• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰমে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান, ১৯ জিলালৈ এলাৰ্ট, বিপদসীমাৰ ওপৰেৰে বৈছে পানী

ক্ৰমে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান, ১৯ জিলালৈ এলাৰ্ট, বিপদসীমাৰ ওপৰেৰে বৈছে পানী

2 years ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

44 minutes ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

1 hour ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

1 hour ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

2 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

2 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

3 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

4 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

5 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

6 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

6 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

7 hours ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ক্ৰমে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান, ১৯ জিলালৈ এলাৰ্ট, বিপদসীমাৰ ওপৰেৰে বৈছে পানী

editor by editor
July 2, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
ক্ৰমে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান, ১৯ জিলালৈ এলাৰ্ট, বিপদসীমাৰ ওপৰেৰে বৈছে পানী
0
SHARES
459
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰমে ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ বান, ১৯ জিলালৈ এলাৰ্ট, বিপদসীমাৰ ওপৰেৰে বৈছে পানী

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে বানপানী। বহু ঠাইত ধাৰণ কৰিছে ভয়াৱহ ৰূপ। ৰাজ্যৰ মুঠ ১৯ খন জিলালৈ সতৰ্ককতা জাৰি প্ৰশাসনৰ। ১৯ জিলাৰ ১,২৭৫ খন গাঁও বৰ্তমান বানৰ কৱলত।

মুঠ ৭২টা আশ্ৰয় শিবিৰত আছে ৮,১৪২ গৰাকী বানাক্ৰান্ত। ইয়াৰে ভিতৰত ৩,৩৬১ গৰাকী পুৰুষ আৰু ২,৮৬৮ গৰাকী মহিলা। ইয়াৰ উপৰিও আশ্ৰয় শিবিৰত ১,৮৭১টা শিশু আছে। ইয়াৰে ভিতৰত কৰিমগঞ্জত সৰ্বাধিক ২,২৪৪ গৰাকী লোক আশ্ৰয় শিবিৰত বাস কৰি আছে। কাজিৰঙাতো বানৰ তাণ্ডৱ। প্ৰাণৰ মমতাত কাৰ্বি পাহাৰলৈ ঢাপলি বহু জীৱৰ।

বিপদ সীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই। প্ৰতিটো ঘন্টাত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ পানী। গুৱাহাটীতো বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ভৰলুৰে গুৱাহাটীত সোমাইছে ব্ৰহ্মপুত্ৰৰ পানী। যাৰ বাবে বন্ধ কৰি দিয়া হৈছে শান্তিপুৰৰ শ্লুইছ গেট।

হোজাইতো পুনৰ বৃদ্ধি পাইছে কপিলীৰ জলস্তৰ। বছৰৰ তৃতীয়টো বানৰ কৱলত হোজাইৰ বিস্তীৰ্ণ অঞ্চল। ফেনে ফোটোকাৰে বাঢ়িছে কপিলীৰ জলস্তৰ। শোণিতপুৰৰ বৰচলাতো বানৰ সংহাৰ অব্যাহত। বৰচলাৰ ৮খনতকৈ অধিক গাঁও বানত কৱলত পৰিছে।

উজনি অসমৰ শিৱসাগৰতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। দিচাংমুখত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো বানপানীৰ কবলত। ধনশ্ৰী, পাঁচ নৈ আৰু ব্ৰহ্মপুত্ৰ নৈৰ পানী বৃদ্ধি হোৱাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো ভয়াৱহ পৰিস্থিতি ৷ উদ্যানখনত নাঁওৱেই একমাত্ৰ ভৰষা বনকৰ্মীৰ।

ক্ৰমে জটিল হৈ পৰিছে কাজিৰঙাৰ বান পৰিস্থিতি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ২২৩টা বন শিৱিৰৰ ভিতৰত বানে প্লাৱিত কৰিছে ৯৫টা বন শিবিৰ এলেকা ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ২০টা আৰু পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত অগৰাতলি বনাঞ্চলত ৩৪টা, কহঁৰা বনাঞ্চলত ২০টা, বাগৰি বনাঞ্চলত ১০টা, বোকাখাত বনাঞ্চলত ৬টা বনশিবিৰ এলেকা প্লাৱিত কৰিছে বানে। বৰ্তমানলৈকে স্থানান্তৰ কৰা হৈছে ৬টা বন শিবিৰ।

বানৰ পৰা পৰিত্ৰাণ পাবলৈ একাংশ বন্যপ্ৰাণীয়ে হাইলেণ্ডত আশ্ৰয় লোৱাৰ সমান্তৰালকৈ একাংশ বন্যপ্ৰাণী কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে ৷ এনে সময়ত স্থানীয় স্বেচ্ছাসেৱীৰ লগতে আৰক্ষী আৰু পৰিবহণ বিভাগৰ সহযোগত বন্যজন্তুৰ নিৰাপত্তা বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷

যাৰ বাবে দিনৰ ভাগত যান বাহনৰ চলাচল কিছু মধ্যমীয়া হলেও নিশাৰ ভাগত ওৱান ৱে কৰা হৈছে পথছোৱা। লগতে বনৰক্ষীয়ে পহৰা দিছে সমগ্ৰ পথ ছোৱা। যাৰ বাহনৰ গতি বেগতো ৰোধ লগাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24Asom Live 24 Digital Assam Newsassam floodassam liveassam live 24Assamliveaxom liveaxom live 24flood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?
জীৱনশৈলী

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

April 15, 2026
Next Post
কেৱল এগৰাকী খেলুৱৈৰ এটা ফোনক’ল, সিদ্ধান্ত সলনি কৰি পুনৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ মান্তি হৈছিল দ্ৰাৱিড়

কেৱল এগৰাকী খেলুৱৈৰ এটা ফোনক'ল, সিদ্ধান্ত সলনি কৰি পুনৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ'বলৈ মান্তি হৈছিল দ্ৰাৱিড়

বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!

বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.