বিবিধ

লীজত গ’ল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

লীজত গ’ল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। গুজৰাটী ব্যৱসায়ী আদানিৰ পকেটত বিমানবন্দৰটো। বিমানবন্দৰটো চমজি লোৱাৰ বাবে আদানি গ্ৰুপৰ দল।

Read more

বনাঞ্চলৰ সুৰক্ষাৰ নানান কথা কয় বন বিভাগে, কিন্তু কথাতেই শেষ হয় সুৰক্ষা।

বনাঞ্চলৰ সুৰক্ষাৰ নানান কথা কয় বন বিভাগে, কিন্তু কথাতেই শেষ হয় সুৰক্ষা। হোহোৱাই কমিছে বিহালী বনাঞ্চলৰ মাটিকালি।

Read more

অলিম্পিকত ক্ৰিকেটৰ পুনৰ অন্তৰ্ভুক্তিৰ কুচ-কাৱাজ আৰম্ভ

অসম লাইভ ২৪ঃ অলিম্পিকত ক্ৰিকেটৰ পুনৰ অন্তৰ্ভুক্তিৰ কুচ-কাৱাজ আৰম্ভ। ২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত হ’লে ভাৰতে অংশ ল’ব অলিম্পিকত।...

Read more

ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈছে ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়

ৰাজ্যত কাঠফুলাৰ দৰে গঢ় লৈছে ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়। শিক্ষাৰ মান ভৰিৰে মোহাৰি কেৱল ধন ঘটাৰে লক্ষ্য এই ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়সমূহৰ।...

Read more
Page 892 of 920 1 891 892 893 920

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]