লেখা

নতুন বছৰৰ প্রথম দিনাই বন্ধ হৈ যাব এই তিনি ধৰণৰ বেংক একাউণ্ট, আপোনাৰ একাউণ্টো আছে নেকি তালিকাত?

২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ বেংকিং পৰিসেৱাৰ কিছু গুৰুত্বপূৰ্ণ পৰিবৰ্তন আনিব৷ যিয়ে দেশৰ লাখ লাখ বেংক...

Read more

ভাতৃৰ সৈতেই বিবাহ আছিম মুনিৰৰ কন্যাৰ! পাক সেনাৰ সদৰ দপ্তৰত গোপনে আয়োজন বিবাহৰ অনুষ্ঠানৰ

পাকিস্তানৰ সেনাপ্ৰধান ফিল্ড মাৰ্ছেল আছিম মুনিৰৰ কন্যাৰ বিবাহ সম্পন্ন হৈছে৷ বিবাহখনক লৈ চৰ্চা হোৱাৰ কাৰণেই হৈছে নিজ ভাতৃৰ সৈতে এই...

Read more

কাইলৈৰ ৰাশিফলঃ বছৰৰ শেষ দিনত বুধাদিত্য ৰাজযোগ, সাফল্যৰ সৈতে ২০২৫ শেষ কৰিব কোন কোন ৰাশিৰ জাতকে?

কাইলৈ ৩১ ডিচেম্বৰ ২০২৫ বুধবাৰে চন্দ্রই মেষ এৰি বৃষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাত কোৱা হৈছে কাইলৈ পুহ মাহৰ শুক্লা...

Read more

বাংলাদেশত আকৌ এজন হিন্দু ব্যক্তিৰ শেষ হ’ল জীৱন, প্ৰকৃত ঘটনা কি?

বাংলাদেশত আকৌ হিন্দু নিধনৰ ঘটনা৷ দীপু দাস, অমৃত মণ্ডলৰ পাছত আকৌ এজন হিন্দু যুৱকক শেষ কৰা হ’ল বাংলাদেশত৷ নিহত হিন্দু...

Read more

মহাপ্লাৱনত ভাহিব পৃথিৱী, সভ্যতা ৰক্ষা কৰিবলৈ জাহাজ তৈয়াৰ! এয়া প্ৰতাৰণা নে আন কিবা? এয়া প্ৰতাৰণা নে আন কিবা? ভৱিষ্যদ্বাণী কৰি ৮০ লাখ টকীয়া বাহন কিনিলে এই ভৱিষ্যদ্ৰষ্টাই

২৫ ডিচেম্বৰত পৃথিৱীত দেখা দিব মহাপ্ৰলয়ে৷ আৰু তাৰফলতেই ধ্বংস হ’হ মানৱগ্ৰহ পৃথিৱী৷ সৰ্বগ্ৰাসী এক বান আহি ডুবাই দিব মানৱসভ্যতাক৷ এই...

Read more

শাহুৱেক হ’ল প্ৰিয়ংকা গান্ধী! দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বাগদান সম্পূৰ্ণ প্ৰিয়ংকা তনয় ৰেহানৰ

দীৰ্ঘদিনৰ প্ৰেমিকা আবিবা বেগেৰ সৈতে বাগদান কৰিলে প্ৰিয়ংকা গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰেহানে৷ বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি সাত...

Read more

তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

চিকিৎসকৰ সমস্ত চেষ্টা ব্যৰ্থ৷ প্ৰয়াত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপিৰ চেয়াৰপাৰ্ছন খালেদা জিয়া৷ আজি অৰ্থাৎ মঙলবাৰে শেষনিশ্বাস ত্যাগ কৰিছে খালেদা...

Read more

বিবাহৰ বাবে পৰিয়ালে জোৰ দিছিল, জীৱনকেই বিদায় দিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনীয়ে

মানুহৰ মনৰ ভিতৰত কি চলি আছে সেয়া জানো বাহিৰৰ পৰা চাই বুজিব পাৰি? দক্ষিণী অভিনেত্ৰীয়ে লোৱা সিদ্ধান্তই আকৌ এবাৰ এই...

Read more

২০২৬ত সূৰ্য-ৰাহুৰ অশুভ যোগ, গ্ৰহণ যোগৰ কবলত পৰি প্ৰচুৰ আৰ্থিক ক্ষতি কাৰ কাৰ?

বৈদিক জ্যোতিষৰ গণনা অনুসৰি সৌৰজগতৰ ৰজা সূৰ্যই আগন্তুক ১৩ ফেব্ৰুৱাৰী ২০২৬ত মকৰ ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ কুম্ভ ৰাশিত...

Read more

বছৰৰ শেষ একাদশীত সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীৰ কৃপাত বিপদ দূৰ হ’ব ৫ ৰাশিৰ

আজি ৩০ ডিচেম্বৰ ২০২৫ মঙলবাৰে চন্দ্ৰই মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে আজি পুহৰ শুক্লা দশমী তিথি৷ জ্যোতিষ গণনা...

Read more
Page 27 of 236 1 26 27 28 236

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]