• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত

কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত

1 year ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

1 hour ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

2 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

2 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

2 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

3 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

4 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

5 hours ago
অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

অষ্টম দৰমহা আয়োগৰ গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

6 hours ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

7 hours ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

7 hours ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত

editor by editor
July 28, 2025
in জীৱনশৈলী, বিনোদন, ভাৰত
0
কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত
0
SHARES
6.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত

কাইলৈ ২৯ জুলাই, মঙলবাৰে গোটেই দিনটো কন্যা ৰাশিত চন্দ্ৰ দেখা যাব। বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওন মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথি। জ্যোতিষৰ মতে কাইলৈ শিৱযোগ আৰু সিদ্ধ যোগৰ দ্বাৰা প্ৰভাৱিত হ’ব। কাইলৈ উত্তৰ ফাল্গুনি নক্ষত্ৰ আৰু হস্ত নক্ষত্ৰৰ দ্বাৰা প্ৰভাৱিত হ’ব।

এই সকলোবোৰ যোগৰ প্ৰভাৱৰ বাবে কাইলৈ এটা বিশেষ দিন হ’বলৈ গৈ আছে। তাতে আৰু হিন্দু ধৰ্মত মঙলবাৰ বজ্ৰংবলীৰ প্ৰিয় দিন। জ্যোতিষৰ মতে কাইলৈ ৫ ৰাশিৰ লোকে জীৱনত বহুত সুখ আৰু সফলতা লাভ কৰিব।

মেষ ৰাশি
কাইলৈ ২৯ জুলাইত মেষ ৰাশিৰ লোকে পাব জীৱনৰ সকলো সুখ আৰু সৌভাগ্য। কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য বাঢ়িব। মেষ ৰাশিৰ লোকৰ সন্মুখত শত্ৰু পৰাজিত হ’ব। কাইলৈ সমাজ জনসেৱাৰ কামতো যোগদান কৰিব পাৰিব। বজ্ৰংবলীৰ আশীৰ্বাদত কাইলৈ চাকৰি পাবলৈ চেষ্টা কৰা সকলে চাকৰি লাভ কৰিব পাৰিব। পৰিয়ালত সুখৰ পৰিবেশৰ সৃষ্টি হ’ব।

মিথুন ৰাশি
সিদ্ধ যোগৰ শুভ প্ৰভাৱৰ বাবে কাইলৈ মিথুন ৰাশিৰ লোকৰ বাবে শুভ হব। কাইলৈ আপুনি আপোনাৰ সকলো কাম সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। শত্ৰুৱে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব। কিন্তু মিথুন ৰাশিৰ লোকৰ বুদ্ধিমত্তাৰ বাবে সেই প্ৰচেষ্টা বিফল হ’ব। আপোনাৰ বুদ্ধিমত্তা আৰু দক্ষতাৰে কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব।

সিংহ ৰাশি
কাইলৈ সিংহ ৰাশিৰ লোকৰ বাবে অতি ভাগ্যৰ দিন হ’ব। কাইলৈ হঠাতে কিবা অতিৰিক্ত উৎসৰ পৰা কিছু টকা পাব পাৰে। চৰকাৰী প্ৰকল্পৰ পৰাও লাভ পাব পাৰে। এতিয়ালৈকে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰা সকলো বাধা আঁতৰি যাব। সিংহ ৰাশিৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সফলতা লাভ কৰিব।

তুলা ৰাশি
কাইলৈ উত্তৰ ফাল্গুনি নক্ষত্ৰৰ প্ৰভাৱত তুলা ৰাশিৰ জনসাধাৰণৰ বাবে অপেক্ষা কৰি আছে এক বৃহৎ সফলতা। কাইলৈ আপোনাৰ জ্ঞান আৰু বুদ্ধিৰ শক্তিৰে সকলো বিপদ অতিক্ৰম কৰিব পাৰিব। কেৰিয়াৰত ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কিছু অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰে। মানসিক চাপ আৰু হতাশা নোহোৱা হৈ যাব আৰু আপুনি সুখী অনুভৱ কৰিব।

মকৰ ৰাশি
গোটেই দিনটো শিৱযোগৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতক জাতিকা সকলে দিনটোত ভাল ফলাফল পাব। কাইলৈ সমাজত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ’ব। কাইলৈ মকৰ ৰাশিসকলে সকলো বিষয়তে নিজৰ কাষত আপোনজনক পাব। কাইলৈ আপুনি যি কামত সফলতা লাভ কৰিব। বিনিয়োগ কৰিলে আপোনাৰ বাবে লাভজনক হ’ব

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyhoroscopeNagpanchami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক
জীৱনশৈলী

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

October 16, 2026
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?
জীৱনশৈলী

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

October 16, 2026
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব
জীৱনশৈলী

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

October 16, 2026
Next Post
পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

নাগ পঞ্চমীত দিনজুৰি শিৱ যোগ, মঙলবাৰে বজৰংবলীৰো আশীৰ্বাদ আছে এই ৫ ৰাশিত

নাগ পঞ্চমীত দিনজুৰি শিৱ যোগ, মঙলবাৰে বজৰংবলীৰো আশীৰ্বাদ আছে এই ৫ ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.