• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

3 months ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

11 minutes ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

1 hour ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

2 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

2 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

3 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

5 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

12 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

13 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

13 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

13 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

14 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেটৰ বিষয়ে জানো আহক

editor by editor
June 26, 2026
in বাণিজ্য, বিবিধ, লেখা
0
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮ম দৰমহা আয়োগ (8th Pay Commission) সন্দৰ্ভত চৰকাৰী কৰ্মচাৰীসকলৰ মাজত ফিটমেণ্ট ফেক্টৰ আলোচনা এক প্ৰধান বিষয় হৈ আছে। কিন্তু এতিয়া কৰ্মচাৰী সংস্থা আৰু বিশেষজ্ঞসকলে কয় যে কেৱল ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰিলেই কৰ্মচাৰীৰ প্ৰকৃত প্ৰয়োজনীয়তা পূৰণ নহ’ব। তেওঁলোকৰ মতে, নূন্যতম মজুৰি নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা পৰিয়াল ইউনিটটোও পুনৰীক্ষণ কৰি বৰ্তমানৰ পৰিয়ালৰ দায়িত্বসমূহ সঠিকভাৱে অন্তৰ্ভুক্ত কৰিব লাগে।

৭ম দৰমহা আয়োগৰ ৩.০ পৰিয়াল ইউনিটৰ ভিত্তি
সপ্তম দৰমহা আয়োগে নূন্যতম মজুৰি নিৰ্ধাৰণৰ ভিত্তি হিচাপে ৩.০ পৰিয়াল একক স্থাপন কৰিছিল। ইয়াৰ ভিতৰত চৰকাৰী কৰ্মচাৰী ১.০ ইউনিট, পত্নীক ০.৮ ইউনিট, প্ৰথম সন্তান ০.৬ ইউনিট, আৰু দ্বিতীয় সন্তান ০.৬ ইউনিট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। এইদৰে মুঠ পৰিয়ালৰ একক ৩.০ বুলি নিৰ্ধাৰণ কৰা হৈছিল।

কিন্তু এই হিচাপত নিৰ্ভৰশীল পিতৃ-মাতৃক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। আজি বৃহৎ সংখ্যক চৰকাৰী কৰ্মচাৰীয়েও পিতৃ-মাতৃৰ আৰ্থিক আৰু চিকিৎসাজনিত প্ৰয়োজনীয়তাৰ দায়িত্ব পালন কৰে।

ফেমিলি ইউনিট ৪.৬ৰ পৰা ৫.০লৈ বৃদ্ধি কৰাৰ চাহিদা

কৰ্মচাৰী সংস্থাসমূহে যুক্তি আগবঢ়ায় যে বৰ্তমানৰ সামাজিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়াল এককৰ প্ৰয়োজনীয়তা ৩.০ৰ পৰা কমেও ৪.৬লৈ ৫.০লৈ বৃদ্ধি কৰিব লাগে। তেওঁলোকৰ মতে ইয়াৰ ফলত অধিক বাস্তৱসন্মত নূন্যতম মজুৰি স্থাপন হ’ব আৰু কৰ্মচাৰীৰ পাৰিবাৰিক প্ৰয়োজনীয়তাৰ ভালদৰে মূল্যায়ন হ’ব।

বিশেষকৈ নিৰ্ভৰশীল অভিভাৱক, বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, স্বাস্থ্যৰ খৰচ আৰু শিক্ষাৰ ব্যয় বৃদ্ধিৰ কথা মনত ৰাখি এই পৰিৱৰ্তন প্ৰয়োজনীয় বুলি বিবেচিত হৈছে।

ইয়াৰ প্ৰভাৱ কি হ’ব?

যদিহে অষ্টম দৰমহা আয়োগে পৰিয়ালৰ একক বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে, তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ নূন্যতম মজুৰিৰ গণনাত পৰিব পাৰে। ইয়াৰ ফলত ফিটমেণ্ট ফ্যাক্টৰৰ লগতে মৌলিক দৰমহা নিৰ্ধাৰণৰ ভিত্তিও সলনি হ’ব পাৰে, যিয়ে লাখ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰক উপকৃত কৰিব পাৰে।

ফেমিলি ইউনিট বৃদ্ধি সন্দৰ্ভত চৰকাৰ বা অষ্টম দৰমহা আয়োগে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা বা পৰামৰ্শ দিয়া নাই, যদিও বৰ্তমান এইটো কৰ্মচাৰী সংগঠন আৰু বিশেষজ্ঞসকলে উত্থাপন কৰা দাবী। যাৰ ওপৰত আয়োগ গঠন আৰু পৰামৰ্শৰ সময়ত বিবেচনা কৰা হ’ব পাৰে।

(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ
অপৰাধ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ
জীৱনশৈলী

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

October 9, 2026
Next Post
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

'ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়', প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.