• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
himanta biswa sharma

পুৰোহিত, নামঘৰীয়াৰ বাবে আৰ্থিক অনুদান। ১৫ ডিচেম্বৰৰ ভিতৰত অনলাইন আৱেদন কৰক। ন’হলে নাপাব এটকাও ধন

4 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

4 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

5 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

5 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

6 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

6 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

7 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

7 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

8 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

9 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

10 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

10 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুৰোহিত, নামঘৰীয়াৰ বাবে আৰ্থিক অনুদান। ১৫ ডিচেম্বৰৰ ভিতৰত অনলাইন আৱেদন কৰক। ন’হলে নাপাব এটকাও ধন

editor by editor
November 25, 2021
in অসম, গুৱাহাটী, ৰাজনীতি
0
himanta biswa sharma
0
SHARES
6.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে ঘোষণা কৰিছিল যে ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়াসকলক কোভিডৰ ফলত হোৱা আৰ্থিক সংকটৰ বাবে ১৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আৰু এই সাহায্য লাভ কৰিবৰ বাবে নিদিষ্ট মাধ্যমেৰে আৱেদন কৰিব লাগিব ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়া সমাজে। কিন্তু এই আৱেদনৰ বাবে চৰকাৰৰ ফালৰ পৰা নিৰ্দিষ্ট কিছু প্ৰমাণ পত্ৰৰ লগতে অৰ্হতা থকাটো অত্যন্ত প্ৰয়োজনীয়।

প্ৰথমতে প্ৰয়োজনীয় অৰ্হতা

* আৱেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

* ০১/০১/২০২১ সময়ৰ লৈকে আৱেদনকাৰীৰ বয়স ৪০ বছৰ হ’ব লাগিব।

* আৱেদনকাৰীয়ে কোনো মন্দিৰ অথবা নামঘৰত ন্যূনতম পাঁচ বছৰ সেৱা কৰাৰ আভিজ্ঞতা থাকিব লাগিব।

* সেৱা আগবঢ়োৱাৰ বিনিময়ত আৱেদনকাৰীয়ে  নামঘৰ বা মন্দিৰৰ পৰচালনা সমিতিৰ পৰা মাহেকীয়া হিচাপত মাননিৰ পৰিমান উল্লেখ কৰিব লাগিব

* আৱেদনকাৰীয়ে সেৱা আগবঢ়োৱা মন্দিৰ বা নামঘৰ অন্তত পঞ্চাশ বছৰীয়া পুৰণি হ’ব লাগিব

* বাৰ্ষিক আয় ৩ লাখ তলৰ হোৱাটো বাধ্যতামূলক

* কোনো চৰকাৰী পেঞ্চন পোৱা ব্যক্তিয়ে এই আৱেদন কৰিব নোৱাৰিব।

* এগৰাকী আৱেদনকাৰীয়ে মাত্ৰ এবাৰহে আৱেদন কৰিব পাৰিব

* আৱেদনকাৰীৰ নিজৰ নামত বেংক একাউন্ট থকাটো বাধ্যতামূলক

* বেংক পাছবুকৰ নাম আৰু আৱেদনকাৰীৰ নাম সম্পূৰ্ণ একে হ’ব লাগিব।

* শুদ্ধ ৰূপত দাখিল কৰিব লাগিব IFSC কোড

এইবাৰ আহিছো আৱেদনকাৰীক প্ৰয়োজন হোৱা নথিপত্ৰৰ তালিকালৈ

* আৱেদনকাৰীয়ে শেহতীয়া এখন পাচপোৰ্ট ফটো আপলোড কৰিব লাগিব

* বয়সৰ প্ৰমাণ হিচাপে আৱেদনকাৰীয়ে যিকোনো এখন প্ৰমান পত্ৰ আপলোড কৰিব লাগিব

* ন্যূনতম পাঁচ বছৰ সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা সম্পৰ্কীয় প্ৰমান পত্ৰ আপলোড কৰিব লাগিব আৱেদনকাৰীয়ে

* আৱেদনকাৰীয়ে নামঘৰ অথবা মন্দিৰত ধৰ্মীয় ৰীতি-নীতি পালন কৰি থকাৰ এখন ফটো আপলোড কৰিব লাগিব।

* আৱেদনকাৰীয়ে বেংক পাচবুকৰ প্ৰথম পৃষ্ঠা স্পষ্টকৈ আপলোড কৰিব লাগিব

* মাহেকীয়া মাননিৰ ক্ষেত্ৰতো আৱেদনকাৰীয়ে পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে স্বাক্ষৰ কৰা এখন প্ৰমান পত্ৰ আপলোড কৰিব লাগিব

এতিয়া আহিছো ক’ত কেনেকৈ আৱেদন কৰিব

২৬ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰৰ ভিতৰত আৱেদনকৰীসকলে প্ৰ-পত্ৰ আপলোড কৰিব লাগিব WWW.anudaanassamculture.com ত। আৰু যথা সময়ত আৱেদনকাৰীসকলৰ তালিকা প্ৰকাশ কৰা হ’ব উক্ত ৱেব চাইটত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam govt decisionassam ka tazza khabarassam live 24Assam-Govtaxom live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
republic tv

‘‘মই তোমালোকৰ চেনেলত একোৱেই নকও’’ ৰাকেশ টিকাইটৰ মন্তব্য। অৰ্ণৱ গোস্বামীৰ নাকত এতিয়াও কিয় লাজ নালাগে!

border dispute

প্ৰধানমন্ত্ৰীৰ কথাত আশ্বস্ত নহয় দেশৰ জনতা, দিল্লী সীমান্তত আজিও অব্যাহত কৃষকৰ প্ৰতিবাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.