• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে ৰেকৰ্ড; অসমতো ক’ৰোনাৰ ভয়াৱহ ৰূপ

২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে ৰেকৰ্ড; অসমতো ক’ৰোনাৰ ভয়াৱহ ৰূপ

6 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

16 minutes ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

33 minutes ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

1 hour ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

1 hour ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

2 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

3 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

3 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

5 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

5 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

6 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

7 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে ৰেকৰ্ড; অসমতো ক’ৰোনাৰ ভয়াৱহ ৰূপ

ভাৰতত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ১,০৩,৭৯৬ গৰাকী

editor by editor
April 5, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই গঢ়িলে ৰেকৰ্ড; অসমতো ক’ৰোনাৰ ভয়াৱহ ৰূপ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  শেহতীয়াভাৱে অধিক ভয়াৱহ হৈ পৰিছে দেশৰ কোভিড পৰিস্থিতি। দৈনিক অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। এই ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰে এক উচ্চস্তৰীয় বৈঠক। বিগত ২৪ ঘণ্টাত ১ লক্ষাধিক নতুন কোভিড সংক্ৰমণৰ তথ্য প্ৰকাশ পাইছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৰিপ’ৰ্টত। এই দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেওবাৰে পুনৰ মিলিত হয় এক বৈঠকত। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ১,০৩,৭৯৬ গৰাকী লোক আৰু বৰ্তমানলৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১,২৫,৮৯,০৬৭ গৰাকী। দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। মহাৰাষ্ট্ৰত ৫ এপ্ৰিলৰ পৰা সপ্তাহজোৰা লকডাউন ঘোষণাৰ লগতে জাৰি কৰিছে সান্ধ্য আইন। ইয়াৰ সমান্তৰালকৈ অসমতো প্ৰতিদিনে বৃদ্ধি পাই আছে কোভিড আক্ৰান্তৰ সংখ্যা। ৪ এপ্ৰিল পৰ্যন্ত ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ১,০৩,৫৫৮ গৰাকী। সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৭ গৰাকীকৈ লোক আক্ৰান্ত হৈছে ক’ৰোনাত। এতিয়াৰে পৰা বহিঃৰাজ্যৰ কোনো লোক অসমত প্ৰৱেশ কৰিলে বিমানবন্দৰত দেখুৱাব লাগিব কোভিড পৰীক্ষণৰ ৰিপ’ৰ্ট।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
Next Post
জালুকবাৰীক হিমন্ত বিশ্ব শৰ্মাৰ বঞ্চনা!

জালুকবাৰীক হিমন্ত বিশ্ব শৰ্মাৰ বঞ্চনা!

নাম ভুলকৈ ক’লে ৫ হাজাৰ টকাৰ জৰিমনা; আমিৰ খানৰ জীয়ৰীৰ নাম ভুলকৈ নক’ব

নাম ভুলকৈ ক’লে ৫ হাজাৰ টকাৰ জৰিমনা; আমিৰ খানৰ জীয়ৰীৰ নাম ভুলকৈ নক’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.