• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজ আকাশত যান্ত্ৰিক বিজুতি! ভিয়েনাৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ ডুবাইত জৰুৰী অৱতৰণ

8 months ago
আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক

24 minutes ago
PNB ৰ পৰা ৫০ লাখ টকাৰ হোম লোন পাবলৈ দৰমহা কিমান হোৱা উচিত? EMI কিমান হ’ব?

60 minutes ago
SBIৰ পৰা ৩লাখ টকাৰ Personal Loan লৈছে? ৩ বছৰত শোধ কৰিবলৈ প্ৰতিমাহে EMI কিমান দিব লাগিব?

1 hour ago
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

2 hours ago
৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

‘মই শ্বাহৰুখৰ পুত্ৰৰ ওচৰলৈ গৈছিলো’, কিয় আৰিয়ানৰ কাষ পালে ৰিয়াই?

3 hours ago
বৈশ্বিক পৰ্যায়ত পুনৰ লজ্জানত পাকিস্তান? পাকিস্তানৰ ৰাষ্ট্ৰদূতে উদ্বোধন কৰা জাপানৰ মছজিদ পেলাব ভাঙি

টকাৰ লোভত ললিত মোদীৰ সৈতে বিচ্ছেদ সুস্মিতাৰ! মুখ খুলিছে IPLৰ প্ৰতিষ্ঠাপক ললিত মোদী

4 hours ago
সম্পৰ্কত আহিব বিভেদ, যদি সংগীক জনাই এইবোৰ কথা!

5 hours ago
ফেটি লিভাৰ কেতিয়া বিপদজনক হৈ পৰে? ইয়াৰ লক্ষণ, কাৰণ জানি লওক

গোপনে ফেটি লিভাৰত আক্ৰান্ত হৈছে নেকি? ভুলতো আওকাণ নকৰিব এইবোৰ লক্ষণ

6 hours ago
দেশত কিয় হ্ৰাস পাইছে শিশু জন্মৰ হাৰ? তথ্য জানি হ’ব আচৰিত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজ আকাশত যান্ত্ৰিক বিজুতি! ভিয়েনাৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ ডুবাইত জৰুৰী অৱতৰণ

মাজ আকাশত যান্ত্ৰিক বিজুতি! ভিয়েনাৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ ডুবাইত জৰুৰী অৱতৰণ

editor by editor
October 10, 2025
in জীৱনশৈলী
0
মাজ আকাশত যান্ত্ৰিক বিজুতি! ভিয়েনাৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ ডুবাইত জৰুৰী অৱতৰণ
0
SHARES
108
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজ আকাশত যান্ত্ৰিক বিজুতি ধৰা পৰিছে এয়াৰ ইণ্ডিয়াৰ বিমানত৷ যান্ত্ৰিক বিজুতিৰ উমান পোৱা মাত্ৰকে তাৎক্ষণিকভাৱে অৱতৰণ কৰোৱা হৈছে৷ বৃহস্পতিবাৰে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাৰ পৰা এ আই-১৫৪ বিমানখন নতুনদিল্লীৰ উদ্দেশ্যে ৰাওনা দিয়ে৷ কিন্তু মাজ আকাশতেই হঠাৎ যান্ত্ৰিক ত্ৰুটি বুলি সন্দেহ কৰা হয়৷ পাইলটে লগে লগে এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে যোগাযোগ কৰি অৱতৰণৰ অনুমতি বিচাৰে৷

জনা গৈছে যে পাইলটৰ পৰা বাৰ্তা পায়েই বিমানখন ডুবাইৰ দিশলৈ ঘূৰাই দিয়া হয়৷ তাৰপিছতেই তাত নিৰাপদে অৱতৰণো কৰা হয় বুলি জনাইছে বিমান সংস্থা সূত্ৰই৷ ডুবাইত বিমানখন ভালধৰণে পৰীক্ষা কৰাও হৈছে৷ যাত্ৰীসকলক বিমানৰ পৰা নমাই সকলো যাৱতীয় পৰীক্ষা কৰা হৈছে বিমানখনৰ৷ পৰীক্ষা সমাপ্ত হোৱাত সকলো ঠিকে থকাৰ সেউজ সংকেত পোৱাৰ পাছতহে যাত্ৰা কৰে বিমানখনে৷ শুকুৰবাৰে বিমানখন পুনৰ দিল্লী অভিমুখে ৰাওনা হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আশ্ৰমলৈ মাতি ধৰ্মৰ পথ দেখুৱাই, তাৰপিছতেই গাখীৰত বিশেষ দ্ৰব্য মিহলাই অচেতন কৰে যুৱতীক, যুৱতীৰ সৈতে বাৰে বাৰে কৰে এই ঘৃণনীয় কাম, অৱশেষত গ্ৰেপ্তাৰ হোৱা IIT বাবাৰ সবিশেষ কাণ্ড জানি থওক
অপৰাধ

June 3, 2026
আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি
জীৱনশৈলী

আগন্তুক সপ্তাহত পুষ্য নক্ষত্ৰত শুক্ৰ, সন্মুখত বিপদ, সাৱধানে থাকিব এই ৫ৰাশি

June 3, 2026
৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত
জীৱনশৈলী

৮জুনৰ পৰাই ভাল সময়, সাফল্য লাভৰ ডাঙৰ সুযোগ আহিছে এইকেইটা ৰাশিৰ সন্মুখত

June 3, 2026
নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’
জীৱনশৈলী

নিৰাপত্তাবলয় ভাঙি ৰামচৰণ আৰু জাহ্নৱীৰ ওপৰত পৰিল যুৱক, দুই তাৰকাৰ জীৱন কোনে ৰক্ষা কৰিয়ে? চাওক ভাইৰেল ভিডিঅ’

June 3, 2026
Next Post
২০২৬ ত তুংগত উঠিব শনিৰ চাৰে সাতিৰ প্ৰভাৱ, জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব ৩ ৰাশিৰ

কালীপূজাৰ পাছতেই নিজৰ ৰাশিত মঙ্গল, মাটিও সোণ হ’ব কন্যাসহ কোন কোন ৰাশিৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন