• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রথমবাৰ বিমান যাত্ৰা, হাঁহি হাঁহি পুত্ৰলৈ পঠিয়াইছিল ছেলফি, অভিশপ্ত বিমানতেই চিৰদিনৰ বাবে হেৰাই গ’ল প্ৰবীণ দম্পতি

প্রথমবাৰ বিমান যাত্ৰা, হাঁহি হাঁহি পুত্ৰলৈ পঠিয়াইছিল ছেলফি, অভিশপ্ত বিমানতেই চিৰদিনৰ বাবে হেৰাই গ’ল প্ৰবীণ দম্পতি

1 year ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

26 minutes ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

1 hour ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

2 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

3 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

3 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

4 hours ago
এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

5 hours ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

14 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

14 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

14 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

15 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্রথমবাৰ বিমান যাত্ৰা, হাঁহি হাঁহি পুত্ৰলৈ পঠিয়াইছিল ছেলফি, অভিশপ্ত বিমানতেই চিৰদিনৰ বাবে হেৰাই গ’ল প্ৰবীণ দম্পতি

প্রথমবাৰ বিমান যাত্ৰা, হাঁহি হাঁহি পুত্ৰলৈ পঠিয়াইছিল ছেলফি, অভিশপ্ত বিমানতেই চিৰদিনৰ বাবে হেৰাই গ’ল প্ৰবীণ দম্পতি

editor by editor
June 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
প্রথমবাৰ বিমান যাত্ৰা, হাঁহি হাঁহি পুত্ৰলৈ পঠিয়াইছিল ছেলফি, অভিশপ্ত বিমানতেই চিৰদিনৰ বাবে হেৰাই গ’ল প্ৰবীণ দম্পতি
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লণ্ডনত থকা পুত্ৰৰ কাষলৈ গৈছিল৷  সেই সূত্ৰেই প্ৰথমবাৰ বিমানত উঠিছিল দুয়ো৷ কিন্তু প্ৰথম যাত্ৰাই জীৱনৰ শেষ যাত্ৰা হ’ল দম্পতিৰ৷ মাত্ৰ ৩০ ছেকেণ্ডতেই সকলো শেষ৷ লণ্ডনলৈ আৰু কাহানিও নাযায় বৃদ্ধ দম্পতি৷ অভিশপ্ত বিমানতেই শেষ হৈ গল দুয়োৰে জীৱন৷ গুজৰাটৰ সৰস্বতী নগৰৰ বাসিন্দা মহাদেৱভাই টুকাৰাম পাৱাৰ আৰু আশাবেন৷ আনন্দেৰে বৃদ্ধ দম্পতিহাল প্ৰথমবাৰ বিমানত উঠিছিল৷ বিমানত উঠিয়েই ভিডিঅ’ কল কৰিছিল পুত্ৰক৷ কেইবাখনো ছেলফিও তুলিছিল৷ কিন্তু যাত্ৰা আৰম্ভৰ মাত্ৰ ৩০ ছেকেণ্ডতেই সকলো শেষ৷ চিৰদিনৰ বাবে পৃথিৱীৰ পৰা বিদায় ললে দম্পতিহালে৷

আহমেদাবাদৰ এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকেই শোকত ভাঙি পৰিছে পুত্ৰ৷ কান্দি কান্দি পুত্ৰই কয়, ‘মোৰ কবলৈ কোনো ভাষাই নাই৷ মনত এতিয়াও এটা কথাই আহি আছে দেউতাই মোক ফোন কৰিব৷ তেওঁলোকৰ স্মৃতি হিচাপে শেষ মুহূৰ্তত তোলা ছবি কেইখনেই মোৰ হাতত ৰৈ গল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ
জীৱনশৈলী

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

August 1, 2026
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?
জীৱনশৈলী

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

August 1, 2026
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা
জীৱনশৈলী

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

August 1, 2026
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি
বিশ্ব

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

August 1, 2026
Next Post
শনিৰ সৈতে ব্ৰহ্মা-ইন্দ্ৰৰ যোগ! ত্ৰিমুখী যোগত আজি টকাই টকা আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ সৈতে ব্ৰহ্মা-ইন্দ্ৰৰ যোগ! ত্ৰিমুখী যোগত আজি টকাই টকা আহিব এই ৪ৰাশিৰ হাতলৈ

নতুন সপ্তাহত গুৰু আদিত্য ৰাজযোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

নতুন সপ্তাহত গুৰু আদিত্য ৰাজযোগ, সৌভাগ্য উজলিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.