• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৈবাহিক জীৱনত সন্মতিৰ বিৰুদ্ধে সম্পৰ্ক কোনো আইনী নহয় বৰঞ্চ সামাজিক বিষয়

2 years ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

1 hour ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

2 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

5 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

7 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

9 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

10 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বৈবাহিক জীৱনত সন্মতিৰ বিৰুদ্ধে সম্পৰ্ক কোনো আইনী নহয় বৰঞ্চ সামাজিক বিষয়

editor by editor
October 3, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
বৈবাহিক জীৱনত সন্মতিৰ বিৰুদ্ধে সম্পৰ্ক কোনো আইনী নহয় বৰঞ্চ সামাজিক বিষয়
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈবাহিক জীৱনত সন্মতিৰ বিৰুদ্ধে সম্পৰ্ক কোনো আইনী নহয় বৰঞ্চ সামাজিক বিষয়

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত কয় যে পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা স্বামীক যদি ধৰ্ষণ বুলি শাস্তি প্ৰদান কৰা হয় তেন্তে ইয়াৰ ফলত বৈবাহিক জীৱনত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। বৈবাহিক ধৰ্ষণক অপৰাধমূলক বুলি গণ্য কৰা কেইবাখনো আবেদনৰ বিৰোধিতা কৰি চৰকাৰে শপতনামা দাখিল কৰিছে। এই গোচৰত শীর্ষ আদালতে সিদ্ধান্ত ল’ব যে পত্নী সঠিক বয়সৰ নহয় তেন্তে সেই পত্নীৰ সৈতে বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰাৰ বাবে স্বামীক শাস্তি দিব পাৰি নেকি?

ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩৭৫ৰ এক বিশেষ নিয়ম ব্যতিক্ৰম-২ অনুসৰি যদি পত্নী নাবালক নহয় তেন্তে স্বামীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ বুলি গণ্য কৰা নহ’ব। আনকি নতুন আইনখনৰ অধীনতো ধাৰা ৬৩ৰ ব্যতিক্ৰম ২ত স্পষ্ট কৰি দিয়া হৈছে যে স্বামীয়ে পত্নীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ নহয়।

কেন্দ্ৰই শপতনামাত কয় যে যদি এই ব্যতিক্ৰমক অসাংবিধানিক বুলি বাদ দিয়া হয় তেন্তে ইয়াৰ প্ৰভাৱ বিবাহৰ সম্পৰ্কত গভীৰ হ’ব। ইয়াৰ ফলত বৈবাহিক জীৱনত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু সম্পৰ্কত যথেষ্ট অস্থিৰতা আহিব পাৰে বুলি চৰকাৰে সকীয়াই দিয়ে। লগতে ইয়াকো কোৱা হৈছে যে দ্ৰুতগতিত পৰিৱৰ্তিত সামাজিক আৰু পাৰিবাৰিক গাঁথনিতো নতুন বিধানসমূহৰ অপব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে, কিয়নো সন্মতি আছিল নে নাই প্ৰমাণ কৰাটো কঠিন হ’ব পাৰে।

কেন্দ্ৰই কয় যে এই বিষয়ত সঠিক সিদ্ধান্ত ল’বলৈ সকলো ৰাজ্যৰ সৈতে এক ব্যাপক আলোচনাৰ প্ৰয়োজন আছে, কাৰণ এই বিষয়টোৱে সমাজত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। চৰকাৰে স্পষ্টকৈ উল্লেখ কৰে যে বিবাহত মহিলাৰ সন্মতি ভংগ কৰাটো অবৈধ আৰু শাস্তিযোগ্য হ’ব লাগে। কিন্তু বিবাহৰ ভিতৰত এনেধৰণৰ উলংঘাৰ পৰিণতি বাহ্যিক সম্পৰ্কৰ পৰা পৃথক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: central govt.Indian Supreme Courtsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ
জীৱনশৈলী

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

April 17, 2026
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
চিত্ৰ নক্ষত্ৰত সূৰ্য্যৰ ট্ৰেনজিটৰ বাবে জিলিকিব ৫টা ৰাশিৰ ভাগ্য, প্ৰচুৰ আৰ্থিক লাভ

সমগ্ৰ অসমবাসীৰ বাবে ঐতিহাসিক ক্ষণ, অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা, ধ্ৰুপদী ভাষা মানে কি !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন