• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

10 months ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

40 minutes ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

1 hour ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

1 hour ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

2 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

3 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

3 hours ago
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী

5 hours ago
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!

6 hours ago
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ

6 hours ago
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?

6 hours ago
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’

7 hours ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?

editor by editor
December 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল মিডিয়া, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিলেই ৩০০ কোটি জৰিমনা, কোন দেশত এই নিয়ম?
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ প্ৰথম দেশ হিচাপে অনূৰ্ধ্ব ১৬ কিশোৰ-কিশোৰীয়ে ছচিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰিছে অষ্ট্ৰেলিয়াই৷ বিগত বছৰৰ নৱেম্বৰত সেই দেশৰ হাউছ অফ ৰিপ্ৰেজেণ্টেটিভছত পাছ হৈছিল ঐতিহাসিক এক বিল৷ অৱশেষত বিগত বুধবাৰ ১০ ডিচেম্বৰৰ পৰা কাৰ্যকৰ হৈ গৈছে এই আইন৷ কোনো প্ৰতিষ্ঠানে এই আইন নামানিলে সৰ্বোচ্চ ৫০ মিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ জৰিমনা দিব লাগিব৷ ভাৰতীয় মুদ্ৰাত যি ৩০০ কোটি টকাতকৈয়ো বেছি৷ এই জৰিমনা অৱশ্যে নাবালকে বা অভিভাৱকে ভৰিব নালাগে৷ এই জৰিমনা বিহিব সংস্থাসমূহৰ ওপৰতহে৷

সাম্প্ৰতিক সময়ত বহু নাবালক-নাবালিকাৰ অভিভাৱকে জনাইছে যে ছাইবাৰ বুলিঙৰ চিকাৰ হোৱাৰ কাৰণেই বহুতে আত্মহননৰ পথ বাচি লৈছে৷ যদিও বহুতৰে দাবী উঠিছে যে ছচিয়েল মিডিয়া নিষিদ্ধ হলে কমবয়সীয়াসকলৰ কণ্ঠ ৰোধ কৰা হব৷ কিন্তু অভিভাৱকৰ মত যে অনলাইন দুনীয়াত নিৰাপদে থকাটো কিশোৰ কিশোৰীসকলৰ বাবে ক্ৰমে বিপজ্জনক হৈ উঠিছে৷ ইফালে কিশোৰ-কিশোৰীসকলৰো একাংশৰ দাবী আছিল যে ইয়াৰ ফলত সামাজিক আৰু পাৰিবাৰিক যোগাযোগ ক্ষতিগ্ৰস্থ হৈছে৷ কিন্তু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানেজে পূৰ্বেই জনাইছে যে এই আইন অনাৰ প্ৰস্তাৱ পেছ কৰিবই৷ অৱশেষত ১০ ডিচেম্বৰত এই বিল পাছ হয়৷ প্ৰধানমন্ত্ৰী এণ্টনী আলবানেজৰ লেবাৰ চৰকাৰে বিলখন পেছ কৰাৰ পাছত তেওঁৰ পক্ষে ভোট পৰে ১০২টা৷ বিপক্ষে মাত্ৰ ১৩টা ভোটহে পৰে৷

উল্লেখ্য যে টিকটক আৰু ইনষ্ট্ৰাগ্ৰামতো নিষেধাজ্ঞা আছে অষ্ট্ৰেলিয়াত৷ ইউটিউব কিডছৰ দৰে মাধ্যম অৱশ্যে এৰি দিয়া হৈছে৷ আইন কাৰ্যকৰ হোৱাৰ পাছত অষ্ট্ৰেলিয়াত আৰম্ভ হৈছে প্ৰতিবাদ৷ ইতিমধ্যেই নিউ চাউথ ৱেলছৰ কিশোৰ-কিশোৰীয়েও এই আইনৰ দ্বাৰস্থ হৈছে৷ ইফালে সমগ্ৰ বিশ্বতেই আলোচনা আৰম্ভ হৈছে বিষয়টোক লৈ৷ এইবাৰ অন্যান্য দেশেো এই পথ অৱলম্বন কৰিব বুলি ধাৰণা কৰিছে সংশ্লিষ্ট মহলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…
বিনোদন

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

October 9, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

October 9, 2026
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট
অসম

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

October 9, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

October 9, 2026
Next Post
শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

শুক্ৰ-শনিৰ শতাংক যোগ, টকাৰ পাহাৰ গঢ়িব কোন ৪ৰাশিৰ জাতকে?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

৭৫ মিনিট পানীত ডুবি আছিল জুবিন গাৰ্গ, শ্যামকানুৱে জুবিনলৈ আনিছিল ছিংগাপুৰত নোপোৱা সু**ৰা, কেনেকৈ এই কাণ্ডত জড়িত আছিল অমৃতপ্ৰভা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.