• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত প্ৰথমবাৰৰ বাবে ফাঁচিকাঠত ওলমিব মহিলা

ভাৰতত প্ৰথমবাৰৰ বাবে ফাঁচিকাঠত ওলমিব মহিলা

5 years ago
কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

কেদাৰনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে মনত ৰাখক এই ৮টা কথা

3 hours ago
ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

ঘৰত মাখি আৰু পৰুৱাৰ উপদ্ৰৱ, মাত্ৰ ৫টা সহজ উপায়েৰে কৰক দূৰ!

4 hours ago
আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

আনৰ সফলতা দেখি মন বেয়া লাগে নেকি? তেন্তে জানক এই কথা

5 hours ago
শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

5 hours ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

6 hours ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

6 hours ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

7 hours ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

7 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

8 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

9 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

9 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ভাৰতত প্ৰথমবাৰৰ বাবে ফাঁচিকাঠত ওলমিব মহিলা

editor by editor
February 18, 2021
in অপৰাধ
0
ভাৰতত প্ৰথমবাৰৰ বাবে ফাঁচিকাঠত ওলমিব মহিলা
0
SHARES
24.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰত স্বাধীন হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ফাঁচিকাঠত ওলমিব এগৰাকী মহিলা। এই মহিলাগৰাকীৰ নাম চবনম। সম্প্ৰতি মথুৰা জে’লত কাৰাৰুদ্ধ হৈ থকা চবনমে প্ৰেমিক চেলিমৰ সৈতে হত্যা কৰিছিল ৭ জন লোকক। চবনমক ফাঁচিকাঠত ওলোমাবৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে জে’ল কর্তৃপক্ষই। নির্ভয়া কাণ্ডৰ দোষীক ফাঁচি দিয়া জাল্লাদ পৱনেই ফাঁচি দিব চবনমক। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ফাঁচিৰ ৰায় দিয়াৰ পিছত ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমাৰ বাবে আৱেদন দিছিল চবনমে। পিছে ৰাষ্ট্ৰপতিয়ে ক্ষমাদান নকৰিলে চবনমক। যাৰ বাবে চবনম হৈ পৰিল দেশ স্বাধীন হোৱাৰ পাছত ফাঁচিকাঠত ওলমিবলগীয়া প্ৰথমগৰাকী মহিলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24hangsabnam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক
ভাৰত

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

April 21, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?
অপৰাধ

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

April 16, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
Next Post
ধুবুৰী-ফুলবাৰী দলঙৰ কৃতিত্ব দাবী আজমলৰ

ধুবুৰী-ফুলবাৰী দলঙৰ কৃতিত্ব দাবী আজমলৰ

বিজেপিৰ লেমটৌৰ ৰূপ লোৱা অতুল বৰাবাহিনীৰ কাণ্ডত অতিষ্ঠ তৃণমূল কৰ্মী

বিজেপিৰ লেমটৌৰ ৰূপ লোৱা অতুল বৰাবাহিনীৰ কাণ্ডত অতিষ্ঠ তৃণমূল কৰ্মী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.