• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

4 months ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

6 minutes ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

32 minutes ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

1 hour ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

2 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

2 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

3 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

3 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

5 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

5 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

6 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

7 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

editor by editor
May 4, 2026
in অসম, জীৱনশৈলী, ৰাজনীতি
0
ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৰিয়নী সমষ্টিত আকৌ এবাৰ বিজয়ৰ হাঁহি মাৰিলে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কূৰ্মীয়ে৷ মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মীৰ বিৰুদ্ধে প্ৰাৰ্থীত্ব আগবঢ়াইছিল ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই৷ কিন্তু ৰূপজ্যোতিৰ যাদুৰ ওচৰত পৰাজয়বৰণ কৰিলে জ্ঞানশ্ৰী বৰাই৷ বিজয়ৰ পাছতেই মুখ খুলিছে ৰূপজ্যোতি কূৰ্মীয়ে৷ ৰূপজ্যোতি কূৰ্মীয়ে কয়-

দুষ্টক দমন, শান্তক পালন কৰিবলৈ আকৌ আহিল ৰূপজ্যোতি কূৰ্মী৷ শান্তক পালন কৰিবলৈ মই আহিছো৷ এইবাৰ মই একো যুদ্ধ কৰাই নাই৷ মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব৷ ২৯ চনত বিৰোধীক কেনেকৈ খতম কৰি দিম দেখিব৷ কোনোৱে উঠিবলৈ সাহসেই নকৰিব ইয়াত৷ ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই৷ ফেছবুকতহে মোৰ লগত জিকিব৷ ২৯ত আকৌ মই উঠিম৷ মোৰ সহধৰ্মীনীও অৱশ্যে হ’ব পাৰে৷ মৰিয়নীৰ মাটিত বোকা ফেনেকি, মৰিয়নীৰ মন্দিৰত ঝাড়ু মাৰি, নামঘৰত প্ৰসাদ বিলাই ৰূপজ্যোতি ডাঙৰ হৈছে৷ গতিকে মোৰ লগত লাগি লাভ নাই৷ মোক আগতেও একো কৰিব পৰা নাই ভৱিষ্যতেই নোৱাৰে৷ ৰূপজ্যোতিয়ে ভৱিষ্যতেও থাকিব, আৰু যাক ৰূপজ্যোতিয়ে জিকাব খোজে তেওঁৱেই জিকিব৷ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মৰিয়নী সমষ্টি ৰাইজৰ ওচৰত মূৰ দোৱাই কৃতজ্ঞতা জ্ঞাপন কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
Next Post
তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক...সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.