জীৱনশৈলী

৩১ মে’ৰ পূৰ্বে ৩ ৰাশিৰ মংগলময়, শুক্ৰ-শনিৰ যুটিয়ে কৰিব ধনবান

৩১ মে'ৰ পূৰ্বে ৩ ৰাশিৰ মংগলময়, শুক্ৰ-শনিৰ যুটিয়ে কৰিব ধনবান বৈদিক জ্যোতিষ অনুযায়ী গ্ৰহসমূহে সময়ে সময়ে ৰাশি সলনি কৰে। যিকোনো...

Read more

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ওলোটাই একশ্ব্যন মুডত আছে ভাৰত৷ জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণত চলিছে সন্ত্ৰাসবাদী বিচাৰি অভিযান৷ পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই...

Read more

বাতিল ছাৰ্ক ভিছা, বন্ধ আটাৰি-ৱাঘা সীমান্ত, কি হ’ব চিকিৎসাৰ বাবে পাকিস্তানৰ পৰা ভাৰতলৈ অহা ৰোগীৰ? তাৎক্ষণিকভাৱেই এৰিব লাগিব নেকি ভাৰত?

কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই কাঢ়া পদক্ষেপ লৈছে ভাৰত চৰকাৰে৷ পাকিস্তানৰ সৈতে ১৯৬০ চনৰ সিন্ধু জলচুক্তি স্থগিত কৰি দিয়া হৈছে৷ বন্ধ...

Read more

স্থলপথেই ভাৰত-পাক বাণিজ্যৰ একমাত্ৰ পথ! আটাৰী সীমান্ত বন্ধই পেটৰ ভাত মাৰিব নেকি পাকিস্তানী নাগৰিকৰ?

জম্মু আৰু কাশ্মীৰৰ পহেলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতেই পাকিস্তানৰ কঠোৰ হৈছে ভাৰত চৰকাৰ৷ পাকিস্তানৰ বিৰুদ্ধে একাধিক কাঢ়া সিদ্ধান্ত...

Read more

৫টা বিশেষ সিদ্ধান্ততেই শান্ত নহয় ভাৰত, পহেলগামৰ পৰ্যটক আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ এইবাৰ পাক চৰকাৰৰ এক্স একাউণ্ট বন্ধ কৰিলে ভাৰতে

জম্মু আৰু কাশ্মীৰৰ পহেলগামৰ পৰ্যটক হত্যাকাণ্ডৰ পাছত বুধবাৰে নিশা পাকিস্তানৰ বিৰুদ্ধে পাঁচ দফাৰ পদক্ষেপ ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰে৷ পুৱাৰ...

Read more

প’ষ্ট অফিচৰ পৰা মাহিলী পাব পাৰে ৯ হাজাৰকৈ ধন, কি এই স্কিম?

পোষ্ট অফিচ মানেই হৈছে এক নিশ্চিত বিনিয়োগৰ স্থান৷ তাতেই কেইবাটাও নিৰ্ভৰযোগ্য স্কিম আছে৷ যদি হিচাপ কৰি পোষ্ট অফিচত বিনিয়োগ কৰা...

Read more

অক্ষয় তৃতীয়াত শনি-বৃহস্পতিৰ বিশাল পৰিবৰ্তন, ৫ৰাশিৰ জীৱনলৈ আহিব উন্নতি

এই বৰ্ষত অক্ষয় তৃতীয়া পৰিছে আগন্তুক ৩০ এপ্ৰিল ২০২৫ত৷ তাৰ পূৰ্বেই কেইবাটাও ডাঙৰ পৰিবৰ্তন ঘটিব কেইটামান ৰাশিৰ জাতকৰ জীৱনত৷ আগন্তুক...

Read more

হানিমুনতেই শেষ হৈ গ’ল স্বামীৰ জীৱন! বিবাহৰ দুমাহতেই পত্নীৰ সন্মুখতেই সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে কানপুৰৰ শুভমে

মাত্ৰ দুমাহ পূৰ্বে বিবাহবন্ধনত আৱদ্ধ হৈছিল দম্পতি৷ ফেব্ৰুৱাৰীতেই বিবাহবন্ধনত আৱদ্ধ হৈছিল কানপুৰৰ ব্যৱসায়ী শুভম দ্বিবেদী৷ বিবাহৰ বয়সৰ হিচাপত সদ্যবিবাহিত বুলিয়েই...

Read more

কোন বয়সত পুৰুষৰ শুক্ৰাণু বেছি থাকে? কিমান বয়সৰ পাছত কমি যায় পুৰুষৰ প্ৰজনন ক্ষমতা? কি কৈছে বিজ্ঞানে?

প্ৰজনন ক্ষমতাক লৈ নাৰী আৰু পুৰুষৰ কিছু প্ৰভেদ আছে৷ এক নিৰ্দিষ্ট বয়সৰ পাছত নাৰী দেহলৈ মেনোপজ আহে৷ বন্ধ হৈ যায়...

Read more

বুধ-বৃহস্পতিৰ মহামিলনত কঁপাল ফুলিব ৩ৰাশিৰ! হঠাৎ হাতলৈ আহিব ধন, সুখৰ সময় কটাব কোন কোন ৰাশিৰ জাতকে?

বৈদিক জ্যোতিষমতে, নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে গ্ৰহৰ অৱস্থান পৰিবৰ্তন হয়৷ আকৌ একাধিক গ্ৰহৰ সংযোগত তৈয়াৰ হৈছে গুৰুত্বপূৰ্ণ যোগ৷ যাৰ প্ৰভাৱ...

Read more
Page 334 of 900 1 333 334 335 900

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]