• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

2 months ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

59 minutes ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

2 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

3 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

3 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

4 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

6 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

7 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

7 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

8 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

৯৩ আৰু ৫০ লাখ টকাৰ হীৰাৰ গৰাকী হ'ল ৰাকেশ গৌড়

editor by editor
June 30, 2026
in বাণিজ্য, বিবিধ, ভাৰত
0
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
0
SHARES
50
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দীত এষাৰ কথা আছে, ‘ভগৱান জব কিছিকো দেত্যা হ্যেয় তো চপ্পৰ ফাৰ ক্যে দ্যেতা হ্যেয়’। সঁচাকৈয়ে ভগৱানে যাক দিয়ে উচপায় দিয়ে। এই কথাষাৰ এটা আদিবাসী পৰিয়ালৰ ক্ষেত্ৰত একেবাৰে হুবহু মিলিছে। এবাৰ নহয় দুবাৰকৈ সৌভাগ্যৰ গৰাকী হৈছে এই পৰিয়ালটো। দুবছৰৰ ভিতৰতে দুবাৰকৈ আদিবাসী এই পৰিয়ালটোৱে লাভ কৰিছে কেইবালাখ টকীয়া মূল্যৰ শুদ্ধ হীৰাৰ টুকুৰা।‌ মধ্যপ্ৰদেশৰ পন্না জিলাৰ এটা আদিবাসী পৰিয়ালৰ ক্ষেত্ৰত ঘটিছে এই সৌভাগ্যজনক ঘটনা। হীৰাৰ বাবে বিশ্বখ্যাত মধ্যপ্ৰদেশৰ পন্নাৰ ৰত্নগৰ্ভাৰ মাটিয়ে এই পৰিয়ালটোক দুবাৰকৈ এই অমূল্য উপহাৰ দিছে। সোমবাৰে মধ্যপ্ৰদেশৰ পন্না জিলাৰ অহিৰগৱা অঞ্চলৰ এটা খনিত ৰাকেশ গৌড় আৰু তেওঁৰ পৰিয়ালৰ হাতলৈ আহে ১১.১৯ কেৰেট ওজনৰ এক উজ্জ্বল (Gem Quality) হীৰাৰ টুকুৰা। বিশেষজ্ঞসকলৰ মতে, এই হীৰাৰ টুকুৰাটোৰ সম্ভাৱ্য মূল্য প্ৰায় ৩০ লাখ টকা। হীৰাৰ টুকুৰাটো উদ্ধাৰ হোৱাৰ লগে লগে পৰিয়ালটোৰ লগতে খনিত কাম কৰা অংশীদাৰীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠে।

দুবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে সফলতা

ৰাকেশ গৌড়ে চলিত বৰ্ষৰ এপ্ৰিলত ভাতৃ-ভগ্নী আৰু আত্মীয়-স্বজনৰ সৈতে অহিৰগৱাৰ ব্যক্তিগত ভূমিত চৰকাৰী অনুমতি (পট্টা) লৈ হীৰা সন্ধানৰ বাবে খনন আৰম্ভ কৰিছিল। প্ৰায় দুমাহ ধৰি অক্লান্ত পৰিশ্ৰম কৰাৰ পিছত অৱশেষত তেওঁলোকৰ কষ্টই ফল দিয়ে আৰু এই মূল্যৱান হীৰাটো উলিয়াবলৈলৈ সক্ষম হয়।

উল্লেখযোগ্য ঘটনাটো হৈছে এয়া পৰিয়ালটোৰ প্ৰথম সফলতা নহয়। ২০২৪ চনতো ৰকেশ গৌড়ে ১৯.২২ কেৰেট ওজনৰ আন এটা মূল্যৱান হীৰাৰ টুকুৰা লাভ কৰিছিল। সেই হীৰাৰ টুকুৰাটো চৰকাৰী নিলামত ৯৩ লাখ টকাত বিক্ৰী হৈছিল। দুবাৰকৈ ইমান বৃহৎ সফলতা লাভৰ পিছত আৰু অধিক উৎসাহিত হৈ পৰিছে ৰাকেশ গৌড়। ৰাকেশ গৌড়ে অনাগত দিনত হীৰা সন্ধানৰ বাবে আৰু অধিক কষ্ট কৰিব বুলি মন্তব্য কৰে। ৰাকেশ গৌড়ে জনোৱা মতে, এইবাৰ হীৰা বিক্ৰী কৰি পোৱা ধন তেওঁলোকে নতুনকৈ খনি খোলাৰ কামত বিনিয়োগ কৰিব। তেওঁৰ বিশ্বাস, পৰিশ্ৰম আৰু ধৈৰ্য থাকিলে ভাগ্য এদিন নহয় এদিন নিশ্চয় সকলোকে সহায় কৰে।

কেতিয়া ৰাকেশ গৌড়ে পাব ধন?

সোমবাৰে খননৰ জৰিয়তে পোৱা হীৰাৰ টুকুৰাটো যুটীয়া আয়ুক্তৰ কাৰ্যালয়ত অৱস্থিত হীৰাৰ কাৰ্যালয়ত উপস্থিত হৈ নিৰ্ধাৰিত নিয়ম অনুসৰি জমা দিয়া হয়। যিহেতু মধ্যপ্ৰদেশৰ পন্না জিলা হীৰাৰ বাবে বিখ্যাত সেয়েহে তাত হীৰাৰ বাবেও আছে এটা বিশেষ বিভাগ। খনি বিভাগৰ তথ্য অনুসৰি আগন্তুক চৰকাৰী নিলামত এই হীৰাৰ টুকুৰাটো বিক্ৰীৰ বাবে ৰখা হ’ব। নিলামৰ পিছত বাকী থকা ধনৰাশি—চৰকাৰে নিৰ্ধাৰিত ৰয়েল্টি কৰ্তন কৰাৰ পিছত ৰাকেশ গৌড়ক। খনি পৰিদৰ্শকে দিয়া তথ্য অনুসৰি নতুনকৈ পোৱা হীৰাৰ টুকুৰাটো উৎকৃষ্ট মানৰ গতিকে ইয়াৰ আনুমানিক মূল্য ₹৪০ লাখৰ পৰা ৫০ লাখৰ ভিতৰত মূল্যায়ন কৰা হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24daimond
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…
নিয়োগ

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

September 2, 2026
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
Next Post
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.