লাহে লাহে বলৱৎ হৈছে CAA। ৫ ৰাজ্যৰ ১৩ জিলাৰ উপায়ুক্তক কর্তৃত্ব। পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ ৬ ধর্মৰ লোকক লৈ সিদ্ধান্ত। গুজৰাট, ছত্তিশগড়, ৰাজস্থান, হাৰিয়ানা আৰু পঞ্জাব এই ৫ ৰাজ্যৰ ১৩ জিলাৰ বাবে সাময়িক ব্যৱস্থা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ