ভাৰত

আৰু এটা অনুৰূপ ঘটনাৰ বাবে অপেক্ষা কৰিলে নহ’ব, আৰ জি কৰৰ কাণ্ডক লৈ কি ক’লে উচ্চতম ন্যায়ালয়ে?

আৰ জি কৰৰ ঘটনাৰ নৃশংসতাই সমগ্ৰ দেশ জোকাৰি গৈছে৷ মঙলবাৰে স্বতঃপ্ৰণোদিত গোচৰৰ শুনানিত ছুপ্ৰিম কৰ্টৰ পৰ্যবেক্ষণ, ‘এই নিৰ্যাতনৰ ঘটনাই মানুহৰ...

Read more

ছেপ্টেম্বৰত দুবাৰ ঘৰ সলনি কৰিব বুধে, পদোন্নতি, ব্যৱসায় বৃদ্ধি ৩ৰাশিৰ জাতকৰ

ছেপ্টেম্বৰ মাহত ব্যৱসায় আৰু বুদ্ধিৰ কাৰক গ্ৰহ বুধে দুবাৰকৈ ৰাশি পৰিবৰ্তন কৰিব৷ চন্দ্ৰৰ পাছতেই বুধে সকলোতকৈ দ্ৰুতগতিত ভ্ৰমণ কৰে৷ ছেপ্টেম্বৰ...

Read more

শান্ত মগজুৰেই ৰচিছিল নেকি এই পৰিকল্পনা? পলিগ্ৰাফ টেষ্টত ওলাব আৰ জি কৰ কাণ্ডৰ সকলো তথ্য? কেনেকৈ কৰা হয় পলিগ্ৰাফ টেষ্ট?

ৰক্তচাপ, হাৰ্টৰেট দেখিয়েই বুজা যাব সত্য কি? তদন্তত নতুন দিশা পাব CBIয়ে৷ আৰ জি কৰ কাণ্ডত ধৃত সঞ্জয় ৰায়ৰ পলিগ্ৰাফ...

Read more

শ্ৰদ্ধা কাপূৰৰ পৰা ৰাজকুমাৰ ৰাও… স্ত্ৰী-২ ছবিৰ বাবে কোনে কিমান কোটি লৈছে?

বৃহস্পতিবাৰে স্বাধীনতা দিৱসৰ দিনা মুক্তি পাইছে অমৰ কৌশিক পৰিচালিত ছবি স্ত্ৰী-২য়ে৷ ৩০ কোটি টকা বাজেটৰ এই ছবিয়ে প্ৰথম দিনাই ৭৬...

Read more

দেশত পুৰুষৰ শিক্ষাৰ অভাৱ, ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ সলনি নাৰীৰ বাবে এক নিৰাপদ পৰিবেশ গঢ়কঃ অৰ্জুন কাপূৰ

আৰ জি কৰ কাণ্ডৰ চৰ্চা এতিয়া সমগ্ৰ দেশজুৰি চলিছে৷ বলীউডৰ অভিনেতাসকলেও এই ঘটনাৰ প্ৰতিবাদত গৰ্জি উঠিছে৷ এইবাৰ ৰাখীপূৰ্ণিমা উপলক্ষে মহিলাসকলৰ...

Read more

প্ৰিয়ংকাৰ পূৰ্বে ৮গৰাকী প্ৰেয়সী আছিল নিকৰ, নিকৰ প্ৰাক্তন প্ৰেয়সীক লৈ প্ৰিয়ংকাই কি ক’লে?

১০ বছৰৰ সৰু নিক জোনাছে টুইটাৰত মেছেজ কৰি প্ৰিয়ংকা চোপ্ৰাক নম্বৰ বিচাৰিছিল৷ সেই সময়ত প্ৰিয়ংকাই কিন্তু অন্য এক সম্পৰ্কত বান্ধ...

Read more

অৱশেষত পোহৰলৈ আহিছে ৰিপৰ্ট, কি লিখা আছে ৰিপৰ্টত? সবিশেষ

আৰ জি কৰ মেডিকেল কলেজত নিহত চিকিৎসকৰ শৰীৰত দেখা গৈছিল একাধিক আঘাতৰ চিহ্ন৷ নিহত চিকিৎসকৰ শৰীৰত প্ৰমাণ পোৱা গৈছে যৌন...

Read more

আৰ জি কৰ হাস্পতালত কন্যাক কি অৱস্থাত দেখিছিল পিতৃয়ে? ভয়ংকৰ মুহূৰ্তৰ বৰ্ণনা দিলে পিতৃ-মাতৃয়ে

এই ক্ষতস্থান জানো পাহৰিব পৰা যাব? এই ভয়ংকৰ স্মৃতি কেতিয়াও আৰু মছিব পৰা নাযাব৷ কন্যাক হেৰুৱাই এতিয়া নিঃস্ব তেওঁৰ পিতৃ-মাতৃ৷...

Read more

ৰাখী পূৰ্ণিমাৰ পৰা আৰম্ভ এই সপ্তাহত ত্ৰিগ্ৰহী যোগ, ধন লাভেই নহয় সৌভাগ্য হাতৰ মুঠিত এই ৫ৰাশিৰ জাতকৰ

আগষ্ট মাহৰ মাজৰ সময়ত আছে ত্ৰিগ্ৰহী যোগ৷ ১৯ আগষ্ট ২০২৪ৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সিংহ ৰাশিত একেলগে অৱস্থান...

Read more

শাড়ীৰ আঁচল ফালি কৃষ্ণৰ হাতত ৰাখী বান্ধিছিল দ্ৰৌপদীয়ে, জানক কেনেকৈ আৰম্ভ হ’ল ৰাখী বন্ধনৰ উৎসৱ?

পঞ্জিকা অনুসৰি আজি শ্ৰাৱণী পূৰ্ণিমা তিথি৷ প্ৰতি বছৰে এই তিথিতেই পালিত হয় ৰাখী বন্ধন৷ সেয়ে শ্ৰাৱণী পূৰ্ণিমাক ৰাখী পূৰ্ণিমাও বুলি...

Read more
Page 412 of 1032 1 411 412 413 1,032

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]