কাইলৈ ১১ ডিচেম্বৰ ২০২৫ বৃহস্পতিবাৰে চন্দ্রই সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ কৃষ্ণা সপ্তমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বিষকুম্ভ যোগ আৰু প্ৰীতি যোগৰ প্রভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে লক্ষ্মী আৰু নাৰায়ণৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
১১ ডিচেম্বৰ মেষ ৰাশিফল
কাইলৈ ১১ ডিচেম্বৰত দুৰ্দান্ত দিন কটাব মেষ ৰাশিৰ জাতকে৷ বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব আপুনি৷ পেছাগত জীৱনত ভাল খবৰ পাব পাৰে৷ অফিচত চিনিয়ৰ আৰু বছৰ সমৰ্থন আপোনাৰ দিশত থাকিব৷ বুদ্ধিৰ জোৰত কেৰিয়াৰত উন্নতি কৰিব পাৰে৷ নাৰায়ণৰ আশীৰ্বাদত নিজৰ অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব মেষ ৰাশিৰ জাতকে৷
১১ ডিচেম্বৰ বৃষ ৰাশিফল
কাইলৈ প্ৰীতি যোগত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি নিজৰ লক্ষ্যৰ দিশত সহজেই আগুৱাই যাব৷ আইনী গোচৰত জয়লাভ কৰি মনত আনন্দ থাকিব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব পাৰে বৃষ ৰাশিৰ জাতক৷ আপোনাৰ প্ৰতিভাই কাইলৈ কৰ্মক্ষেত্ৰত সকলোকে মুগ্ধ কৰিব৷ অফিচত আপোনাৰ অৱস্থান বহুপৰিমাণে উন্নত হব৷
১১ ডিচেম্বৰ কন্যা ৰাশিফল
১১ ডিচেম্বৰ তুলা ৰাশিফল
১১ ডিচেম্বৰ কুম্ভ ৰাশিফল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















