভাৰতীয় মহিলাই প্ৰৱেশ কৰিছিল। যাৰ ফলত এইটো নিশ্চিত হৈ পৰিছিল যে, যি গৰাকীয়েই এইবাৰৰ খিতাপ লাভ নকেৰ কিয়, তেঁও হৈ পৰিব দবা মহিলা বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

সেই সফলতা লাভ কৰে ১৯ বছৰীয়া দিব্যা দেশমুখে। বিগত বৰ্ষতো দিব্যাই জুনিয়ৰ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছিল। এইবাৰ চিনিয়ৰ লেভেলতো এই খিতাপ দখল কৰে। কেৱল এয়াই নহয়, এই খিতাপ জয়ৰ লগে লগে দিব্যা এতিয়া ভাৰতৰ চতুৰ্থ মহিলা গ্ৰেণ্ডমাষ্টাৰ হিচাপেও পৰিগণিত হৈছে।

দিব্যাৰ এই সফলতাত এতিয়া দেশৰ বহু আগশাৰীৰ লোকে শুভেচ্ছা বাণী প্ৰেৰণ কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিশেষ পোষ্টৰ জৰিয়তে দিব্যাক শুভেচ্ছা জ্ঞাপন কৰে লগতে কনেৰু হাম্পিৰো প্ৰশংসা কৰে।

পি এম মোদীয়ে লিখিছে, ‘দুগৰাকী মহান ভাৰতীয় দবা খেলুৱৈৰ মাজত এখন ঐতিহাসিক ফাইনেল’। যুৱা খেলুৱৈ দিব্যা দেশমুখ ২০২৫ চনৰ ফিডে মহিলা বিশ্ব চেম্পিয়ন হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰিছো। এই মহান জয়ৰ বাবে তেওঁক অভিনন্দন, যিয়ে বহু যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব’।

লগতে আৰু লিখিছে যে ‘কনেৰু হাম্পিয়েও সমগ্ৰ চেম্পিয়নশ্বিপত ভাল প্ৰদৰ্শন আগবঢ়াইছিল। দুয়োজন খেলুৱৈকে তেওঁলোকৰ ভৱিষ্যতৰ বাবে শুভকামনা জনাইছো’।

https://x.com/narendramodi/status/1949806090528395523

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Divya DeshmukhFIDE Women's World Chess Champion 2025Indian chess player
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: ৬% increment হ’লে বেচিক পেৰ পৰা হাতলৈ কিমান দৰমহা আহিব?
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, ৮ম দৰমহা আয়োগৰ বৈঠকৰ নতুন সময়সূচী প্ৰকাশ

May 17, 2026
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!
জীৱনশৈলী

বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

May 17, 2026
দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!
জীৱনশৈলী

দিনত ৩ বাৰকৈ ৰং সলনি হোৱা এটা শিৱলিংগ, দৰ্শন কৰিলেই আঁতৰিব জীৱনৰ সকলো সমস্যা!

May 17, 2026
আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক
জীৱনশৈলী

আপোনাৰ পত্নীয়ে আপোনাক কিমান ভাল পায়? জন্মৰ তাৰিখৰ পৰা জানক

May 17, 2026
Next Post
বেডমিণ্টন খেলি থাকোতেই হঠাতে কৰ্টতে ঢলি পৰিল খেলুৱৈ, হাৰ্ট এটেকত নিহত

বেডমিণ্টন খেলি থাকোতেই হঠাতে কৰ্টতে ঢলি পৰিল খেলুৱৈ, হাৰ্ট এটেকত নিহত

কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত

কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.