• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা

4 years ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

1 hour ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

2 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

3 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

4 hours ago
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

5 hours ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

7 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা

editor by editor
January 27, 2022
in অসম, ৰাজনীতি
0
অসম কেবিনেটৰ সিদ্ধান্ত : হ্ৰাস কৰা হ’ল মুখ্যমন্ত্ৰী কনভয়ৰ বাহনৰ সংখ্যা
0
SHARES
62
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেবিনেট বৈঠকৰ পিছতে জনতা ভৱনত সংবাদ মেল সম্বোধন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কেশৱ মহন্তই৷

অসম চৰকাৰৰ দুয়োগৰাকী মন্ত্ৰীয়ে সংবাদ মেল সম্বোধন কৰি আজিৰ কেবিনেট সিদ্ধান্তসমূহ সদৰী কৰে৷

মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে চৰকাৰৰ অধীনত হোৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াক সম্বৰ্দ্ধনা জনোৱা নহ’ব। কেৱল কেন্দ্ৰীয় মন্ত্ৰী বা বয়োজ্যেষ্ঠ আমন্ত্ৰিত অতিথিক সম্বৰ্দ্ধনা জনোৱা হ’ব বুলিও সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে।

তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী বিষয়াক সম্বৰ্দ্ধনা জনোৱাৰ পৰিৱৰ্তে একোটাকৈ বৃক্ষৰোপন কাৰ্য্যসূচী হাতত লোৱা হৈছে।

আনফালে, মন্ত্ৰী কেশৱ মহন্তই সংবাদমেলত উল্লেখ কৰা অনুসৰি ৰাইজৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’লে ২ মিনিটতকৈ অধিক সময় জনতাৰ গাড়ী আৱদ্ধ কৰি ৰাখিব নোৱাৰিব। ইফালে মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটীত কেৱল ৬ খন গাড়ী আৰু গুৱাহাটীৰ বাহিৰত ১২খন গাড়ী থাকিব৷

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে প্ৰত্যেক জিলাৰে জিলা দিৱস হিচাপে প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হ’ব।

কেবিনেট সিদ্ধান্তৰ মতে আগন্তুক পৌৰসভাৰ নিৰ্বাচন ১০ মাৰ্চৰ পূৰ্বে অনুষ্ঠিত কৰিব লাগিব। ইফালে অহা ৪ মাৰ্চৰ ভিতৰত বাজেট অধিবেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ জনাব।

কৃষকে উচিত মূল্যত ধান ক্ৰয় কৰিব পাৰে তাৰ বাবে অভিভাৱক মন্ত্ৰী আৰু জিলা উপায়ুক্তক নিৰ্দেশ দিয়া বুলিও সদৰী কৰিছে মন্ত্ৰীদ্বয়ে।

এতিয়াৰে পৰা কোনো মন্ত্ৰীয়ে বিত্ত বিভাগৰ পূৰ্ব অনুমোদন অবিহনে কোনো আঁচনি বা অনুদান আদি ঘোষণা কৰিব নোৱাৰিব৷

আনহাতে তামুলপুৰক নতুন জিলা হিচাপে ঘোষণা কৰাৰো কেবিনেট সিদ্ধান্ত লোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam cabinetassam live 24axom live 24Cabinet decision
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই
ৰাজনীতি

Next Post
১৯৭১ৰ পনৰাবৃত্তি!  যোগীক পৰাস্ত কৰি ইতিহাস ৰচিব নেকি চন্দ্ৰশেখৰ আজাদে?

মেদবহুলতাইও সুগম কৰিব পাৰে উপাৰ্জনৰ পথ… নিজকে আশীৰ্বাদ বুলি গ্ৰহণ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন