• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৈছিল পক্ষতেই, বুজাতহে ভুল হ’ল শশীৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শশী থাৰুৰৰ বাকযুদ্ধৰ আঁৰত কি?

কৈছিল পক্ষতেই, বুজাতহে ভুল হ’ল শশীৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শশী থাৰুৰৰ বাকযুদ্ধৰ আঁৰত কি?

4 years ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

8 minutes ago
১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ আগষ্টত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

32 minutes ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

54 minutes ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

2 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

3 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

4 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

4 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

4 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

6 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কৈছিল পক্ষতেই, বুজাতহে ভুল হ’ল শশীৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শশী থাৰুৰৰ বাকযুদ্ধৰ আঁৰত কি?

editor by editor
November 13, 2022
in অসম, ভাৰত, ৰাজনীতি
0
কৈছিল পক্ষতেই, বুজাতহে ভুল হ’ল শশীৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শশী থাৰুৰৰ বাকযুদ্ধৰ আঁৰত কি?
0
SHARES
132
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই বাকযুদ্ধৰ আৰম্ভণি হৈছিল কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ পৰাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শশী থাৰুৰৰ এই বাকযুদ্ধ আজিও অন্ত পৰা নাই। সভাপতি নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল, এহেজাৰ জন সাহসী কংগ্ৰেছীয়ে শশী থাৰুৰক ভোট দিছে। আগন্তুক সময়ত এই সাহসী নেতাই বিজেপিত যোগ দিব।’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰত্তুত্বৰ দিছে শশী থাৰুৰে। শশী থাৰুৰে কয়, ‘বুকুত সাহস থাকিলে বিজেপিলৈ কোনো নাযায়।’

শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্তব্যত কৈছিল, ‘কংগ্ৰেছে তথাকথিত সভাপতি নিৰ্বাচনৰ বহু আগতেই ফলাফল জানিছিল। কংগ্ৰেছত গণতান্ত্ৰিক মানসিকতাৰ মানুহ মাত্ৰ হাজাৰজনহে আছে। যিসকলে থাৰুৰক ভোট দিছিল।’ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলত দীৰ্ঘদিন ধৰি আছিল। কিন্তু মোদী ঢৌ অসমতো প্ৰৱেশ কৰাৰ সময়তে তেওঁ বিজেপি দলত যোগদান কৰে। এসময়ত কংগ্ৰেছ দলটোত থকাৰ বাবেই কংগ্ৰেছৰ দলীয় ৰাজনীতিৰ বিষয়ে তেওঁ জ্ঞাত বুলিও বহু সময়ত মন্তব্যত উল্লেখ কৰি আহিছে।

বিগত ১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন আছিল। নিৰ্বাচনত শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খড়্গেৰ মাজত সভাপতিৰ যুঁজ চলিছিল। প্ৰায় আঢ়ৈ দশকৰ অম্ততঃ কংগ্ৰেছৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল, যি নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনোৱে অংশগ্ৰহণ কৰা নাছিল। ভোটগণনাত দেখা গৈছিল যে শশী থাৰুৰে মাত্ৰ ১০৭২ টা ভোট লাভ কৰিছিল। থাৰুৰৰ বিপৰীতে খড়্গে লাভ কৰিছিল ৭৮৯৭ টা ভোট। শশীৰ পক্ষতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যদিও শশীয়ে ওভতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকেই আক্ৰমণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ
অসম

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 12, 2026
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…
সমীক্ষণ (আলোচনী)

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

September 12, 2026
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’
অসম

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

September 12, 2026
Next Post
মাহীৰো মন ৰাজনীতিলৈ অহাৰ! অমিত শ্বাহেৰে হেণ্ডচেক, নেট দুনীয়াত শ্বাহ-মাহী কিয় ভাইৰেল?

মাহীৰো মন ৰাজনীতিলৈ অহাৰ! অমিত শ্বাহেৰে হেণ্ডচেক, নেট দুনীয়াত শ্বাহ-মাহী কিয় ভাইৰেল?

যৌন আতিশায্য চলোৱাই নহয় গৰ্ভপাতৰ বাবেও বাধ্য কৰাইছিল প্ৰেয়সীক! নেট দুনীয়াত আকৌ ভাইৰেল বাবৰ আজমৰ ব্যক্তিগত বহু কাহিনী…

যৌন আতিশায্য চলোৱাই নহয় গৰ্ভপাতৰ বাবেও বাধ্য কৰাইছিল প্ৰেয়সীক! নেট দুনীয়াত আকৌ ভাইৰেল বাবৰ আজমৰ ব্যক্তিগত বহু কাহিনী...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.