• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

31 seconds ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

32 minutes ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

1 hour ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

2 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

3 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

16 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

17 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

18 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

18 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

19 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

20 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

22 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

সুৰাপায়ীৰ কাণ্ডত আৰক্ষী, শক্তিবিভাগৰ নগুৰ-নাকতি

editor by editor
June 25, 2026
in বিবিধ, ভাৰত, লেখা
0
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অত্যধিক সু*ৰাপান কৰি বিভিন্ন ঘটনা সংঘটিত কৰা সু*ৰাপায়ীৰ কথা আপোনালোকে মাজে সময়ে নিশ্চয় শুনিছে। এনে ঘটনা সংঘটিত কৰি বহু লোকে নিজৰ প্ৰাণো হেৰুৱাইছে। এইবাৰ উত্তৰ প্ৰদেশৰ মহাৰাজাগঞ্জ জিলাত এক অতি আশ্চৰ্যজনক আৰু বিপজ্জনক ঘটনা সংঘটিত হৈছে। এজন সু*ৰাপায়ী লোকে মাটিত ‘ঠাণ্ডা বতাহ’ নাপাই কাষৰে এটা বৈদ্যুতিক খুঁটাত উঠি ১১ হাজাৰ ভল্টৰ হাই-টেন*শ্যন বিদ্যুৎ লাইনৰ ওপৰত গৈ শুই পৰে। ঘটনাটোৱে সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে আৰু মুহূৰ্ততে শতাধিক লোক ঘটনাস্থলীত উপস্থিত হয়। প্ৰত্যক্ষদৰ্শীসকলৰ মতে, লোকজনে ইমানেই সুৰাপান কৰিছিল যে হেৰুৱাই পেলাইছিল হিতাহিত জ্ঞান। হঠাতে লোকজনে এটা বিদ্যুতৰ খুঁটাত উঠিবলৈ আৰম্ভ কৰে। প্ৰথমে উপস্থিত লোকসকলে বিষয়টো সাধাৰণ বুলি ভাবিছিল যদিও কিছু সময়ৰ পিছত সুৰাপায়ী লোকজনে খুঁটাৰ ওপৰত উঠি ১১,০০০ ভল্ট হাই-টেনশ্যন বিদ্যুৎ পৰিবাহী লাইনৰ দুডাল তাৰৰ ওপৰত শুই পৰাত সকলো আতংকিত হৈ পৰে।

কেনেকৈ প্ৰাণৰক্ষা পৰিল লোকজনৰ?

সৌভাগ্যক্ৰমে, সেই সময়ত উক্ত বিদ্যুৎ লাইনত বিদ্যুৎ যোগান বন্ধ আছিল। অন্যথা সামান্য স্পৰ্শতেই ব্যক্তিজনৰ মৃ*ত্যু নিশ্চিত আছিল। শক্তি বিভাগ আৰু আৰক্ষীয়ে ঘটনাটোক অতি গুৰুত্বসহকাৰে লৈ সমগ্ৰ এলেকাৰ বিদ্যুৎ যোগান বন্ধ ৰাখে যাতে কোনো দুৰ্ঘটনা নঘটে। ঘটনাটোৰ আটাইতকৈ নাটকীয় দিশটো আছিল যে ব্যক্তিজনে হাই-টেনশ্যন লাইনৰ ওপৰতে কেইবাঘণ্টা ধৰি আৰামকৈ শুই আছিল। তলত আৰক্ষী, বিদ্যুৎ বিভাগৰ বিষয়া আৰু স্থানীয় প্ৰশাসনৰ লোকসকলে একেলগে তেওঁক তললৈ নামিবলৈ অনুৰোধ কৰি আছিল। বহু সময় ধৰি বুজাই-পৰাই, অনুৰোধ কৰি আৰু সুৰক্ষাৰ আশ্বাস দিয়াতহে লোকজন তললৈ নামি আহে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, লোকজনে উত্তেজনাপূৰ্ণ সময়ছোৱাত কেতিয়াবা শুই, কেতিয়াবা বহি আৰু তলত উপস্থিত লোকসকলৰ সৈতে কথাও পাতিছিল। সু*ৰাৰ নিচা কিছু পৰিমাণে কমি অহাৰ পিছত তেওঁ পৰিস্থিতিৰ ভয়াবহতা উপলব্ধি কৰে। তাৰ পিছত আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সহায়ত সাৱধানে তললৈ নামি আহে। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। বহু লোকে ইয়াক অবিশ্বাস্য আৰু হাস্যকৰ বুলি মন্তব্য কৰিলেও, এই ধৰণৰ আচৰণ অত্যন্ত বিপজ্জনক যে আছিল তাত কোনো সন্দেহ নাই।সু*ৰাপানৰ ফলত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা হ্ৰাস পায় আৰু এনে বিপজ্জনক কাণ্ডৰ আশংকা বহুগুণে বৃদ্ধি পায়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?
বিনোদন

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

June 25, 2026
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!
বিনোদন

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

June 25, 2026
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z
বিশ্ব

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.