• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

3 months ago

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

7 hours ago
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

7 hours ago
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

8 hours ago
২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

২ মিনিটতে একাউণ্টলৈ আহিব ধন, বিপদত এই সহজ পদ্ধতিৰে লওক লোন!

8 hours ago
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

9 hours ago
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

10 hours ago
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

10 hours ago
পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

পঢ়ি থাকোতে আপোনাৰ সন্তানে টোপনি মাৰে নেকি? এই টিপচে কৰিব সহায়

11 hours ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

12 hours ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

13 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

14 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী

editor by editor
January 23, 2026
in জীৱনশৈলী
0
আজি নেতাজীৰ জন্মজয়ন্তী, আজিয়েই জানি থওক দেশবাসীৰ অনুপ্ৰেৰণা দিয়া কেইটামান শক্তিশালী বাণী
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেতাজি সুভাষ চন্দ্ৰ বসু ভাৰতৰ এনে এজন ৰাষ্ট্ৰনায়ক যাৰ জন্মবৃত্তান্ত পোৱা গলেও মৃত্যু সম্পৰ্কে আজি পৰ্যন্ত কোনো তথ্য লাভ কৰা হোৱা নাই৷ তেওঁ অমৰ হৈ আছে ভাৰতবাসীৰ মনত৷ ২৩ জানুৱাৰী নেতাজিৰ জন্মবাৰ্ষিকী৷ সমগ্ৰ দেশবাসীৰ উদ্দেশ্যে নেতাজিয়ে দি যোৱা বাণীয়ে আজিও ভাৰতবাসী তথা তথা যুৱসমাজত অনুপ্ৰাণিত কৰে৷ জানি থওক নেতাজিৰ কিছু ইতিবাচক বাৰ্তা যিয়ে আপোনাৰ জীৱনৰ বিভিন্ন অধ্যায়ত নিশ্চয় কামত আহিব৷

 নেতাজিৰ কিছু উক্তি

তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম৷

মানুহ যিমান দিন বেপৰোৱা সিমানদিনহে তেওঁ প্ৰাণৱন্ত৷

আমাৰ জাতীয় সমস্যা হৈছে দাৰিদ্ৰতা, অশিক্ষা, ৰোগ, বৈজ্ঞানিক উৎপাদন৷ যি সমস্যাৰ সমাধান হ’ব কেৱলমাত্ৰ সামাজিক চিন্তাৰ দ্বাৰাহে৷

জগতৰ সকলোবোৰেই ক্ষণভঙ্গুৰ৷ কেৱল এবিধ সামগ্ৰীয়েই নাভাঙে সেয়া হৈছে ভাৱ বা আদৰ্শ৷

এজন ব্যক্তিয়ে এক ধাৰণাৰ মাজতেই মৰিব পাৰে কিন্তু সেই ধাৰণাই তেওঁৰ মৃত্যুৰ পাছত হাজাৰ জীৱনৰ ধাৰণা হব পাৰে৷

মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হৈছে অন্যায় সহ্য কৰা আৰু ভুলৰ সৈতে বুজাপৰা কৰা৷ যদি সংগ্ৰাম নকৰে, যদি ভয়ৰ সন্মুখীন নহয় তেতিয়া জীৱনৰ অৰ্ধেক স্বাদেই নষ্ট হৈ যায়৷

জীৱনত প্ৰগতিৰ আশা থাকিলে নিজকে ভয়, সন্দেহৰ পৰা দূৰৈত ৰাখি আৰু তাৰ সমাধানৰ প্ৰয়াস চলাই থাকিব লাগে৷

যি সৈনিকে মাতৃভূমিক প্ৰতি বিশ্বস্ত, তেওঁ সৰ্বদাই আত্মবলিদান দিবলৈ প্ৰস্তুত তেওঁ অজেয়৷

বাস্তৱ বুজা কঠিন৷ জীৱনক সত্যৰ পথত আগুৱাই লৈ যাওক৷ সত্যক গ্ৰহণ কৰিবলৈ শিকক৷

মানুহে ধন, বাহ্যিক আড়ম্বৰেৰে জয়লাভ বা স্বাধীনতা কিনিব নোৱাৰে৷ আমাৰ আত্মশক্তি থাকিব লাগিব যিয়ে সাহসী পদক্ষেপ লোৱাত উৎসাহ দিব৷

স্বাধীনতা কোনেও কাকো হাতত তুলি নিদিয়ে সেয়া কাঢ়িব লাগে৷

যদি জীৱনত সংগ্ৰাম নাথাকে তেন্তে জীৱন জীয়াই থকাটোও আমনিদায়কহে হৈ পৰে৷

ইতিহাসত কোনো বাস্তৱিক পৰিবৰ্তন আলোচনাৰ মাধ্যমেৰে কৰা সম্ভৱ নহয়৷

প্ৰকৃতিৰ সংগ আৰু শিক্ষা নাপালে জীৱন মৰুলোকত বিসৰ্জন দিয়াৰ দৰে, সকলো ৰস আৰু অনুপ্ৰেৰণা হেৰায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনশৈলী

ভুলতো বহু সময় ধৰি নাৰাখিব প্ৰস্ৰাৱ? ভয়ংকৰ বিপদত পৰিব!

April 19, 2026
অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ
জীৱনশৈলী

অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে নাৰ্জী ফুলে, জানক ঔষধি গুণ

April 18, 2026
মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?
জীৱনশৈলী

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগা স্ৰাৱ, এয়া স্বাভাৱিক হয়নে?

April 18, 2026
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ
জীৱনশৈলী

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

April 18, 2026
Next Post
সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

সূৰ্যৰ তিনিবাৰ ৰাশি পৰিবৰ্তনে ৫ৰাশিলৈ আনিছে ভাল খবৰ, ফেব্ৰুৱাৰীত সৌভাগ্য উজলি উঠিব কাৰ কাৰ?

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

বসন্ত পঞ্চমীতে শক্তিশালী গজকেশৰী যোগ, এই ৩ৰাশিয়ে পাব দেৱী সৰস্বতীৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.