• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

6 months ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

42 minutes ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

1 hour ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

2 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

3 hours ago
Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

Love Bite এ কাঢ়িব পাৰে প্ৰিয়জনৰ প্ৰাণ, মাত্ৰ এটা ভুলে কৰিব সৰ্বনাশ!

4 hours ago
জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

জুলাইৰ পৰা বাঢ়িব বহু ৰাশিৰ ধন, শুক্ৰই সলনি কৰিব জীৱন!

4 hours ago
PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

PF উলিওৱাৰ পৰা পাছপ’ৰ্টলৈ, ১ জুলাইৰ পূৰ্বে জানক এই ৫টা ডাঙৰ আপডেট

5 hours ago
ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

ৰাহুল গান্ধীৰ ভুল স্বীকাৰ, শিৱৰাজ সিং চৌহানৰ পুত্ৰই তৰা মানহানিৰ গোচৰৰ নিষ্পত্তি

7 hours ago
জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

জীৱনত বাৰে বাৰে আহি থকা সমস্যাবোৰক অৱহেলা নকৰিব

8 hours ago
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

8 hours ago
মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

মছজিদত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপৰ আশংকা ডেনমাৰ্কৰ

9 hours ago
অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

অৰুণাচলেৰে নোৱাৰি ধুবুৰীৰে চীনৰ প্ৰৱেশৰ অপচেষ্টা! চিকেন নেকত শেনচকু ৰঙাচীনৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

editor by editor
December 20, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট
0
SHARES
578
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

২০২৫ চনৰ ২০ ডিচেম্বৰ আজি গ্ৰহৰ ৰাজকুমাৰ বুধ গ্ৰহই জ্যেষ্ঠ নক্ষত্ৰলৈ পৰিৱৰ্তিত হয়। লগতে বৃশ্চিক ৰাশিক ট্ৰেনজিট হৈছে।

জ্যোতিষ শাস্ত্ৰত কোৱা হৈছে যে বুধ গ্ৰহৰ ট্ৰেনজিটে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনে। বিশেষকৈ চিন্তা, যোগাযোগ, ছাল, ব্যৱসায় আৰু ভাগ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে। বুধ গ্ৰহৰ ট্ৰেনজিটৰ শুভ প্ৰভাৱৰ বাবে ২০২৬ চনৰ আৰম্ভণিৰ পূৰ্বে তিনিটা ৰাশিৰ ভাগ্য উজ্জ্বল হোৱা সম্ভাৱনা।

মিথুন ৰাশি
বুধ গ্ৰহৰ ট্ৰেনজিটৰ ইতিবাচক প্ৰভাৱে মিথুন ৰাশিৰ লোকসকলক কেৰিয়াৰ সম্পৰ্কীয় বহু সমস্যাৰ পৰা মুক্ত কৰিব। অনাগত দিনত নিজৰ কামত মনোনিৱেশ কৰি প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰাত সফল হ’ব। ইয়াৰ উপৰিও এই সময়ছোৱাত বন্ধুৰ সহায়ত নতুন উৎসৰ পৰাও আৰ্থিক সাহায্য লাভ কৰিব পাৰে।

ধনু ৰাশি
২০২৫ চনৰ শেষৰ কেইটা ধনু ৰাশিৰ বাবে অনুকূল হ’ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলৰ বাবে এই সময় অনুকূল। তদুপৰি উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। ২০২৬ চনলৈকে আৰ্থিক অৱস্থাৰ বিশেষ অৱনতি নহ’ব।

মীন ৰাশি
মিথুন ৰাশি আৰু ধনু ৰাশিৰ উপৰিও বুধৰ ট্ৰেনজিটে মীন ৰাশিৰ বাবেও সুখ কঢ়িয়াই আনিব। ছালৰ লগত জড়িত যিকোনো সমস্যাৰ পৰা সমাধান পাব। স্বাস্থ্যৰ উন্নতি হ’ব। বছৰ বছৰ ধৰি চাকৰি সলনি কৰিবলৈ চেষ্টা কৰি অহাসকলে হয়তো নতুন বন্ধুৰ সহায়ত নতুন কামৰ সন্ধান পাব। ব্যৱসায়ীসকলে ভাল অৰ্ডাৰ লাভ কৰিব, যাৰ ফলত ভাল লাভ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ
বাণিজ্য

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

June 26, 2026
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?
জীৱনশৈলী

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

June 26, 2026
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!
বিনোদন

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

June 26, 2026
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?
বাণিজ্য

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ফেমিলি ইউনিট ৩.০ৰ পৰা ৫.০লৈ হ’লে কিমান বাঢ়িব দৰমহা?

June 26, 2026
Next Post
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

টি ২০ বিশ্বকাপৰ ভাৰতীয় দলত এইবাৰ কিয় নাই কোনো ৰিজাৰ্ভ প্লেয়াৰ, BCCI য়ে সদৰি কৰিলে ইয়াৰ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.