• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লজ্জিত দেশ, ৫ দিন ধৰি বেলজিয়ামৰ মহিলাৰ সৈতে…, শেষত হাত বা/ন্ধি পেলাই দিলে পথত

2 years ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

2 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

3 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

5 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

6 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

8 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

লজ্জিত দেশ, ৫ দিন ধৰি বেলজিয়ামৰ মহিলাৰ সৈতে…, শেষত হাত বা/ন্ধি পেলাই দিলে পথত

editor by editor
August 15, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
লজ্জিত দেশ, ৫ দিন ধৰি বেলজিয়ামৰ মহিলাৰ সৈতে…, শেষত হাত বা/ন্ধি পেলাই দিলে পথত
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লজ্জিত দেশ, ৫ দিন ধৰি বেলজিয়ামৰ মহিলাৰ সৈতে…, শেষত হাত বা/ন্ধি পেলাই দিলে পথত

বিদেশী মহিলাৰ সৈতে সংঘটিত হোৱা এক ঘটনাই লজ্জিত কৰি তুলিছে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানক। পাকিস্তান ফুৰিবলৈ আহি সৰ্বচ্চ হেৰুৱালে এগৰাকী মহিলাই। ৫ দিন ধৰি ধৰ্ষণৰ বলি বেলজিয়ামৰ মহিলাগৰাকী।

তাতোকৈ লাজৰ কথা যে, দেশখনৰ ১৪ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনাই ইছলামবাগৰ ৰাজপথত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল ২৮ বছৰীয়া বেলজিয়ামৰ মহিলাগৰাকী। দুয়োখন হাত বেয়াকৈ বান্ধি থোৱা অৱস্থাত আছিল মহিলাগৰাকী।

আটাইতকৈ চাঞ্চল্য আৰু ভয়ংকৰ কথাটো হ’ল মহিলাগৰাকীক পাঁচ দিন ধৰি দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। অৱশ্যে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

সংবাদ মাধ্যমৰ প্ৰকাশিত বাতৰি অনুসৰি ধৰ্ষণৰ পাছত মহিলাগৰাকীক পিঠিৰ পিছফালে হাত বান্ধি পথত পেলাই থৈ যায় কোনো লোকে। স্থানীয় ৰাইজে মহিলাগৰাকীক তেনে অৱস্থাত দেখা মাত্ৰেই আৰক্ষীক খবৰ দিয়ে। তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে।

মহিলাগৰাকীয়ে আৰক্ষীক জনোৱা মতে, একাংশ লোকে তেওঁক পাঁচ দিন ধৰি ধৰ্ষণ কৰিছিল। প্ৰাথমিক তদন্তত মহিলাগৰাকীৰ এই দাবী নিশ্চিত হৈছে। লগতে মহিলাগৰাকীৰ ভাষ্যৰ পাছতে তথ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তামিজুদ্দি নামৰ এজনক।

আৰক্ষীয়ে বৰ্তমানে ঘটনাৰ তদন্তৰ লগতে অন্য সকলৰ সন্ধানত নামি পৰিছে। বিদেশী মহিলাএগৰাকীৰ লগত সংঘটিত হোৱা ঘটনাই এতিয়া সমগ্ৰ দেশখনকে লাজত পেলাইছে বিশ্বৰ আগত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BelgiumBelgium Womengang rapedpakistanPakistan Rape Caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

Next Post
গাখীৰত কেশৰ মিলাই খোৱাটো ৫ লোকৰ বাবে কোনো ৰামবাণতকৈ কম নহয়, পঢ়ক কি কি সুবিধা

নিজৰেই মৃত্যুৰ ভৱিষ্যতবাণী কৰিছিল সঞ্জীৱ কুমাৰে, যি পাছলৈ সঁচা বুলিও প্ৰমাণিত হৈছিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন