• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মই আৰু ঐশ্বৰ্য্যই বিবাহ বিচ্ছেদ লৈ আছো’- অভিষেকৰ ভাইৰেল ভিডিঅ’, পাছে ইয়াৰ সত্যতা কিমান !

2 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

7 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

10 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

11 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

12 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

13 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

14 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘মই আৰু ঐশ্বৰ্য্যই বিবাহ বিচ্ছেদ লৈ আছো’- অভিষেকৰ ভাইৰেল ভিডিঅ’, পাছে ইয়াৰ সত্যতা কিমান !

editor by editor
August 10, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
‘মই আৰু ঐশ্বৰ্য্যই বিবাহ বিচ্ছেদ লৈ আছো’- অভিষেকৰ ভাইৰেল ভিডিঅ’, পাছে ইয়াৰ সত্যতা কিমান !
0
SHARES
420
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘মই আৰু ঐশ্বৰ্য্যই বিবাহ বিচ্ছেদ লৈ আছো’- অভিষেকৰ ভাইৰেল ভিডিঅ’, পাছে ইয়াৰ সত্যতা কিমান !

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ মাজত বিভাজন আৰু বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ধাৰাবাহিকভাৱে ভাইৰেল হৈ আছে পুৰণি ভিডিঅ’। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত বিভাজনৰ খবৰ আহিছে। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ হাই-প্ৰফাইল বিয়াখনলৈ ঐশ্বৰ্য ৰায় পৰিয়ালৰ সৈতে নহাটো সকলোৱে লক্ষ্য কৰে, তাৰ পিছতে বচ্চন পৰিয়াল আৰু ঐশ্বৰ্যৰ মাজত হোৱা মনোমালিন্য ছ’চিয়েল মিডিয়াত শিৰোনাম দখল কৰে। তাৰ বিপৰীতে এটা ভিডিঅ’ ভাইৰেল হৈ আছে সামাজিক মাধ্যমত, য’ত অভিষেক বচ্চনে ‘মই আৰু ঐশ্বৰ্যই বিবাহ বিচ্ছেদ লৈ আছো’ বুলি কোৱা দেখা গৈছে।

অভিষেক বচ্চনৰ এই ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত তেওঁ নিজৰ আৰু ঐশ্বৰ্যৰ সম্পৰ্কৰ কথা কোৱা দেখা গৈছে। এই ভিডিঅ’টোত তেওঁক বিবাহ বিচ্ছেদৰ বিষয়েও কোৱা দেখা গৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে ৰাইজৰ মাজত আলোড়নৰ সৃষ্টি হয়। পাছে এই ভাইৰেল ভিডিঅ’টোৰ সত্যতা কিমান!

শেহতীয়াকৈ অভিষেক বচ্চনে ‘ধূসৰ বিবাহ বিচ্ছেদ’ বুলি এটা পোষ্ট শ্বেয়াৰ কৰিছিল, তাৰ পিছত নেটিজেনসকলে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে দুয়োৰে মাজত কিবা এটা ভুল হৈছে। অৱশ্যে এনে খবৰক লৈ দুয়োজন তাৰকাৰ লগতে পৰিয়ালৰ অন্য সকলে মৌনতা অৱলম্বন কৰিছে।

এতিয়া এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অভিনেতাজনে কোৱা দেখা গৈছে যে, ‘এই জুলাই মাহত ঐশ্বৰ্য আৰু মই বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছো।’ ভিডিঅ’টোত তেওঁ আৰাধ্যাৰ কথা উল্লেখ কৰা দেখা গৈছে।

পাছে এই ভিডিঅ’টোক যদি সঁচা বুলি বিবেচনা কৰিছে তেন্তে ই সঁচা নহয়। এই ভিডিঅ’টো চোৱাৰ পিছত স্পষ্টকৈ ধৰা পৰিছে যে এইটো এটা ডিপফেক ভিডিঅ’। ভিডিঅ’টোত অভিষেক বচ্চনৰ লিপ চিংকিং আউট অৱ ছিংক। অৰ্থাৎ তেওঁৰ কথাবোৰ লিপ-চিংকিঙৰ লগত একেবাৰেই মিল নাই। ভিডিঅ’টো চালে এনে লাগে যেন এআই প্ৰযুক্তি বা অনলাইন সঁজুলি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে।

এই ভিডিঅ’টো চোৱাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নিজেই ইয়াক পেলনীয়া বুলি অভিহিত কৰিছে। অভিষেক আৰু ঐশ্বৰ্যৰ অনুৰাগীয়ে মিছা আখ্যা দি ভুৱা উৰাবাতৰি প্ৰচাৰ কৰা সকলক তিৰস্কাৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Abhishek BachanAishwariya Rai BachanBollywoodDivorceviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

Next Post
শুক্ৰ-কেতুৰ সংগমে ওলোটাই পেলাব ৩ ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য

সাৱধান! ৪৫ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীত খুন্দা মাৰিব ৫ টাকৈ গ্ৰহাণু! দুৰ্যোগৰ সতৰ্কবাণী নাছাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন