• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

4 years ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

10 minutes ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

51 minutes ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

1 hour ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

1 hour ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

2 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

2 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

13 hours ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

13 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

13 hours ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

16 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?

editor by editor
June 30, 2022
in ভাৰত
0
কপাল ফুলিল চৰকাৰীৰ কৰ্মচাৰীৰ! দৰমহা বৃদ্ধি খাটাং! কিমান বৃদ্ধি পাব দৰমহা?
0
SHARES
36k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ অন্ত পৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা ৪০ হাজাৰ টকালৈ বৃদ্ধি হ’ব! আজি স্পষ্ট হ’ব যে কৰ্মচাৰী সকলৰ ডি এ বৃদ্ধি কিমান হ’ব? আচলতে চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডিয়াৰনেছ ভাট্টা বৃদ্ধি কৰিবলৈ গৈ আছে। এতিয়ালৈকে AICPI ৰ তথ্য অনুসৰি ৫% DA বৃদ্ধিৰ কৰাতো প্ৰায় নিশ্চিত হৈছে। চৰকাৰে কৰ্মচাৰী ভাট্টা হয়তো (ডি এ) ৬ শতাংশ বৃদ্ধিও কৰা হ’ব পাৰে।

ডিয়াৰনেছ ভাট্টা কিমান বৃদ্ধি হ’ব?

আচলতে ডি এ বৃদ্ধি এআইচিপিআইৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰে। ২০২২ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত এআইচিপিআই সূচকাংকৰ উত্থান ঘটিছিল, যাৰ বাবে ডিয়াৰনেছ ভাট্টা (ডিএ) ৫% বৃদ্ধি কৰাটো স্পষ্ট হৈ পৰিছে। অৰ্থাৎ এতিয়া কৰ্মচাৰীসকলৰ ডি এ ৩৪ শতাংশৰ পৰা ৩৯ শতাংশলৈ বৃদ্ধি পাব। কিন্তু আজি মে’ মাহৰ পৰিসংখ্যা অহাৰ পিছত কৰ্মচাৰীসকলৰ ডি এ ৬% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

AICPI Index ত কি কোৱা হৈছে?

চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বাবে এআইচিপিআইৰ সূচকাংক হ্ৰাস পাইছিল যদিও তাৰ পিছত এআইচিপিআইৰ পৰিসংখ্যা বৃদ্ধি পাইছে। জানুৱাৰী মাহত ১২৫.১, ফেব্ৰুৱাৰী মাহত ১২৫ আৰু মাৰ্চ মাহত এক পইণ্ট বৃদ্ধি পাই ১২৬ হয়। এতিয়া এপ্ৰিল মাহৰ পৰিসংখ্যাও ওলাইছে। এপ্ৰিল মাহৰ তথ্য অনুসৰি এআইচিপিআই সূচকাংক ১২৭.৭ লৈ বৃ্দ্ধি পাইছে। অৰ্থাৎ পূৰ্বৰ মাহতকৈ ১.৩৫ শতাংশ বৃদ্ধি হৈছে৷ যদি মে’ মাহতো এই সংখ্যা বৃদ্ধি পায়, তেন্তে ডি এ ৬% বৃদ্ধি হ’ব পাৰে।

লগতে পঢ়ক বিদ্ৰোহী একনাথ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী, সন্ধিয়ালৈ গ্ৰহণ কৰিব শপত!

কিমান বৃদ্ধি হ’ব দৰমহা?

যদি চৰকাৰে DA ৬% বৃদ্ধি কৰে তেন্তে কেন্দ্ৰীয় কৰ্মচাৰীৰ DA ৩৪%ৰ পৰা ৪০%লৈ বৃদ্ধি পাব। সৰ্বোচ্চ আৰু ন্যূনতম বেছিক দৰমহা কিমান বৃদ্ধি হ’ব চাওঁ আহক।

সৰ্বোচ্চ বেছিক দৰমহাৰ গণনা

১. কৰ্মচাৰীৰ মূল দৰমহা ৫৬,৯০০ টকা৷

২. নতুন ডিয়াৰনেছ ভাট্টা (৪০%) ২২,৭৬০ টকা/মাহ৷

৩. বৰ্তমানলৈকে ডিয়াৰনেছ ভাট্টা (৩৪%) ১৯,৩৪৬ টকা/মাহ৷

৪. ২২,৭৬০-১৯,৩৪৬ টকা, ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’ল = ৩,৪১৪ টকা/মাহ৷

৫. বাৰ্ষিক দৰমহা বৃদ্ধি ৩,৪১৪ X১২ = ৪০,৯৬৮ টকা৷

লগতে পঢ়ক উর্ফি জাভেদৰ আটাইতকৈ ব’ল্ড অৱতাৰ! চাওক সাহসী উৰ্ফিৰ শেহতীয়া পোছাক

ন্যূনতম বেছিক দৰমহাৰ গণনা

১. কৰ্মচাৰীৰ মূল দৰমহা ১৮,০০০ টকা৷

২. নতুন ডিয়াৰনেছ ভাট্টা (৪০%) ৭,২০০ টকা/মাহ৷

৩. এতিয়ালৈকে ডিয়াৰনেছ ভাট্টা (৩৪%) ৬১২০ টকা/মাহ৷

৪. ডিয়াৰনেছ ভাট্টা বৃদ্ধি হ’লে ৭২০০-৬১২০ = ১০৮০ টকা/মাহ৷

৫. বাৰ্ষিক দৰমহা বৃদ্ধি ১০৮০ X১২ = ১২,৯৬০ টকা৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCentral Govt Employee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!

PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.