• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

1 hour ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

5 minutes ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

20 minutes ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

38 minutes ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

45 minutes ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

2 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

4 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

4 hours ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

5 hours ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

6 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

7 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

7 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

জানক কোনবোৰ গ্ৰাহকৰ বাবে প্ৰযোজ্য এই নতুন নিয়ম

editor by editor
August 19, 2026
in বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য
0
SHARES
303
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেচিক ছেভিংছ বেংক ডিপ’জিট (BSBD) একাউণ্টধাৰীৰ সেৱা চাৰ্জ সংশোধন কৰিছে ৰাজহুৱা খণ্ডৰ বেংক SBI-এ। শাখাৰ জৰিয়তে নগদ ধন উলিওৱাৰ নিয়ম সংশোধন কৰিছে বেংকে। সংশোধিত নিয়মাৱলী ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। এই একাউণ্টসমূহ মূলতঃ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে, যাতে তেওঁলোকে কোনো ধৰণৰ চাৰ্জ বা মাচুলৰ বোজা নপৰাকৈ সঞ্চয় আৰম্ভ কৰিবলৈ উৎসাহিত কৰিব পাৰে।

SBIৰ আপডেট অনুসৰি ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা এমাহৰ ভিতৰত প্ৰথম ৪বাৰ বিনামূলীয়াকৈ নগদ ধন উলিওৱাৰ পিছত প্ৰতিটো লেনদেনত ১৫ টকা প্লাছ GST লোৱা হ’ব। ইয়াৰ পূৰ্বে ডিজিটেল লেনদেন বাদ দি প্ৰাৰম্ভিক চাৰিটা বিনামূলীয়া লেনদেনৰ পিছত প্ৰতিটো লেনদেনত ১৫ টকা প্লাছ GST লোৱা হৈছিল। অৰ্থাৎ প্ৰথম চাৰিটা বিনামূলীয়া লেনদেন গণনা কৰাৰ সময়ত ডিজিটেল লেনদেন অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। অৱশ্যে এই ৰেহাই এতিয়া SBIৰ সংশোধিত নিয়মত আঁতৰাই দিয়া হৈছে।

একাউণ্টৰ বৈশিষ্ট্যসমূহ

SBIৰ এই একাউণ্টত নূন্যতম বেলেঞ্চৰ প্ৰয়োজন নাই। অৱশ্যে এই একাউণ্টত চেক বুক নাহে। অৱশ্যে ধন উলিওৱাৰ প্ৰ-পত্ৰ বা ATM ব্যৱহাৰ কৰি শাখাত ধন উলিওৱাৰ সুবিধা থাকিব। একাউণ্টধাৰীজনক এখন বেচিক RuPay ATM-ডেবিট কাৰ্ড প্ৰদান কৰা হব।

একাউণ্ট খোলাৰ বাবে মূল চৰ্তসমূহ

এই বেচিক চেভিংছ বেংক একাউণ্ট খোলা গ্ৰাহকৰ আন কোনো চেভিংছ বেংক একাউণ্ট থাকিব নোৱাৰিব। যদি গ্ৰাহকৰ ইতিমধ্যে চেভিংছ বেংক একাউণ্ট আছে, তেন্তে বেচিক চেভিংছ বেংক ডিপ’জিট একাউণ্ট খোলাৰ ৩০ দিনৰ ভিতৰত বন্ধ কৰিব লাগিব। BSBD গ্ৰাহকক বিনামূলীয়াকৈ এটা মৌলিক RuPay ATM-ডেবিট কাৰ্ড প্ৰদান কৰা হয়। বাৰ্ষিক ৰক্ষণাবেক্ষণৰ কোনো চাৰ্জ নাই। ইয়াৰ উপৰিও NEFT/RTGSৰ দৰে ইলেক্ট্ৰনিক পেমেণ্ট চেনেলৰ জৰিয়তে জমা ধনৰ বাবেও কোনো ধৰণৰ চাৰ্জ লোৱা নহয়। নিষ্ক্ৰিয় একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহয় যদিও বন্ধ কৰাৰ বাবে চাৰ্জ লোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24sbi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball
বিনোদন

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

August 19, 2026
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
Next Post
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.