• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেডমিণ্টন খেলি থাকোতেই হঠাতে কৰ্টতে ঢলি পৰিল খেলুৱৈ, হাৰ্ট এটেকত নিহত

বেডমিণ্টন খেলি থাকোতেই হঠাতে কৰ্টতে ঢলি পৰিল খেলুৱৈ, হাৰ্ট এটেকত নিহত

11 months ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

52 minutes ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

2 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

3 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

4 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

4 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

13 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

14 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

15 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

15 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

16 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

16 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বেডমিণ্টন খেলি থাকোতেই হঠাতে কৰ্টতে ঢলি পৰিল খেলুৱৈ, হাৰ্ট এটেকত নিহত

editor by editor
July 28, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বেডমিণ্টন খেলি থাকোতেই হঠাতে কৰ্টতে ঢলি পৰিল খেলুৱৈ, হাৰ্ট এটেকত নিহত
0
SHARES
425
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেডমিণ্টন খেলি থাকোতেই হঠাতে কৰ্টতে ঢলি পৰিল খেলুৱৈ, হাৰ্ট এটেকত নিহত

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা শিহৰণকাৰী ভিডিঅ। বেডমিণ্টন খেলি থাকোতেই কৰ্টতে হাৰ্ট এটেক হৈ ঢলি পৰি মৃত্যু এগৰাকী খেলুৱৈৰ। এই ঘটনা হায়দৰাবাদৰ। দেওবাৰ ২৭ জুলাই তাৰিখে সংঘটিত হয় এই ঘটনা।

গুণ্ডলা ৰাকেশ নামৰ ২৫ বছৰীয়া এগৰাকী বেডমিণ্টন খেলুৱৈৰ এইদৰে কৰুণ মৃত্যু। হায়দৰাবাদৰ নাগোলে ষ্টেডিয়ামত এখন খেলৰ মাজতে হঠাতে ঢলি পৰে খেলুৱৈগৰাকী। সেই পৰাই পৰাই আৰু উঠিব নোৱাৰে, কৰ্টতে প্ৰাণ বায়ু উৰি যায় গুণ্ডলাৰ।

গুণ্ডলা ৰাকেশে হায়দৰাবাদৰ এটা ব্যক্তিগত কোম্পানীৰ চাকৰিয়াল। কামৰ মাজত বিৰতিৰ সময়ত প্ৰায়ে বেডমিণ্টন খেলিছিল গুণ্ডলাই। দেওবাৰেও বন্ধ সূত্ৰে প্ৰতি সপ্তাহৰ দৰে লগৰ সৈতে বেডমিণ্টন খেলিবলৈ গৈছিল। কিন্তু বেডমিণ্টন কৰ্টত গুণ্ডলাৰ বাবে যেন ৰৈ আছিল মৃত্যু।

বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ফুটেজত দেখা গৈছে যে গুণ্ডলা ৰাকেশে নিশা প্ৰায় ৮ মান বজাত ইনড’ৰ ষ্টেডিয়ামত সতীৰ্থৰ সৈতে ডাবলছ মেচ খেলি আছিল। কিন্তু মেচৰ সময়তে শ্বাটলক তুলিবলৈ চেষ্টা কৰোতেই হঠাতে মাটিত ঢলি পৰে।

লগে লগে গুণ্ডলা ৰাকেশৰ কাষলৈ দৌৰি আহে সতীৰ্থ। বহু চেষ্টা কৰি চায়, কিন্তু পুনৰ উঠি নবহে ৰাকেশে। ততাতৈয়াকৈ হস্পিতাললৈও নিয়ে যদিও হাস্পতালত ৰাকেশক মৃত ঘোষণা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Badminton playerHeart Attackviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
Next Post
কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত

কাইলৈ নাগপঞ্চমী, গোটেই দিনটো শিৱ যোগ, বজংবলীৰ বিশেষ আশীৰ্বাদ ৫ ৰাশিৰ ওপৰত

পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

পাছপোৰ্টৰ ম্যাদ ১০ বছৰ, কিন্তু সময়ত এইকেইটা বিষয়ত গুৰুত্ব নাৰাখিলে বাতিল হ’ব পাৰে ভ্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.