এখন চলন্ত দলং। বিশেষভাৱে সক্ষম ৰহেশ্বৰ বাইলুঙে নিৰ্মাণ কৰে দলংখন। নিজৰ সাঁচতীয়া ধন ব্যয় কৰি ৰাইজৰ বাবে নিৰ্মাণ কৰিলে দলংখন।