• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

4 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

21 minutes ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

47 minutes ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

1 hour ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

2 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

3 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

3 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

3 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

3 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

3 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

4 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

4 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

editor by editor
September 1, 2022
in অপৰাধ, ভাৰত
0
বিজেপি নেত্ৰী ঘৰত উদ্ধাৰ ৰে’ল ষ্টেচনৰ পৰা চুৰি হোৱা শিশু, ৮ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
0
SHARES
377
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ মথুৰা ৰে’লৱে ষ্টেচনৰ পৰা চুৰি হোৱা ৭ মহীয়া এটি কেঁচুৱা এজন বিজেপি নেত্ৰীৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। যোৱা সপ্তাহত মথুৰা ষ্টেচনৰ প্লেটফৰ্মত মাক-দেউতাক শুই থকাৰ সময়তে এজন লোকে শিশুটিক তুলি লৈ পলায়ন কৰিছিল।

শিশুটিক চুৰি কৰা ব্যক্তিজনৰ সমগ্ৰ দৃশ্য প্লেটফৰ্মত স্থাপন কৰা চিচিটিভিত বন্দী হয়। ইয়াৰ পাছতে আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি মথুৰাৰ পৰা ১০০ কিলোমিটাৰ নিলগত বিজেপিৰ এগৰাকী কাউন্সিলাৰৰ ঘৰৰ পৰা শিশুটি উদ্ধাৰ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, বিজেপিৰ কাউন্সিলাৰ বিনীতা আগৰৱালা আৰু তেওঁৰ স্বামীয়ে শিশু চুৰি চক্ৰটোৰ পৰা ১.৮ লাখ টকাত এই শিশুটিক ক্ৰয় কৰিছিল। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিনীতা আগৰৱালাৰ এগৰাকী কন্যা আছে যদিও তেওঁ এজন পুত্ৰ বিচাৰিছিল আৰু ইয়াৰ বাবেই তেওঁ শিশুটিক অবৈধভাৱে ক্ৰয় কৰিছিল।

লগতে পঢ়ক ৰতন টাটাৰ অডিঅ’ টেপ লিকড্! উচ্চতম ন্যায়ালয়ত শুনানি, কোনে কৰিছিল লিকড্?

ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত দুগৰাকী চিকিৎসকসহ ৮গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। ইফালে উদ্ধাৰ কৰাৰ পাছতে ৰে’ল আৰক্ষীয়ে শিশুটিক অভিভাৱকক গতাই দিছে।

ঘটনা সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী বিষয়া মহম্মদ মুছতাকে এক সংবাদমেলত কয় যে, ‘দীপ কুমাৰ নামৰ এজন ব্যক্তিয়ে শিশুটিক চুৰি কৰি লৈ গৈছিল। চুবুৰীয়া হাথৰাছ জিলাৰ এখন চিকিৎসালয়ৰ দুজন চিকিৎসকো এই গেঙৰ সদস্য। ইয়াৰ লগত আন একাংশ স্বাস্থ্যকৰ্মীও জড়িত হৈ আছে।’’

আৰক্ষী বিষয়াগৰাকীয়ে লগতে আৰু কয় যে ‘‘যাৰ ঘৰত শিশুটিক পোৱা গৈছিল তেওঁলোকক সোধা-পোছা কৰিলোঁ, তেওঁলোকে আমাক ক’লে যে তেওঁলোকৰ মাত্ৰ এগৰাকী ছোৱালী আছে আৰু তেওঁলোকে এজন পুত্ৰ বিচাৰে, সেইবাবেই তেওঁলোকে শিশুটিক ক্ৰয় কৰিছে।’’

ইফালে সোধা-পোছাৰ পাছতে বিজেপি নেত্ৰীগৰাকীকো গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamchild stolen
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?
জীৱনশৈলী

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

April 11, 2026
Next Post
নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে

নাপিতৰ দোকান খুলি আনৰ বাবে আদৰ্শ হৈ পৰিছে উচ্চ শিক্ষিত যুৱক আংতং হাঞ্চে

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

এইখন অসমৰ জয়মালা নামৰ হাতীটোৰ ফটো নহয়!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.