• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

4 years ago
শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

10 hours ago
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

11 hours ago
বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

12 hours ago
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

13 hours ago
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

13 hours ago
RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

RBI য়ে আকৌ কমালে ৰেপো ৰেট, ১০ লাখৰ গৃহঋণত আপোনাৰ EMI কিমান কমিব?

14 hours ago
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

15 hours ago
২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

২দিন পাছতেই ধনু ৰাশিত মঙ্গল, ’২৫ৰ শেষত সোণৰ দৰে জিলিকি উঠিব এই ৫ৰাশিৰ জীৱন

16 hours ago
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

16 hours ago
১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

১০ ফেব্ৰুৱাৰীলৈকে বাতিল হৈয়েই থাকিব…! বৃহস্পতিবাৰে বাতিল ইণ্ডিগ’ৰ ৫৫০খন বিমান, ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা যাত্ৰীৰ, কি কি বিজুতিৰ কথা জনালে ইণ্ডিগ’ই?

17 hours ago
সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

সমীক্ষণ, অসম লাইভ 24ৰ ছপা মাধ্যমৰ যাত্ৰা

5 days ago
ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

ভাল লাভ পাব পাৰে আপুনি! মাহিলী ৪০০০ টকাৰ SIP কৰিলে ১০ বছৰত কিমান ৰিটাৰ্ণ পাব?

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, December 6, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু

editor by editor
March 9, 2022
in বিশ্ব, ৰাজনীতি
0
পাক ৰাষ্ট্ৰপতিৰ অনুষ্ঠানৰ পূৰ্বে আত্মঘাতী আক্ৰমণ : ৭ নিৰাপত্তাৰক্ষীৰ মৃত্যু
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ বোমা বিস্ফোৰণে কঁপাই গৈছে পাকিস্তান৷ মংগলবাৰে দেশখনৰ বেলুচিস্তান অনুষ্ঠিত পাক ৰাষ্ট্ৰপতি আৰিফ আলিৰ অনুষ্ঠানত পূৰ্বে সংঘটিত হয় সেই এই আত্মঘাতী বিস্ফোৰণ৷

বিস্ফোৰণটো দেশখনৰ ৰাষ্ট্ৰপতি আৰিফ আলিৰ অনুষ্ঠান আৰম্ভ হোৱাৰ মাত্ৰ ৩০ মিনিটৰ পূৰ্বে সংঘটিত হয়৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ৰাষ্ট্ৰপতি অনুষ্ঠানৰ পৰা মাত্ৰ ৮০০ মিটাৰ নিলগত আত্মঘাতী বোমাৰুৱে বিস্ফোৰণ সংঘটিত কৰে৷

বিস্ফোৰণত অনুষ্ঠানৰ নিৰাপত্তাৰ দায়িত্ব থকা সাতগৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছে৷ উক্ত বিস্ফোৰণটো দক্ষিণ-পশ্চিম পাকিস্তানত বিচ্ছিন্নতাবাদী সংগঠনে সংঘটিত কৰা বুলি দাবী কৰিছে পাকিস্তান চৰকাৰে৷ আনহাতে আইচিছে এই আত্মঘাতী আক্ৰমণৰ কৰাৰ কথা স্বীকাৰ কৰিছে৷

 

লগতে পঢ়ক পৌৰসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয় : পৰাজয়ৰ দায়িত্ব স্বীকাৰ সভাপতি ভূপেন বৰাৰ

উল্লেখ্য যে এই সংগঠনটোৱেই যোৱা শুক্ৰবাৰে পেছোৱাৰৰ এটা ছিয়া মছজিদত হোৱা আত্মঘাতী আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰিছিল, য’ত ৬২ জন লোক নিহত আৰু প্ৰায় ২০০ জন লোক আহত হৈছিল।

উল্লেখ্যে যে ইৰাণ আৰু আফগানিস্তানৰ সীমান্তত অৱস্থিত বেলুচিস্তান হৈছে পাকিস্তানৰ আটাইতকৈ দৰিদ্ৰ অঞ্চল৷ প্ৰাকৃতিক সম্পদেৰে ভৰা উক্ত অঞ্চলটো বিচ্ছিন্নতাবাদী সংগঠন সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে এতিয়াও উন্নয়ন সম্ভৱ হোৱা নাই বুলি কোৱা হয়৷

 

লগতে পঢ়ক সন্মুখ সমৰত ব্যৰ্থ বিডেন! অন্য পথেৰে পুটিনক ভেটাৰ চেষ্টা মাৰ্কিন ৰাষ্ট্ৰপতিৰ!

যোৱা কে’বাটা সপ্তাহত অঞ্চলটোত বিচ্ছিন্নতাবাদীসকলে নিৰাপত্তা ঘাটিসমূহৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত আক্ৰমণ চলাই বহু লোকক হত্যা কৰিছে৷ যোৱা মাহত, বেলুচ বিচ্ছিন্নতাবাদীসকলে প্ৰদেশৰ দুটা স্থানত চাৰিদিনীয়া আক্ৰমণ চলাই নজন সৈনিকক হত্যা কৰিছিল।

বিদ্ৰোহীসকলে দীৰ্ঘদিন ধৰি অঞ্চলটোত লাভজনক খনন আৰু শক্তি প্ৰকল্পৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে৷ তেওঁলোকৰ অভিযোগ যে অঞ্চলটোৰ সম্পদ আহৰণ কৰিলেও অঞ্চলবাসীয়ে তাৰ পৰা কোনো সুফল লাভ কৰা নাই৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssampakistanPakistan bomb blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে
জীৱনশৈলী

শত্ৰু শনিৰ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই, এমাহ ধৰি লুটিপুটি খাব এই ৪ৰাশিয়ে

December 5, 2025
২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?
জীৱনশৈলী

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

December 5, 2025
নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?
জীৱনশৈলী

নিয়ম ভাঙি প্রধানমন্ত্ৰী মোদীয়ে আদৰিলে পুটিনক, ভাৰতলৈ আহি কেইবাটাও নিয়ম ভাঙিছে পুটিনেও, কি কি নিয়ম ভাঙিছে দুই ৰাষ্ট্ৰনেতাই?

December 5, 2025
Next Post
আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

আন্তজাৰ্তিক বিমানৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ : স্পাইজেট, ইণ্ডিগ’ৰ শ্বেয়াৰ মূল্য উৰ্দ্ধমুৰ্খী

অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

অমিতাভ বচ্চনৰ ঘৰত ৪ কোটি টকীয়া পেইণ্টিং : এই টকাৰে আপুনি কি কি ক্ৰয় কৰিব পাৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.