• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
nagen saikia

বৰাকক পৃথকৰ দাবী বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ

5 years ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

48 minutes ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

1 hour ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

2 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

3 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

4 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

5 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

5 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

6 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

6 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

7 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

7 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বৰাকক পৃথকৰ দাবী বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াৰ

editor by editor
October 23, 2021
in অসম, গুৱাহাটী
0
nagen saikia
0
SHARES
52
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বৰাকক পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিবলৈ চৰকাৰক দাবী জনাইছে অসমৰ বিশিষ্ট বুদ্ধিজীৱি, প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই। ভাষাকেন্দ্ৰিক বিষয় লৈ সৃষ্টি হোৱা বৰাকৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে প্ৰতিক্ৰিয়া৷ তেওঁ কয় যে ৰাজ্যৰ এক কুটিল চক্ৰই দীৰ্ঘদিনৰ পৰা অসমীয়া আৰু বঙালীৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰি আহিছে। ১৯৮৫ চনৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা বঙালী আৰু অসমীয়াৰ মাজত এতিয়ালৈকে কোনোধৰণৰ সংঘাত সৃষ্টি হোৱা নাই। কিন্তু বৰাকত অসমীয়া ভাষাক লৈ সময়ে সময়ে এক অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰি আহিছে দুষ্ট চক্ৰই। যিটো গ্ৰহণযোগ্য নহয় বা আমি মানি ল’ব নোৱাৰো। অসমীয়া ভাষাত বহু বঙালী সাহিত্যিক আছে, যিসকলে অসমীয়া ভাষা সাহিত্যতেই বহু যুগমীয়া গীত-মাত ৰচনা কৰি অসমীয়া ভাষা-সাহিত্য চহকী কৰি তুলিছে। কেৱল এয়াই নহয় পুলক বেনাৰ্জীৰ দৰে স্বনামধন্য শিল্পীৰ অসম মূলুকতে বহু উদাহৰণ আছে। বিশিষ্ট সাহিত্যিকগৰাকীয়ে বৰাকৰ ভাষাকেন্দ্ৰীক ঘটনাক লৈ চৰকাৰৰ একাংশ আমোলা-বিষয়াও জড়িত আছে বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁ পুনৰ কয়, ‘১৯৬৪ চনত মই বৰাকৰ বিভিন্ন ঠাইলৈ গৈছিলোঁ। সেই সময়ত বঙালী মহিলাই তাঁতশাল বৈছিল। কিন্তু আজি সেই পৰিৱেশ আছেনে নাই মই নাজানো’। কিন্তু, এতিয়াও বৰাকত অসমীয়া ভাষা-সংস্কৃতিক ভালপোৱা মানুহ আছে বুলি উল্লেখ কৰে সাহিত্যিকগৰাকীয়ে। গতিকে, বৰাকৰ শেহতীয়া পৰিৱেশক লৈ মুঠেও সন্তোষ্ট নহয় বুলি উল্লেখ কৰে সাহিত্যিকগৰাকীয়ে৷ যদি প্ৰয়োজন হয় বৰাকক এখন পৃথক ৰাজ্য হিচাপে গঢ় দিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও উল্লেখ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24barak valleynagen saikia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
Next Post
‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ অত্যাধিক বোজা হ্ৰাস, চীনত প্ৰণয়ন নতুন শিক্ষা আইন

‘হ’মৱৰ্ক’ আৰু ‘ঘৰুৱা টিউচন’ৰ অত্যাধিক বোজা হ্ৰাস, চীনত প্ৰণয়ন নতুন শিক্ষা আইন

teen sells wife

প্ৰয়োজন হ’ল মোবাইল, প্ৰয়োজন পূৰাবলৈ বিক্ৰী কৰিলে পত্নীক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.